(ক) প্ৰশস্তি | Class 10 Assamese Question Paper | Class 10 Assamese All Question | 2020to 2020 All Class 10 Question in Assamese Book | ২০২০ৰ চনৰ পৰা ২০২০ লৈ | দশম মান শ্ৰেণীৰ অসমীয়া প্ৰশ্ন | Class 10 Assamese Book Question Bank |

 গোট-৫             (ক) প্ৰশস্তি 

A. অতি চমু প্ৰশ্নাৱলী ঃ                 মূল্য়াংকঃ ১ নম্বৰকৈ 

১। মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম- পুৰিমল যচা বুলি কবিয়ে কৈছে ? [HSLC’20]

B. চমু প্ৰশ্নাৱলী ঃ           মূল্য়াংক ঃ ২/৩ নম্বৰকৈ 

১। উঠা হে ঋত্বিত ধ্য়ানী অমৃতৰ পুত্ৰ উঠা যত মুক্তি পথযাত্ৰী কবিয়ে কিয় এনেদৰে আহবান জনাইছে বুজাই লিখা । [HSLC’20]

C. ৰটনাধৰ্মী   প্ৰশ্নাৱলী ঃ       মূল্য়াংকঃ ২/৩ নম্বৰকৈ 

১। প্ৰশস্তি কবিতাটোৰ মূলভাৱ লিখা । [HSLC’20

                    Type by- Bikul Mandal