মানুহ-পৰিবেশ পাৰস্পৰিক ক্ৰিয়া | Chapter 23 | class 12 Psychology All Question Answer | class 12 Psychology Chapter 23 All Solution.

পাঠ্য় নং ৬৫

২৩.১ পাঠত থকা প্ৰশ্নসমূহঃ

  তলত দিয়াসমূহৰ বাবে একো একোটা পদ প্ৰদান কৰাঃ

 (১) সামাজিক পাৰস্পৰিক কাৰ্যৰ গতিত মানুহৰ দ্বাৰা পৰিবেশত ব্য়ৱহাৰ _________________।

 (২) বান্ধবোৰ, বিদ্য়ালয়বোৰ, ঘৰবোৰ আদিৰ দৰে মানুহৰ কাৰ্যবোৰৰ ফলাফলবোৰ________________।

 (৩) মানুহে পৰিৱেশ সম্পৰ্কে গ্ৰহণ কৰা বিশ্বাসবোৰ________________।

 (৪) সংস্কৃতিৰ সকলোবোৰ দিশ__________________।

 (৫) প্ৰাকৃতিক পৰিৱেশৰ দিশসমূহ___________________।

পাঠ্য় নং ৬৯

২৩.২ পাঠত থকা প্ৰশ্নঃ

 (১) পানীৰ নাটনি কমোৱাৰ বাবে এটা পৰামৰ্শ দিয়া।

 (২) বায়ু প্ৰদুষণ কমোৱাৰ বাবে কি কৰা উচিত হব?

 (৩) অপচয়িত উপাদানসমূহ ব্য়ৱহাৰ বাবে পৰামৰ্শ দিয়া।

পাঠ্য় নং ৭০

সমাপ্তিৰ অনুশীলনীঃ

 (১) মানুহ-পৰিৱেশৰ পাৰস্পৰিক কাৰ্যৰ বিভিন্ন ধৰণৰ বাস্তবতাবোৰ কি? মানৱ আচৰণৰ ওপৰত পৰিৱেশীয় প্ৰভাৱসমূহৰ বিষয়ে ব্য়াখ্য়া কৰা।

 (২) পৰিৱেশৰ প্ৰতি ভৱিষ্য়তৰ ভাবুকিবোৰ কি? এই ভাবুকিবোৰ আতঁৰ কৰাৰ বাবে আমি কি কৰা উচিত?