কাৰ্বন আৰু যৌগ | Class 10 General Science Question Paper | Class 10 General Science All Question | 2010 to 2020 All Class 10 Question in General Scince Book | ২০১১ৰ চনৰ পৰা ২০২০ লৈ | দশম মান শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন | Class 10 General Science Book Question Bank |

কাৰ্বন আৰু যৌগ

অধ্য়ায়- 4 

A. অতি চমু প্রশ্নাৱলীঃ মূল্যাংক : 1 1. লোহা জোৰ দিয়া সময়ত (Welding) অক্সিজেন আৰু ইথাইনৰ মিশ্ৰণ দহন কৰা হয়। ইথাইনৰ লগত বায়ুৰ মিশ্ৰণ কিয় ব্যৱহাৰ কৰা নহয় ? [HSLC ‘ 15, ’19] 2. প্ৰ’পেনৰ অণু এটাত [HSLC 15] (a) 10 সহযোজী বান্ধনি থাকে

(b) 9 সহযোজী বান্ধনি থাকে (c) 8 সহযোজী বান্ধনি থাকে (d) 11 সহযোজী বান্ধনি থাকে

3. ইথেনৰ ইলেকট্রন বিন্দু গঠন আঁকা । [HSLC ’16] 4. তলৰ যৌগটোৰ গঠন আঁকা : ইথানয়িক এছিড [HSLC ’16] 5. এটা প্ৰতিস্থাপন বিক্ৰয়াৰ উদাহৰণ ৰাসায়নিক সমীকৰণ এটাৰ সহায়ত দিয়া [HSLC ’16] 6. অধিক পৰিমাণ গাঢ় ছালফিউৰিক এছিডৰ সৈতে ইথানল উত্তপ্ত কৰিলে কি ঘটে? প্রয়োজনীয় ৰাসায়নিক সমীকৰণ লিখা । [HSLC ’16] 7. ৰাসায়নিক সমীকৰণৰ সৈতে দহন বিক্ৰিয়া এটাৰ উদাহৰণ দিয়া । [HSLC ’16]

8. তলত দিয়া কোনবোৰ একে সমগণীয় শ্ৰেণীৰ অন্তৰ্গত ?

C, H2, C4Hg, C4Hg, C,H, [HSLC ’17] 9. চাইক্ল’পেণ্টেনৰ সংকেত আৰু ইলেকট্রন বিন্দু গঠন লিখা। [HSLC 17] 10. ব্ৰম’পেন্টেনৰ গঠন চিত্র আঁকা। [HSLC 17]

11. আয়নীয় যৌগৰ গলনাংক কিয় বেছি? [HSLC 17] 12. তলৰ যৌগবোৰৰ নামবোৰ লিখা : [HSLC ‘ 18]

(i) CH,-CH,-Br

H

(ii) H-C=O

13. ইথানলক ইথানয়িক এচিডলৈ ৰূপান্তৰ কৰাটো কিয় এটা জাৰণ বিক্রিয়া? [HSLC ’18]

14. বিউটান’নৰ গঠন চিত্র আঁকা । [HSLC ‘ 18]

15. তলৰ কোনবিলাক হাইড্ৰ’কার্বনে যোগাত্মক বিক্রিয়া দেখুৱায়? [HSLC ‘ 19] C,H, C,H,, C,H, C, H, আৰু CH

16. তলৰ যৌগসমূহৰ নাম লিখা : [HSLC ’19]

(i) H-C-C-C-C = C-H I I. I. HHH H-C-C-C-0 T HH

17. যোগাত্মক বিক্রিয়া দেখুওৱা দুটা হাইড্ৰ’কাৰ্বনৰ নাম লিখা । [HSLC 19]

18. উদাহৰণেৰে সৈতে মৌল এটাৰ “বহুৰূপ’ (allotrope)ৰ সংজ্ঞা লিখা । [HSLC 20]

19. কেটিনেচন কাক বোলে ? [HSLC 20]

20. (C,Ho) বিউটেনৰ সমযোগীবোৰৰ গঠন সংকেত আঁকা [HSLC ’20]

21. ব্ৰ’ম’বিউটেনৰ সমযোগীবোৰৰ গঠন সংকেত আঁকা । [HSLC ’20]

B. চমু প্ৰশ্নাৱলীঃ মূল্যাংক : 2/3

1. ইথানলক ইথান’য়িক এচিডলৈ ৰূপান্তৰ কৰাটো কিয় এটা জাৰণ বিক্রিয়া? বিক্ৰিয়াটো লিখা । [HSLC ‘ 15]

2. পৰীক্ষাৰ সহায়ত এলক’হল আৰু কাৰ্বক্সিলিক এছিডৰ মাজৰ প্রভেদ কিদৰে দেখুৱাব পাৰি ? [HSLC ‘ 15]

