(খ) মই অসমীয়া | Class 10 Assamese Question Paper | Class 10 Assamese All Question | 2010 to 2020 All Class 10 Question in Assamese Book | ২০১১ৰ চনৰ পৰা ২০২০ লৈ | দশম মান শ্ৰেণীৰ অসমীয়া প্ৰশ্ন | Class 10 Assamese Book Question Bank |

গোট-৫                         (খ) মই অসমীয়া 

A. অতি চমু প্ৰশ্নাৱলী ঃ               মূল্য়াংক ঃ ১ নম্বৰকৈ 

১। অসমৰ হেংদাং ক’ত জিলিকিছিল ? [HSLC’20]

B. চমু প্ৰশ্নাৱলী ঃ              মূল্য়াংকঃ ২/৩ নম্বৰকৈ 

১। ‘ক’ত অত বল পালে অসমৰ সেনানীয়ে শুকান সান্দহ আৰু পানী আঁজলিত । __ কথাষাৰৰ তাৎপৰ্য ব্য়াখ্য়া কৰা । [HSLC’20]

C. ৰচনাধৰ্মী প্ৰশ্নাৱলীঃ             মূল্য়াংকঃ ৪/৫ নম্বৰকৈ 

১। ‘মই অসমীয়া’ কবিতাটোৰ সাৰাংশ  লিখা । [HSLC’20]

           Type by- Bikul Mandal