Class 10 Assamese Book Chapter 10 Short Answer | SEBA Class 10 Assamese Book Chapter 10 পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন 

অধ্য়ায় ১০

(১) ভূগৰ্ভৰ পানী কিমান ফুট তললৈ নামি গৈছিল ?

উত্তৰঃ ৮০০ ফুট তললৈ নামি গৈছিল ।

(২) পৃথিৱীৰ ভিতৰত এখন বিখ্য়াত গাঁও খনৰ নাম কি ?

উত্তৰঃ পিপলান্ত্ৰি । 

(৩) পিপলান্ত্ৰি গাঁওখনক পুনৰ জীয়াই তোলাৰ ব্য়ক্তিজনৰ নাম কি ?

উত্তৰঃ শ্য়াম সুন্দৰ পালিৱাল ।

(৪) ৰাজস্থানৰ ৰাজধানী কি ?

উত্তৰঃ জয়পুৰ । 

(৫) আৰ্জেন্টিনাৰ এটা দলে আহি গাঁওখনক লৈ কি নামৰ চিনেমা নিৰ্মাণ কৰে ?

উত্তৰঃ ‘Thee Sisters’ নামৰ  চিনেমা নিৰ্মাণ কৰে । 

(৬) ২০০৭ চনৰ ৰাষ্ট্ৰপতি কোন আছিল ?

উত্তৰঃ ড°এ পি জে আব্দুল কালাম ।

(৭) পোহৰৰ বাটেৰে আগবঢ়া গাঁওখনৰ পাঠটোৰ লেখক কোন ?

উত্তৰঃ জ্য়োতিপ্ৰসাদ বুঢ়াগোহাঞি ।

(৮) কিমান চনত স্বচ্ছ ভাৰত অভিযান আৰম্ভ হৈছিল ?

উত্তৰঃ ২০১৫ চনত । 

(৯) পিপলান্ত্ৰি গাওঁখনৰ কোনোবা লোক ঢুকালে কি কৰা হয় ?

উত্তৰঃ তেওঁৰ স্মৃতিতো ১১ টা গছপুলি ৰোপন কৰা হয় । 

(১০) গাওঁ খনৰ লৰা-ছোৱালীৰ পঢ়া-শুনাৰ বাবে ইউনিয়ন বেংক অব ইণ্ডিয়াই কি কৰিছিল ?

উত্তৰঃ৬০ লাখ টকা আগবঢ়াই ছিল । 

Type By- Mandira Saha.

Post ID: DABP004579