Class 12 Assamese Chapter 2 Question Paper

মগনিয়াৰ

H.S. পৰীক্ষাত অহা প্ৰশ্নসমূহ

(ক) অতি চমু প্রশ্নাৱলী :                             মূল্যাংক : ১

১। সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিকগৰাকী কোন? [HS 12]

২। অসমীয়া ভাষাৰ প্ৰথমগৰাকী ‘কথা কবিতা’ ৰচক কোন ? [HS ‘13, 16]

(খ) যতীন্দ্ৰনাথ দুৱৰাই ৰচনা কৰা কথা-কবিতাৰ পুথিখনৰ নাম কি ? [HS ‘14, ‘17]

৪। ‘ওমৰ তীথকাব্যপুথিৰ মূল কি? [HS ‘15,18]

(খ) চমু প্রশ্নাৱলী :                                               মূল্যাংক : ২/৩

১। ‘মগনিয়াৰ’ জনৰ শৰীৰৰ চমু বৰ্ণনা দিয়া ৷ [HS ‘12,16]

২। ডঃ বাণীকান্ত কাকতিয়ে দুৱৰাৰ ‘কথা কবিতাৰ বিষয়ে কি মন্তব্য কৰিছিল? [HS ‘12]

৩। যতীন্দ্ৰনাথ দুৱৰাই কোনখন কাব্যপুথিৰ বাবে কিমান চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল ? [HS 13,15]

৪। যতীন্দ্ৰনাথ দুৱৰাই ৰচনা কৰা দুখন কবিতা পুথিৰ নাম লিখা । [HS ‘14, ‘17]

৫। যতীন্দ্ৰনাথ দুৱৰাৰ ‘মগনিয়াৰ’ কথা-কবিতাটো কোনগৰাকী ৰুচ সাহিত্যিকৰ কোনটো কবিতাৰ লগত সাদৃশ্য আছে? [HS ‘15]

৬। কথা-কবিতাৰ দুটা বৈশিষ্ট্য লিখা। [HS ‘18]

(গ) ৰচনাধৰ্মী প্রশ্নাৱলী :                                                                               মূল্যাংক : ৪/৫

১। “ককাই, মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই।‘— কোনে, কি প্ৰসংগত এই কথাখিনি কৈছিল জুকিয়াই লিখা। [HS ‘13]

২। কথা-কবিতা বুলিলে কি বুজা ? ইয়াৰ দুটা বৈশিষ্ট্য লিখা। [HS ‘14]

৩। “কি হল একো কথা নাহ — ইয়াৰ কাৰণে অশেষ

ধন্যবাদ — ইও যে এটা দান।” কথাষাৰ কোনে কি

প্রসঙ্গত কৈছিল ? কথাষাৰিৰ তাৎপৰ্য বুজাই লিখা। [HS ‘17]

Type: Himashree Bora.