Class 12 Assamese Chapter 5 Question Paper (Part-1)

ভাৰতীয় আদৰ্শত বৈৰাগ্য

H.S. পৰীক্ষাত অহা প্ৰশ্নসমূহ

(ক) অতি চমু প্রশ্নাৱলী :                                                                     মূল্যাংক : ১

১। ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ কি ? [HS ‘12]

২। পঞ্চপুষ্পপুথিখনৰ ৰচক কোন ? [HS ‘13]

৩। কৰ্ম কৰা কৌশলক ভগৱদগীতাত কি বুলি অভিহিত কৰিছে ?[HS ‘13,14]

৪। কামসেন্দুৰকবিতা পুথিখনৰ ৰচক কোন? [HS ‘15]

৫। প্রকৃত ত্যাগ বুলিলে কি বুজা ? [HS ‘16]

৬। তীৰ্থনাথ শৰ্মাৰ কবিতা পুথিখনিৰ নাম কি? [HS ‘16]

৭। তীৰ্থনাথ শৰ্মা কোনখন মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল? [HS ‘17]

৮। ‘বৈৰাগ্যশব্দৰ অৰ্থ কি ? [HS’18]

(খ) চমু প্রশ্নাৱলী :                                 মূল্যাংক : ২/৩

নিত্য অধ্যয়নৰ গুৰুত্ব কেনেকুৱা ? [HS ‘12]

২। ব্যক্তিৰ দায়িত্বৰ পৰিধি কেনে ধৰণৰ? [HS ‘14]

৩। প্ৰকৃততে ত্যাগ বা বৈৰাগ্য কি? [HS ‘15]

৪। শৰীৰধাৰী মানুহৰ কিহৰ বাহিৰে আন উপায় নাই ? [HS ‘16]

৫। ঋকবেদৰ মন্ত্ৰবিলাকত কিহৰ পৰিচয় পোৱা যায় ?[HS ‘17]

৬। অতিথি দেৱো ভবমানে কি? [HS ‘18]

গ) ৰচনাধর্মী প্রশ্নাৱলী :                                 মূল্যাংক : ৪/৫

১। ভাৰতীয় আদৰ্শত ত্যাগ আৰু বৈৰাগ্যৰ স্থান কত বুলি কোৱা হৈছে? গার্হস্থ্য জীৱনত প্ৰৱেশ কৰিবলৈ ওলোৱা বিদ্যাৰ্থীক গুৰুৱে কি উপদেশ দিছিল ? [HS ‘12]

২। চাৰি আশ্ৰম বুলিলে কি বুজা ? চাৰি আশ্ৰমৰ বিষয়ে চমুকৈ লিখা ।[HS’13,’16,’18]

৩। উপনিষদৰ কৰ্ম-যোগ কি? [HS ‘14]

৪। ঈশোপনিষদৰ প্ৰথম মন্ত্ৰটিৰ বিধিবাক্যটো কি আৰু তাৰ অৰ্থ কেনেধৰণৰ? [HS ‘14]

৫। গুৰুৱে বিদ্যাৰ্থীক অধ্যয়ন সমাপ্ত হোৱাৰ পিছত কি কি উপদেশ দিছিল? [HS ‘15]

৬। ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ বেদ’– কথাষাৰ বহলাই লিখা। [HS ‘17]

Type: Himashree Bora