Class 12 Assamese Chapter 1 Question paper

মোৰ মাতৃমুখ দৰ্শন

H.S. পৰীক্ষাত অহা প্ৰশ্নসমূহ

(ক) অতি চমু প্রশ্নাৱলীঃ                                     মূল্যাংক : ১

১। ‘মোৰ মাতৃমুখ দৰ্শনশীৰ্ষক পাঠটো কৰপৰা সংগ্ৰহ কৰা হৈছে? [HS ‘17]

২। ‘মাথা পোট’ শব্দৰ অৰ্থ কি? [HS’18]

(খ) চমু প্রশ্নাৱলী :                                            মূল্যাংক : ২/৩

১। লক্ষ্মীনাথ বেজবৰুৱাক কিয় অসমীয়া চুটিগল্পৰ জনক বুলি কোৱা হয় ? [HS ‘17]

(গ) ৰচনাধৰ্মী প্ৰশ্নাৱলী :     মূল্যাংক : ৪/৫

১। ‘মোৰ মাতৃমুখ দৰ্শনশীৰ্ষক পাঠটিৰ লেখকে সম্বলপুৰৰ পৰা গুৱাহাটীলৈ কৰা ৰেল যাত্ৰাৰ এটি বিৱৰণ আগবঢ়োৱা ৷ [HS ‘17]

 ২। “মোৰ মাতৃমুখ দর্শন শীর্ষক পাঠটিত লেখকৰ অন্তৰৰ জাতিপ্ৰেম কিদৰে প্ৰকাশ পাইছে চমুকৈ আলোচনা কৰা ৷ [HS ‘17]

৩।বেজবৰুৱাই উল্লেখ কৰা ‘মাজিউ’ আৰু জ্ঞানকোন আছিল ? [HS ‘18]

Type: Himashree Bora.