মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন | Class 10 General Science Question Paper | Class 10 General Science All Question | 2010 to 2020 All Class 10 Question in General Scince Book | ২০১১ৰ চনৰ পৰা ২০২০ লৈ | দশম মান শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন | Class 10 General Science Book Question Bank |

মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন 

 অধ্য়ায়- 5 

অতি চমু প্রশ্নাবলী : মূল্যাংক : 1

শুদ্ধ উত্তৰটো লিখা-

1. মৌলৰ পৰ্য্যাবৃত্ত তালিকাৰ পৰ্য্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ পাৰমাণবিক ব্যাসার্ধ ক্রমান্বয়ে [HSLC ’16] (a) বাঢ়ে (b) কমে (c) একেই থাকে (d) ওপৰৰ এটাও নহয়।

2. এটা পৰমাণুৰ ইলেকট্ৰনীয় বিন্যাস হ’ল 2, 8, 7 । তলৰ মৌলবোৰৰ কোনটোৰ সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব? (বন্ধনিৰ ভিতৰত পাৰমাণৱিক সংখ্যাবোৰ দিয়া হৈছে) [HSLC ’17, ’20]

(a) N (7) (b) F(9)

(c) P (15)

(d) Ar (18)

3. মৌল Xয়ে XCI, সংকেতৰ ক্ল’ৰাইড গঠন কৰে। ই উচ্চ গলনাংকযুক্ত এটা গোটা পদাৰ্থ । মৌল X তলৰ কোনটোৰ সৈতে একেটা বৰ্গত থকাৰ সম্ভাৱনা সবাতোকৈ বেছি? [HSLC ‘ 19] (i) Na

(ii) Mg

(iii) Al (iv) Si 4. দুটা মৌল A আৰু B ৰ পাৰমাণৱিক সংখ্যা যথাক্রমে 12 আৰু 17. [HSLC 17] (i) A আৰু B ৰ ইলেকট্রনীয় বিন্যাস লিখা। (ii) A আৰু B ৰ মাজত কোন প্ৰকাৰৰ বান্ধনি গঠন হ’ব ? I

(iii) A আৰু Bৰ মাজত গঠন হোৱা যৌগটোৰ সংকেত লিখা ।

5. কোনটো মৌলৰ দুয়োটা কক্ষই ইলেকট্রন পূৰ্ণ? [HSLC’ 17]

6. কোনটো মৌলৰ ইলেকট্রনীয় বিন্যাস 2.8.3? [HSLC ’17]

7. কোনটো মৌলৰ যোজক কক্ষত চাৰিটা ইলেকট্ৰনেৰে সৈতে তিনিটা কক্ষ আছে? [HSLC’ 17]

৪. পর্যাবৃত্ত তালিকাৰ পৰ্যায়বোৰত বাওঁফালৰ পৰা সোঁফাললৈ যাওঁতে ঘটা পৰিৱৰ্তনৰ প্ৰকৃতিৰ ওপৰত আগবঢ়োৱা তলৰ উক্তিসমূহৰ কোনটো শুদ্ধ উক্তি নহয় ? [HSLC’18]

(a) মৌলবোৰ কম ধাতৱধৰ্মী হৈ পৰে

(b) যোজক ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ে ।

(c) পৰমাণুবোৰে সিহঁতৰ যোজক ইলেক্ট্রন অধিক সহজে হেৰুৱায় ৷

(d) অক্সাইডবোৰ বেছি আম্লিক হৈ পৰে।

9. গেলিয়ামৰ উপৰিও আন কোনকেইটা মৌলৰ বাবে মৌলকেইটা আৱিষ্কাৰ হোৱাৰ পূৰ্বেই মেণ্ডেলিভে তেওঁৰ তালিকাত ঠাই ৰাখি থৈ গৈছিল? (যি কোনো দুটা

[HSLC’ 18] 10. মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাখন ব্যৱহাৰ কৰি তলত দিয়া মৌলকেইটাৰ অক্সাইডৰ সংকেত নির্ণয় কৰাঃ[HSLC ’18] K আৰু Al

