শক্তিৰ উৎসসমূহ | Class 10 General Science Question Paper | Class 10 General Science All Question | 2010 to 2020 All Class 10 Question in General Scince Book | ২০১১ৰ চনৰ পৰা ২০২০ লৈ | দশম মান শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন | Class 10 General Science Book Question Bank |

 শক্তিৰ উৎসসমূহ

অধ্য়ায়- 14

A. অটি চমুপ্ৰশ্নাৱলীঃ             মূল্য়াংকঃ1 

(i)  শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ 

তলৰ উত্তৰটো বাছি উলিওৱা ? [HSLC’16]

(a) জীৱাশ্ম ইন্ধন   

(b) জীৱভৰ 

(c) নিউক্লীয় শক্তি  

(d) বায়ু শক্তি 

(ii) তলৰ কোনটো সৌৰশক্তি আধাৰিত নহয় ? [HSLC’18]

(a) জৈৱ উপাদান   

(b) নিউক্লীয় শক্তি 

(c) ভূতাপীয় শক্তি 

(d) বায়ু শক্তি 

(iii) তলৰ কোনটো জীৱ-ভৰ শক্তি উৎসৰ উদাহৰণ নহয় ? 

(a) খৰি 

(b) নিউক্লীয় শক্তি 

(c) গোবৰ গেছ  

(d) কয়লা 

B. চমু প্ৰশ্নাৱলীঃ                 মূল্য়াকঃ 2/3

1. শক্তিৰ প্ৰত্য়ক্ষ উৎস হিচাপে জীৱাশ্মজাত ইন্ধন আৰু সৌৰ শক্তিৰ তুলনা কৰা । [HSLC’15]

2. তলৰ যি কোনো এটাৰ চমুটোকা নিখা 

(ক) জলশক্তি প্ৰকল্প      (খ) চ’লাৰ কুকাৰ 

3. সমুদ্ৰৰ পৰা উৎপন্ন শক্তিৰ উৎসবোৰ কি কি? যিকোনো এটাৰ সীমাবদ্ধতা উল্লেখ কৰা । [HSLC’16]

4. আমি শক্চতিৰ বিকল্প উৎস বিচাৰো কিয় ? এটা সুবিধাৰ বিষয়ে উল্লেখ কৰা । [HSLC’18]

5. এটা আদৰ্শ শক্তি উৎসৰ গুণসমূহ কি কি  ?  তুমি ক্ষযিষ্ণু বুলি বিবেচনা কৰা শক্তি দুটা উৎসৰ নাম উল্লেখ কৰা । [HSLC’19]

6. শক্তিৰ উৎস এটা প্ৰদূষণ মুক্ত হব পাৰেনে ?  কিয় পাৰে বা কিয় নোৱাৰে ? মহাসমুদ্ৰৰ পৰা পাব পৰা শক্তিৰ দুটা সীমাবদ্ধতা লিখা [HSLC’20]
 

 Type by- Bikul Mandal