অখণ্ড সংখ্য়া | Lesson 1 | Exercise 1(C) | Class 7 Maths Solution Sankardev School Assam | Class 7 Mathematics Solution Sankardev School Assamese Medium | শংকৰদেৱ স্কুলৰ সপ্তম শ্ৰেণীৰ গণিতৰ প্ৰশ্ন উত্তৰ |

অখণ্ড সংখ্য়া

পাঠ ১

অনুশীলনী 1(C)

1. পূৰণ কৰা 一(a) (-4) x 9= -36
(b) 16 x (-8)

-128
(c) (-15) x (-17)

255
(d) (-251) x (-1)

= 251
(e) (181) x (-5)

-905
(f) (-13) x (-1) x (11)

143

(g) (15) x (-9) x (-4)

540
(h) (-48) x (-5) x (-4)

-960
(i) (-3) x (-21) x (-5) x (-8)

2520
(j) (11) x (-15) x (-1) x (-1) x (-1)

165

2. সত্য়াপন কৰা 一

(a) 21 x [(-5) + 6] = 21 x (-5) + 21 x 6

L.H.S:21 x [(-5) + 6]

= 21 x (6 – 5)

= 21 x 1

= 21
R.H.S:

21 x (-5) + 21 x 6

= (-105) + 126

= 21

∴ L.H.S = R.H.S
(b) [(-61) x (-8)] x (-5) = (-61) x [(-8) x (-5)]

L.H.S:

[(-61) x (-8)] x (-5)

= 488 x (-5)

= -2440
R.H.S: 

(-61) x [(-8) x (-5)]

= (-61) x 40

= -2440

∴ L.H.S = R.H.S
(c) (-58) x (-9) = (-9) x (-58)

L.H.S:

(-58) x (-9)

= 522
R.H.S:

 (-9) x (-58)

= 522

∴ L.H.S = R.H.S

3. (a) দুটা অখণ্ড সংখ্য়াৰ পূৰণফল 41; তাৰে এটা (-1) হ’লে আনটো কি?

উত্তৰঃ 41 ÷ (-1) = (-41)∴ আনটো সংখ্য়া হৈছে (-41)
(b) দুটা অখণ্ড সংখ্য়াৰ পূৰণফল (-24) হ’লে সংখ্য়া দুটা কি কি হ’ব পাৰে নিৰ্ণয় কৰা।

উত্তৰঃ সংখ্য়া দুটা 2 আৰু (-12) হ’ব পাৰে।
(c) দুটা অখণ্ড সংখ্য়াৰ পূৰণফল 32 হ’লে সংখ্য়া দুটা কি কি?

উত্তৰঃ সংখ্য়া দুটা 4 আৰু 8 হ’ব পাৰে।

4. হৰণ কৰা 一 (a) 21 ÷ (-3)= -7
(b) (-35) ÷ 7= -5
(c) (-63) ÷ -9= 7
(d) 0 ÷ (-8)= 0
(e) (-105) ÷ (-1)= 105
(f) [(-8) x 9] ÷ (-18)= (-72) ÷ (-18)= 4
(g) [(-51) + 50] ÷ [15+ (-16)]= (-2550) ÷ (-1)= 2550
(h) [(-5) x 7] ÷ [5 x (-7)]= (-35) ÷ (-35)= 1

5. (i) যদি a ÷ (-7) = 6 তেন্তে অখণ্ড সংখ্য়া a উলিওৱা।

উত্তৰঃ a ÷ (-7) = 6⇒ a = 6 x (-7)⇒ a = -42
(ii) যদি 105 ÷ b = 15 তেন্তে b ৰ ঠাইত কি অখণ্ড সংখ্য়া পাতিব পৰা যাব?

উত্তৰঃ 105 ÷ b = 15

⇒ 105 = 15 x b

⇒ b = 105 ÷ 15

⇒ b = 7

∴ ৰ ঠাইত 7 পাতিব পৰা যাব।
(iii) a, b আৰু p অখণ্ড সংখ্য়া। এতিয়া (a +b) ÷ (a – b) = p হোৱাকৈ a, b আৰু p ৰ পাণচটা অখণ্ড সংখ্য়াৰ গোট নিৰ্ণয় কৰা।

উত্তৰঃ গোটঃ(i) a = 6b

= 2আৰু p = 2

(ii) a = 10b

= 5আৰু p = 3

(iii) a = 15b

= 10আৰু p = 5

(iv) a = 8b

= 4আৰু p = 3

(v) a = 12b

= 6আৰু p = 3
6. তলত দিয়া প্ৰতিটো গোট সৰল কৰা আৰু যি যি মান পালা সেইবিলাক সমান হয়নে পৰ্যবেক্ষণ কৰা।

(i) (5 x 4) + 7= 20 + 7= 27
(ii) [(-5) x (-4)] + 7= 20 + 7= 27
(iii) 7 + (5 x 4)= 7 + 20= 27
(iv) 7 + [(-5) x (-4)]= 7 + 20= 27
(v) 7 + [(-4) x (-5)]= 7 + 20= 27
(vi) (4 x 5) + 7= 20 + 7= 27
(vii) 7 + [-{-(4 x 5)}]= 7 + 20= 27
(viii) -[-7+{-(4 x 5)}]= -[-7 + (-20)]=-(-27)= 27
(ix) {(5 x 4) ÷ 2} + 10 + 7= (20 ÷ 2) + 17= 10 + 17= 27
(x) 5 x 4 ÷ 2 + 10 + 7= 20 ÷ 2 + 10 + 7= 10 + 17= 27
-Hiru Moni Bora

Post ID : DABP004153