Lesson 9 | Class 6 Mahapurush Shankerdev Answer Assam Jatiya Bidyalay | Class VI Mahapurush Shankerdev Notes And Solution | Class 6 Mahapurush Sankerdev Question And Answer Assam Jatiya Bidyalay | প্ৰথম অধ্যায় | ষষ্ঠ শ্ৰেণীৰ মহাপুৰুষ শংকৰদেৱ উত্তৰ জাতিয় বিদ্যালয় | ষষ্ঠ শ্ৰেণীৰ মহাপুৰুষ শংকৰদেৱৰ নৱম অধ্যায় প্ৰশ্ন উত্তৰ অসম জাতিয় বিদ্যালয় কোন কোন ওলাইছিল ? তেওঁলোকে কি কি ঠাই চাইছিল ?

অনুশীলনীঃ

১। শংকৰদেৱে বৰদোৱা কিয় এৰিব লগা হৈছিল? শংকৰদেৱৰ অজ্ঞাতে ভৃঞাসকলে কৰা কামটো কি আছিল?

উত্তৰঃ- শংকৰদেৱৰ অজানিতে এইদৰে কছাৰীসকলক বধ কৰাৰ বাবে ভুঞাসকলক তেওঁ দোষাৰোপ কৰিলে। এই কাৰণতেই শংকৰদেৱ বৰদোৱা এৰিব লগা হৈছিল। শংকৰদেৱৰ অজ্ঞাতে ভুঞাসকলে বুদ্ধি কৰি কছাৰীসকলক ভোজ খাবলৈ মাতি আনি কিছুমানক মাৰি পেলালে আৰু কিছুমান পলাই সাৰিল।

Question Type : Sumit Patar

Answer Type : Himanku Bora

Post ID : DABP006633