তথ্য় প্ৰকাশ আৰু বিচাৰ | Lesson 3 | Exercise 3(B) | Class 7 Maths Solution Sankardev School Assam | Class 7 Mathematics Book Question Answer and Solutions |

তথ্য় প্ৰকাশ আৰু বিচাৰ

পাঠ ৩

অনুশীলনী 3(B)

1. নবোদয় বিদ্য়ালয়ে ৰাজ্য়িক ভিত্তিক বিজ্ঞান প্ৰদৰ্শনী এখন পাতিছে।বিভিন্ন স্কুলৰ অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰীবোৰৰ সংখ্য়া শ্ৰেণী অনুসৰি এনেদৰে দিয়া আছে।

শ্ৰেণীVVIVIIVIIIIX
ছাত্ৰ5040453025
ছাত্ৰী3040554230

তথ্য়খিনি দ্বৈত দণ্ডলেখ এটাৰ সহায়ত প্ৰদৰ্শন কৰা কৰা। তলৰ প্ৰশ্নমূহৰ উত্তৰ দিয়া 一

(i) কোন শ্ৰেণীৰ আটাইতকৈ বেছি ছাত্ৰই অংশগ্ৰহণ কৰিছে?

উত্তৰঃ পঞ্চম শ্ৰেণীৰ।


(ii) কোন শ্ৰেণীৰ আটাইতকৈ কম ছাত্ৰই অংশগ্ৰহণ কৰিছে?

উত্তৰঃ নৱম শ্ৰেণীৰ।


(iii) কোন শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ পাৰ্থক্য় আটাইতকৈ বেছি?

উত্তৰঃ পঞ্চম শ্ৰেণীৰ।


(iv) সপ্তম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ অনুপাতটো অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ অনুপাতটোতকৈ কিমান কম বা বেছি?

উত্তৰঃ 2 কম।

2. উত্তৰ মেৰুৰ ওচৰৰ দুখন চহৰ X আৰু Y ত প্ৰতিদিনে মাত্ৰ কেইঘণ্টামানহে বেলিৰ পোহৰ পৰে। বাকী সময়খিনি ৰাতি। 2010 চনৰ প্ৰতি দুমাহৰ ভিতৰত চহৰ দুখনত পৰা গড় উত্তাপ এনেধৰণৰ 一

ঠাই দুখনৰ উত্তাপৰ পাৰ্থক্য় দেখুৱাই এখন দণ্ডলেখ আঁকা।

-Hiru Moni Bora

Post ID :DABP003769