Lesson 6 | Class 6 Mahapurush Shankerdev Answer Assam Jatiya Bidyalay | Class VI Mahapurush Shankerdev Notes And Solution | Class 6 Mahapurush Sankerdev Question And Answer Assam Jatiya Bidyalay | প্ৰথম অধ্যায় | ষষ্ঠ শ্ৰেণীৰ মহাপুৰুষ শংকৰদেৱ উত্তৰ জাতিয় বিদ্যালয় | ষষ্ঠ শ্ৰেণীৰ মহাপুৰুষ শংকৰদেৱৰ ষষ্ঠ অধ্যায় অধ্যায় প্ৰশ্ন উত্তৰ অসম জাতিয় বিদ্যালয় |

অনুশীলনীঃ

১। শংকৰে অ- ফলা আৰু ক- ফলা দুখন লিখিবলৈ শিকি উঠিয়েই আ- কাৰ, ই- কাৰ নোহোৱাকৈ কোনটো কবিতা লিখিছিল ? কবিতাটি মুখস্থ লিখাঁ ।

উত্তৰঃ- 

“কৰতল কমল কমল-দল নয়ন।

ভবদব গহন গহন বন শয়ন।।নপৰ নপৰ পৰ সতৰত গময়।
সভয় মভয় ভয় মমহৰ সততয়।
খৰতৰ বৰশৰ হত দশ বদন।
খগচৰ নগধৰ ফণধৰ শয়ন।।
জগদঘ মপহৰ ভয়ভয় তৰণ।
পৰপদ লয় কৰ কমলজ নয়ন।।

২। শংকৰ ‘শংকৰদেৱ’ নামেৰে কেতিয়াৰপৰা আৰু কিয় পৰিচিত হয় ? খৰচি মাৰি লিখাঁ ।

উত্তৰঃ- শংকৰ ‘শংকৰদেৱ’ নামেৰে তেখেতে আ-কাৰ আৰু ই-কাৰ নোহোৱকৈ কবিতাটো লিখাৰ পৰাই। কবিতাটো লিখাৰ কাৰণে।

৩। গুৰুগৃহৰপৰা শংকৰে লগত লৈ অহা সম্পদবিধ কি ? কেনেকুৱা সম্পদ ?

উত্তৰঃ- গুৰুগৃহৰ পৰা শংকৰে লৈ অহা সম্পদবিধ বিদ্যা। আৰু ই অমূল্য সম্পদ।

Question Type : Sumit Patar

Answer Type : Himanku Bora

Post ID : DABP006621