3. কাৰ্বনৰ কোন দুটা ধৰ্মৰ বাবে আমি আমাৰ চাৰিওফালে অজস্র কার্বন যৌগ পাওঁ । [HSLC 16]
4. সমগণীয় শ্রেণী কাক বোলে ? দুটা সমগণীয় শ্ৰেণীৰ নাম লিখা। [HSLC’ 16,]

5. তলৰ কোনবোৰ হাইড্ৰ’কার্বনে যোগাত্মক বিক্রিয়া দেখুৱায় ? [HSLC ’16]

C, H,C,H, C, H, CH

6. ইথানলৰ লগত ছ’ডিয়াম ধাতু যোগ কৰিলে কি ঘটে? বিক্ৰিয়াটোৰ প্ৰয়োজনীয় ৰাসায়নিক সমীকৰণ লিখা ? [HSLC ‘ 17]

7. হাইড্ৰ’জেনছন বিক্রিয়া কি? এটা উদাহৰণ দিয়া । [HSLC ’17]

8. পৰীক্ষাৰ সহায়ত এলক ‘হল আৰু কাৰ্বক্সিলিক এছিডৰ মাজৰ পাৰ্থক্য কেনেদৰে দেখুৱাবা ? ৰাসায়নিক সমীকৰণ লিখা । [HSLC ’17, ’20]

9. বিউটেনৰ (C,H) বাবে কিমানটা গঠন সমযোগী আঁকিব পাৰিবা? প্ৰতিটোৰ নাম লিখা ৷ [HSLC ‘ 17]

10. ক্ষাৰকীয় KMnO, নাইবা আম্লিক K, Cr, O, ৰ সৈতে ইথানলক উত্তপ্ত কৰিলে কি ঘটে ? বিক্ৰিয়াটোৰ প্ৰয়োজনীয় ৰাসায়নিক সমীকৰণ লিখা । [HSLC 18]

11. এটা উদাহৰণেৰে সৈতে প্ৰতিস্থাপন বিক্রিয়া ব্যাখ্যা কৰা । [HSLC ‘ 18] 12. ছ’ডিয়াম কার্বনেটৰ সৈতে ইথান ’য়িক এছিডে বিক্ৰিয়া কৰিলে কি কি বিক্রিয়াজাত পদার্থ উৎপন্ন হয়? বিক্ৰিয়াটোৰ ৰাসায়নিক সমীকৰণ লিখা ।

[HSLC ‘ 18]

13. চাবোনৰ মলি আঁতৰোৱাৰ প্ৰক্ৰিয়া ব্যাখ্যা কৰা । [HSLC 18]

14. এষ্টাৰিভৱন বিক্ৰিয়া কি? এছিড অনুঘটকৰ উপস্থিতিত ইথানয়িক এছিডে ইথানলৰ লগত বিক্ৰিয়া কৰিলে উৎপন্ন হোৱা পদাৰ্থটোৰ নাম আৰু গঠন লিখা [HSLC 19] 15. তলত দিয়া যৌগবোৰৰ গঠন-চিত্র আঁকা : [HSLC ‘ 19]

(i) হেক্সানেল (ii) প্ৰ’পান’ন 16. সমগণীয় শ্রেণী কাক বোলে ? উদাহৰণ দি বুজাই লিখা । [HSLC ’19]

17. ইথানয়িক এছিডে কার্বনেট আৰু হাইড্ৰ’জেন কার্বনেটৰ লগত কিদৰে বিক্ৰিয়া কৰে? ৰাসায়নিক বিক্ৰিয়াবোৰ লিখা [HSLC ’20]

18. চাবোনৰ মলি আঁতৰোৱাৰ প্ৰক্ৰিয়া বাখ্যা কৰা[HSLC ’20]

C. ৰচনাধর্মী প্ৰশ্নাৱলী মূল্যাংক : 4/5

1. এটা জৈৱ যৌগ ‘A’ আচাৰ সংৰক্ষণত বহুল ভাবে ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ আণৱিক সংকেত C,H, O, । এই যৌগটোৱে ইথানলৰ লগত বিক্ৰিয়া কৰি এটা সুগন্ধি দ্রব্য ‘B’ উৎপন্ন কৰে। [HSLC ’15]

(i) ‘A’ যৌগটো চিনাক্ত কৰা।

(ii) এই যৌগটোৱে ইথানলৰ লগত বিক্ৰিয়া কৰি ‘B’ যৌগ উৎপন্ন কৰা বিক্ৰিয়াটোৰ ৰাসায়নিক সমীকৰণটো লিখা ।

(iii) ‘B’ যৌগটোৰ পৰা ‘A’ যৌগটো পুনৰ কেনেকৈ ঘূৰাই পাব পাৰি ?

(iv) ‘B’ যৌগটোক ‘A’ যৌগলৈ কৰা ৰূপান্তৰ প্ৰক্ৰিয়াটোৰ নাম আৰু ইয়াৰ ৰাসায়নিক সমীকৰণ লিখা ।

Type by- Bikul mandal