11. সম্ভ্ৰান্ত গেছবোৰক এটা সুকীয়া বৰ্গত কিয় স্থান দিয়া হৈছে? [HSLC ‘ 18]

12. পৰ্য্যাবৃত্ত তালিকাৰ দ্বিতীয় পৰ্য্যায়ত থকা ধাতু সমূহৰ নাম লিখা । [HSLC ’16]

13. কোনটো মৌলৰ দ্বিতীয় কক্ষত প্ৰথম কক্ষৰ দুগুণ ইলেকট্রন আছে? [HSLC ‘ 19]

14. এটা পৰমাণুৰ ইলেকট্ৰনীয় বিন্যাস হ’ল 2, 8, 7 এই মৌলটোৰ পাৰমাণৱিক সংখ্যা কি? [HSLC ’19]

15. লিথিয়াম, ছ’ডিয়াম, পটেছিয়াম— এই আটাইকেইটা ধাতু। | ইহঁতে পানীৰে সৈতে বিক্ৰিয়া কৰি হাইড্ৰ’জেন গেছ মুক্ত কৰে। এই মৌলকেইটাৰ পৰমাণুৰ কিবা সাদৃশ্য আছেনে ? [HSLC’ 19]

B. চমু প্রশ্নাৱলী : 2/3 1. মূল্যাংক :1. পর্যাবৃত্ত তালিকাৰ এটা অংশ তলত দেখুওৱা হ’লঃ

বর্গ →i ii XVI XVII XVIII

পর্যায়

2 B D C

3 E

ওপৰৰ তালিকাৰ ওপৰত ভিত্তি কৰি তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা : [HSLC 15](a) কোনটো মৌলই কেটায়ন গঠন কৰে?

(b) কোনটো মৌলৰ পাৰমাণৱিক আকাৰ আটাইতকৈ কম ?

(c) কোনটো মৌলৰ ৰাসায়নিক ধৰ্ম মেগনেছিয়ামৰ (পাৰমাণৱিক সংখ্যা 12) সৈতে একে ধৰণৰ ?

2. ‘নাই ট্ৰ’জেন (পাৰমাণৱিক সংখ্যা 7) আৰু ফছফ’ৰাছ (পাৰমানৱিক সংখ্যা 15) পর্যাবৃত্ত তালিকাৰ বৰ্গ 15 ত থাকে। এই মৌল দুটাৰ ইলেক্টনীয় বিন্যাস লিখা। ইহঁতৰ কোনটো মৌল বেছি বিদ্যুৎঋণাত্মক আৰু কিয় ? [HSLC’ 15, 18]

3. পৰ্য্যাবৃত্ত তালিকাত থকা মৌল A, B আৰু C ৰ স্থান সমূহ তলত দেখুওৱা হৈছে। [HSLC’16,19]

১৬ বর্গ ১৭ বর্গ

  ______ ______

______ A

_____ ______

B C (a) মৌল A ধাতু নে অধাতু? (b) C মৌলটো B মৌলতকৈ আকাৰত ডাঙৰ নে সৰু ?

(c) C মৌলই কেনে ধৰণৰ আয়ন (কেটায়ন নে এনায়ন) গঠন কৰে ।

4. এটা মৌলৰ পৰমাণুৰ ইলেকট্ৰনীয় বিন্যাস হ’ল 2.8.1 [HSLC’16](i) মৌলটোৰ পাৰমাণবিক সংখ্যা কিমান?

(ii) তলৰ মৌলবোৰৰ কোনটোৰ সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য আছে? (বন্ধনীৰ ভিতৰত পাৰমাণবিক সংখ্যাবোৰ দিয়া আছে) K (19), Cl (17), Mg(12), Ar (18)

5. আধুনিক পর্যাবৃত্ত সূত্ৰটো লিখা। আধুনিক পর্যাবৃত্ত তালিকাই 5. মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকাত থকা আঁসোৱাহবোৰ কিদৰে দূৰ কৰিছিল ? [HSLC’20]

6. নিউলেণ্ডছৰ অষ্টক সূত্ৰটো কি? নিউলেণ্ডছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাবোৰ কি কি ? [HSLC’ 20]

Type by- Bikul Mandal