মনোচিকিৎসা | Chapter 24 | class 12 Psychology All Question Answer | class 12 Psychology Chapter 24 All Solution.

পাঠ্য় নং ৭২

২৪.১ পাঠত থকা প্ৰশ্নসমূহঃ

  তলত দিয়াবোৰৰ খালী ঠাই পূৰণ কৰাঃ

 (১) ডাক্তৰী আৰ্হিত ব্য়ৱহাৰ কৰা মানসিক চিকিৎসা সম্বন্ধীয় অভিগমন সমূহক _________________ প্ৰতিকাৰ বুলি কোৱা হয়।

 (২) বৰ্তমান সময়ত ব্য়ৱহাৰ কৰা তিনিটা মূখ্য় দৈহিক প্ৰতিকাৰকসমূহ হৈছে____________ ____________ ______________।

 (৩) ____________________ মূলত মনবিক্ষীপ্তৰোগ চিকিসা কৰাৰ বাবে ব্য়ৱহাৰ কৰা হয়।

 (৪) অৱসাদৰ চিকিৎসাৰ বাবে ____________________ ব্য়ৱহাৰ কৰা হয়।

 (৫) আকুলৰ ঔষধসমূহ মূলত __________________ বিশৃংখলতাত ব্য়ৱহাৰ কৰা হয়।

পাঠ্য় নং৭৫

২৪.২ পাঠত থকা প্ৰশ্নসমূহঃ

   তলত দিয়াবোৰৰ খালী ঠাই পূৰণ কৰাঃ

 (১) অধিক বিস্তাৰিতভাৱে যিটো অভিগমন মনোবিশ্লেষণত ব্য়ৱহাৰ কৰা হয় সেয়া হৈছে এটা কৌশল যিটোক মুক্ত                                 বুলি কোৱা হয়।

 (২) মনোবিশ্লেষণৰ উদ্দেশ্য় হৈছে                                       সংঘাতসমূহ উপলব্ধি কৰা যিবোৰ ব্য়ক্তিৰ অস্বাভাৱিক আচৰণৰ বাবে দায়বদ্ধ।

 (৩) মনোবিশ্লেষণত ব্য়ৱহাৰ কৰা আন অভিগমনসমূহ হৈছে                                          আৰু            

                                       বৰ্ণনা কৰা।

 (৪) থেৰাপীৰ আচৰণমূলক আৰ্হি যিয়ে পৌৰাণিক অনুবন্ধনৰ নীতিসমূহ ব্য়ৱহাৰ কৰে তাক

                                                                               বুলি কোৱা হয়।

 (৫) আচৰণ থেৰাপীৰ ওপৰত নিৰ্ভয় কৰা তিনিটা অভিগমন হৈছে______________  ___________________

 আৰু _________________________।

 (৬) আচৰণ পৰিশোধনৰ অভিগমনবোৰ নিৰ্ভৰ কৰিছে_______________________ অনুবন্ধনৰ ওপৰত।

পাঠ্য় নং ৭৬

সমাপ্তিৰ অনুশীলনীঃ

  তলত প্ৰশ্নসমূহৰ উওৰ লিখাঃ

 (১) মনোবিশ্লেষণৰ মৌলিক লক্ষ্য়সমূহ আৰু প্ৰক্ৰিয়াৰ বিষয়ে বৰ্ণনা কৰা।

 (২) ইমপ্লচিয়ন থেৰাপী, ফ্লাদিং আৰু চিষ্টেমেটিক ডি-চেনচিটাইজেচনৰ ব্য়ৱহাৰ কৰা অভিগমনৰ পাৰ্থক্য়সমূহৰ থূলমূল আভাস দিয়া।

 (৩) বৰ্তমান ব্য়ৱহাৰ কৰা তিনি প্ৰকাৰৰ দৈহিক থেৰাপী – কেমোথেৰাপী, ইলেক্ট্ৰ কনভুলচিভ থেৰাপী আৰু চাইকচাৰ্জাৰীৰ বিষয়ে চমুভাৱে বৰ্ণনা কৰা।

 (৪) মানৱীয়তামূলক চাইকথেৰাপীত ব্য়ৱহাৰ কৰা বুনিয়াদী অভিগমন কি?