ওপৰেদি উৰি যায়,নহয় শৰালি,জাপ মাৰি মাছ ধৰে নহয় বিড়ালী । নেপুৰ নহয় সিটো ৰুণজুন কৰে, বন্দুক নহয় সেটো পেছদিহে মাৰে ?

উত্তৰঃমাছ মৰা জালখন