দুটা আখৰৰ নাম, দেখি গোলাকাৰ,হাত ভৰি নাই তাৰ ফুৰে জৰ্ জৰ্।মুখেৰে নাখায় কিন্তু পেটেৰে চোবায়,তাৰ উচ্চিষ্টখিনি সকলোৱে খায়?

উত্তৰঃমাহ দলা জাঁত