যাতায়ত-ব্যৱস্থা, দৈৰ্ঘ্যৰ জোখ আৰু গতি | Chapter 13 | Class 6 New Science Chapter 13 Question And Answer | Class 6 New Science Chapter 13 Solution AJB |

i) তলত দিয়া এককবোৰৰ কোনটো দৈৰ্ঘ্যৰ ওকক নহয়?

a) আঙুল

b) ছেমি.

c) ইঞ্চি

d) ঘণ্টা

উত্তৰঃ 

ii) তলত দিয়া এককবোৰৰ কোনটো মানক একক?

a) মিটাৰ

b) আঙুল

c) বেগেত

d) হাত

উত্তৰঃ 

iii) এছ্ আই একক পদ্ধতিত দৈৰ্ঘ্যৰ একক

a) ফুট

b) ছেমি.

c) মিটাৰ

d) কিল’মিটাৰ

উত্তৰঃ 

iv) 10 ছেমি. 4 মিমি. মানে-

a) 10.4 ছেমি.

b) 14 মিমি.

c) 104 মিমি.

d) প্ৰথম আৰু তৃতীয় উত্তৰ

উত্তৰঃ 

v) মিটাৰতকৈ ডাঙৰ একক

a) মিমি.

b) ছেমি.

c) কিমি.

d) দ্বিতীয় আৰু তৃতীয় উত্তৰ

উত্তৰঃ  

vi) তলত দিয়া এককবোৰ কোনটো সময়ৰ একক নহয়-

a) ঘণ্টা

b) মিনিট

c) ছেকেণ্ড

d) ছেমি.

উত্তৰঃ 

vii) ফুটতকৈ ডাঙৰ একক-

a) য়াৰ্ড

b) ইঞ্চি

c) মাইল

d) প্ৰথম আৰু তৃতীয় উত্তৰ

উত্তৰঃ

২. চমু উত্তৰ দিয়া।

a ) পেট্রল বা ডিজেলেৰে চলা তিনিবিধ বাহনৰ নাম লিখা।

উত্তৰঃ 

b ) এক বেগেত বা এবেগেত মানে কি?

উত্তৰঃ 

c ) এক ইঞ্চত 2.54 ছেমি. হলে এক ফুটত কিমান ছেমি. হ’ব?

উত্তৰঃ 

d ) আঙুল-বেগেত-হাত আদি এককবােৰ ব্যৱহাৰ কৰাত অসুবিধা কি?

উত্তৰঃ 

e ) মানক একক কি?

উত্তৰঃ 

f ) মাপনী-ফিটা ব্যৱহাৰৰ সুবিধাবােৰ কি?

উত্তৰঃ 

g ) সৰলৰৈখিক গতি আৰু বৃত্তীয় গতি কি?

উত্তৰঃ সৰলৰৈখিক গতি- 

বৃত্তীয় গতি- 

h ) বৃত্তীয় গতিৰ তিনিটা উদাহৰণ দিয়া।

উত্তৰঃ 

i ) পর্যাবৃত্ত গতিৰ তিনিটা উদাহৰণ দিয়া।

উত্তৰঃ 

j ) ঘড়ীৰ ছেকেণ্ড, মিনিট আৰু ঘণ্টাৰ কাঁটাকেইডালে এপাক ঘূৰিবলৈ কিমান সময় লয়?

উত্তৰঃ 

k ) আমাৰ পৃথিৱীখন কি কি গতিৰে গতিশীল?

উত্তৰঃ 

3. তিনিটা বা চাৰিটা বাক্যত উত্তৰ দিয়া।

a ) বেঁকা ৰেখাৰ দীঘ কেনেদৰে জুখিবা লিখা।

উত্তৰঃ 

b ) এক মাইল আৰু এক কিল’মিটাৰৰ মাজত কোনটো ডাঙৰ হিচাপ কৰি দেখুওৱা।

উত্তৰঃ 

c ) দৈর্ঘ্যৰ জোখ লওঁতে ল’বলগীয়া সাৱধানতাসমূহ কি কি?

উত্তৰঃ 

d ) সকলাে সময়তে গতিশীল হৈ থকা তিনিবিধ বস্তুৰ নাম লিখা। 

উত্তৰঃ

e ) সকলাে সময়তে স্থিতিশীল পাঁচবিধ বস্তুৰ নাম লিখা।

উত্তৰঃ