Class 12 Assamese Chapter 4 Question Paper (Part-4)

হস্তিবিদ্যাৰ্ণৱ পুথি

H.S. পৰীক্ষাত অহা প্ৰশ্নসমূহ

(ক) অতি চমু প্রশ্নাৱলী :                                 মূল্যাংক : ১

১। ‘হস্তি-বিদ্যাৰ্ণৱ পুথিপাঠটি কৰ পৰা সংগ্ৰহ কৰা হৈছে ? [HS ‘17]

২। কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যাপকৰ নাম কি? [HS ‘18]

(খ) চমু প্রশ্নাৱলী :                                        মূল্যাংক : ২/৩

১। ‘হস্তি-বিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ পুথিখন কোনে কেতিয়া ৰচনা কৰিছিল?

[HS ‘17]

২। পুৰণি অসমীয়া সচিত্ৰ পুথি দুখনৰ নাম লিখা । [HS ‘18]

(গ) ৰচনাধৰ্মী প্রশ্নাবলী :                         মূল্যাংক : ৪/৫

১। ‘অসম হাতীপ্রধান দেশ’— হস্তিবিদ্যাৰ্ণৱ পুথি শীৰ্ষক প্ৰবন্ধটোৰ লেখকে কি প্ৰসঙ্গত এই কথাষাৰ অৱতাৰণা কৰিছিল বুজাই লিখা ৷ [HS ‘17]

২। হস্তিবিদ্যাৰ্ণৱ পুথিৰ বিষয়বস্তুৰ এটি আভাস দিয়া । [HS ‘18]

Type: Himashree Bora.