অৰ্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা । পাঠ ১৬ । Chapter 16 | Class 7 Social Science Sankardev Question And Answer Sankardev School | Class 7 Social Science Suggestion Sankardev School | Class 7 Social Science Notes Sankardev School | সপ্তম মান শ্ৰেণীৰ সমাজ বিজ্ঞান সহায়িকা । ভাৰতী সমাজ বিজ্ঞান সপ্তম শ্ৰেণীৰ প্ৰশ্ন আৰু উত্তৰ

অৰ্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা 


পাঠ – ১৬ 

অনুশীলনী 

(ক) চমু উত্তৰ দিয়া –

১। আন্তঃগাঁথনি বুলিলে কি বুজা ? 

উত্তৰঃ কোনো কাৰ্য কৰিবলৈ বাবে বুনিয়াদী আৰু অত্যন্ত আৱশ্যকীয় সা-সুবিধাবিলাককে আন্তঃগাঁথনি বুলি কোৱা হয়।

২। অর্থনৈতিক আন্তঃগাঁথনিৰ দুটা উদাহৰণ দিয়া । 

উত্তৰঃ অৰ্থনাতিক আন্তঃগাঁথনিৰ দুটা উদাহৰণ হ’ল- ৰাস্তা-ঘাট আৰু দলং।

৩। সামাজিক আন্তঃগাঁথনিৰ দুটা উদাহৰণ দিয়া । 

উত্তৰঃ সামাজিক আন্তঃগাঁথনিৰ দুটা উদাহৰণ হ’ল- শিক্ষা ব্যৱস্থা আৰু স্বাস্থ্য সেৱা ব্যৱস্থা।

৪। ভাৰতৰ পৰিবহণ ব্যৱস্থাবােৰ কি কি ? 

উত্তৰঃ ভাৰতৰ পৰিবহণ ব্যৱস্থাবােৰ হ’ল- (ক) পথ পৰিবহণ, (খ) ৰে’ল পৰিবহণ, (গ) বিমান পৰিবহণ, (ঘ) জল পৰিবহণ আৰু (ঙ) ইন্ধন পৰিবহণ (পাইপলাইন)।

৫। আটাইতকৈ সস্তীয়া পৰিবহণ ব্যৱস্থাটো কি ?

উত্তৰঃ আটাইতকৈ সস্তীয়া পৰিবহণ ব্যৱস্থাটো হ’ল জল পৰিবহণ ।

৬। প্রাথমিক শিক্ষাক শিশুৰ মৌলিক অধিকাৰ বুলি কোনে স্বীকৃতি দিছে ? 

উত্তৰঃ 

৭। শিক্ষাৰ অধিকাৰ আইনখন কোন চনত গৃহীত হৈছিল ? 

উত্তৰঃ শিক্ষাৰ অধিকাৰ আইনখন ২০০৯ চনত গৃহীত হৈছিল।

৮। নিৰক্ষৰতাক কিয় সামাজিক ব্যাধি বুলি কোৱা হয় ? 

উত্তৰঃ 

৯। ভাৰতীয় মানুহৰ জীৱিকাৰ প্রধান উপায় কি ? 

উত্তৰঃ ভাৰতীয় মানুহৰ জীৱিকাৰ প্রধান উপায় হ’ল কৃষি।

১০। কৃষি খণ্ডৰ বাবে ভাৰত চৰকাৰে কি কি ব্যৱস্থা গ্ৰহণ কৰিছে ? 

উত্তৰঃ কৃষি খণ্ডৰ বাবে ভাৰত চৰকাৰে(যেনে- মধ্য স্বত্বাধিকাৰীৰ বিলোপ সাধন, মালিকীস্বত্বৰ সংস্কাৰ সাধন, ব্যক্তিগত ক্ষেত্ৰত কৃষিভূমিৰ সৰ্বোচ্চ সীমা নিৰ্দ্ধাৰণ, ভূমি একত্ৰীকৰণৰ ব্যৱস্থা গ্ৰহণ, ভূমি সংৰক্ষণ ব্যৱস্থা ), সমবায় কৃষি ব্যৱস্থা, মিশ্ৰ কৃষি ব্যৱস্থা, বিস্তৃত আৰু পৌনঃপুনিক কৃষি ব্যৱস্থা গ্ৰহণ কৰিছে। 

১১। সেউজ বিপ্লৱ বুলিলে কি বুজা ? 

উত্তৰঃ

১২। স্বাস্থ্য সেৱাৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা আঁচনি দুখনৰ বিষয়ে লিখা । 

উত্তৰঃ 

১৩। অসমৰ দুটা বিদ্যুৎ প্রকল্পৰ নাম লিখা । 

উত্তৰঃ অসমৰ দুটা বিদ্যুৎ প্রকল্পৰ নাম হ’ল- জলবিদ্যুত প্ৰকল্প আৰু গেছ।

১৪। অসমৰ বিদ্যুৎ প্রকল্পই আমাৰ চাহিদা পূৰণ কৰিব পাৰিছেনে ? তােমাৰ উত্তৰৰ সমৰ্থনত যুক্তি দিয়া ।

উত্তৰঃ

 ( খ ) চমু টোকা লিখা— 

( ক ) ৰাষ্ট্ৰীয় গ্রাম্য নিয়ােগ নিশ্চিতকৰণ আঁচনি । 

( খ ) সর্বশিক্ষা অভিযান মিছন ।

 শিক্ষকক সুধি লােৱা-

১। অসমত ৰেল সেৱা কোন চনত আৰম্ভ হৈছিল ? 

উত্তৰঃ

২। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ সদৰ কার্যালয়টো ক’ত ? 

উত্তৰঃ

৩। অসমৰ বিমান ঘাটীকেইটা ক’ত ক’ত আছে ? 

উত্তৰঃ

৪। অসমৰ প্রধান জাহাজ ঘাট দুটাৰ নাম কি ? 

উত্তৰঃ

৫। জংচন কাক বােলে ? অসমৰ পাঁচটা জংচনৰ নাম লিখা ।

উত্তৰঃ

Type Sri Sourab Bora 

Post ID : DABP006038