ইণ্টাৰনেটৰ তিতা-মিঠা | Class 10 Assamese Question Paper | Class 10 Assamese All Question | 2010 to 2020 All Class 10 Question in Assamese Book | ২০১১ৰ চনৰ পৰা ২০২০ লৈ | দশম মান শ্ৰেণীৰ অসমীয়া প্ৰশ্ন | Class 10 Assamese Book Question Bank |

গোট-২

ইণ্টাৰনেটৰ তিতা-মিঠা 

A. অতি চমু প্ৰশ্নাৱলী ঃ

মূল্য়াংকঃ ১ নম্বৰকৈ

১। ইণ্টাৰনেটত সঘনাই ব্য়ৱহৃত হৈ থকা www নো কি জানিবলৈ কুঁৱলীয়ে ক’ত সন্ধান কৰিলে ? [HSLC’]

B. চমু প্ৰশ্নাৱলী ঃ

মূল্য়াংকঃ ২/৩ নম্বৰকৈ 

১। ভাইৰাচে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰি ? [HSLC’20]

২। ” ইণ্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে ।” কথাষাৰৰ বক্তা কোন ? ইণ্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠটোৰ আধাৰত বুজাই লিখা । [HSLC’20] 

Type by- Bikul Mandal