Reach for The Top | Santosh Yadav | Maria Sharapova | Class 9 English Answer | Assam SEBA Board | SCERT Solution | Question Answer Assam |

  Lesson-8 (I)

Reach for The Top

I. Answer these questions in one two sentences each. (The paragraph numbers within brackets provide clues to the answer)

এটা বা দুটা বাক্যত তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া। বান্ধনীৰ ভিতৰত দফাবিলাকৰ নম্বৰ দিয়া গৈছে।)

1. Why was the ‘holy man’ who gave Santosh’s mother his blessing surprised?

(জ্ঞানী পূৰুষজনে সন্তোষৰ মাকক আশীবাদ দিওঁতে কিয় আচৰিত হৈছিল?

Answer: In the society of Santosh’s family, people never ask for girl child. While her grandmother seeks blessing for girl which surprised the holy man.

সন্তোষহঁতৰ সমাজত মানুহে কেতিয়াও কন্যা সন্তান নিবিচাৰে, কিন্তু আইতাকে কন্যা সন্তানৰ বাবে আৰ্শীবাদ বিচাৰিছিল।

hese questions in a start paragraph (about 30 Words)

1) How did Santosh begin to climb mountain?

(সন্তোষে পাহাৰ বগাবলৈ কেনেকৈ আৰম্ভ কৰিছিল?)

Answer:- In Jaipur Santosh’s hostel room faced the Aravalli Hills from where she used to watch the villagers climbing up and suddenly vanishing after a while. She decided to check it by herself but found nobody except a few mountaineers who allowed her to climb with them. This was how Santosh began to climb mountain.

(জয়পুৰত সন্তোষৰ হোষ্টেলৰ ৰুমৰ পৰা আৰাৱলী পাহাৰটো দেখা পোৱা গৈছিল ঘৰ পৰা তাই সদায় পাহাৰত বগাই যোৱা গাঁৱলীয়া মানুহবোৰক চাইছিল। এদিন তাই নিজে সেই ঠাই চাবলৈ গৈ আৰোহণকাৰী দলক লগ পালে যিয়ে তাইক লগত পৰ্বত আৰোহণ কৰিবলৈ অনুমতি দিলে আৰু এইদৰেই তাই পাহাৰ বগাবলৈ আৰম্ভ কৰিলে।)

2) What incidents during the Everest expedition show Santosh’s concern for team mates?(এভাৰেষ্ট শৃংগত গৈ পাই তাই মনৰ ভাৱ কেনেকৈ প্ৰকাশ কৰিছিল?)

Answer:- She say’s that it takes time for the enormity of the moment to sink in. She was delighted at this moment and proudly unfurled the Indian Tricolor.

(তাই কৈছিল যে সেই সময়খিনি উপলব্ধি কৰিবৰ বাবে তাইক সময়ৰ প্ৰয়োজন হৈছিল। তাই আনন্দিত হৈ নিজৰ পতাকাখন তাত উৰুৱাই থৈ আহিছিল।)

5) Santosh Yadav got into the record books both times she scaled Mt. Everest. What were the reasons for this?

(সন্তোষ যাদৱে এভাৰেষ্ট আৰোহন কৰি দুবাৰকৈ ৰেক’ড বুকত স্থান পাইছিল। ইয়াৰ কাৰণ কি আছিল?)

Answer:- She is the youngest women who scaled the Everest. She is the only women who climbed the Everest twice.

(তাই এভাৰেষ্ট জয় কৰা আটাইতকৈ সৰু ছোৱালী আছিল তাই দুবাৰকৈ এভাৰেষ্ট আৰোহণ কৰা প্ৰথম মহিলা আছিল।)

III) Complete the following statements: 

(বাক্যবোৰ সম্পূৰ্ণ কৰা।)

1. From her room In Kasturba Hostel, Santosh used to watch villagers who climb up the hill and suddenly vanishing after a while.

কস্তুৰবা হোষ্টেলৰ ৰুমৰ পৰা সন্তোষে গাঁৱৰ মানুহবোৰক চাইছিল যিয়ে পাহাৰ বগাই গৈ থাকে আৰু কিছু দূৰ গৈ নাইকিয়া হৈ যায়।

2. When she finished college, Santosh had written a latter of apology to her father because she went for training directly in place of going home.

কলেজ শেষ কৰা পাছত, সন্তোষে দেউতাকলৈ ক্ষমা বিচাৰি চিঠি লিখিছিল কিয়নো পৰীক্ষা দি তাই ঘৰত যোৱাৰ পৰিৱৰ্তে প্ৰশিক্ষনৰ বাবে গুচি গৈছিল।)

3. During the Everest expedition, her seniors in the team admired her climbing skills, Physical fitness and mental Strength while working together endeared her to fellow climbers.

এভাৰেষ্ট অভিযানৰ সময়ত, দলৰ জেষ্ঠসকলে তাই দক্ষতা, শাৰীৰিক দক্ষতা মানসিক সবলতা

IV. Pick out words from the text that mean the same as the following expressions. (Look in the paragraphs indicates)

(পাঠটোৰ পৰা শব্দবোৰ বাছি উলিওৱা যাৰ অৰ্থ তলৰ শব্দবোৰৰ লগত মিলে।)

1) took to be true without proof (1)

     Blessing (আশীৰ্বাদ)

2) Based on reason; sensible; reasonable (2)

 Rational (ভিবেক)

3) The usual way of doing things (3)

 Custom (সামাজিক প্ৰথা)

4) a strong Desir arising from within (5)

 Urge (উৎকাণ্ঠা)

5) the power to endure, without falling ill (7)

     Endurance (ধৈয্য ৰখা)