Class 10 Political Science Book Chapter 2 Short Answer | SEBA Class 10 Political Science Book Chapter 2 আন্তৰ্জাতিক সংস্থা-ৰাষ্ট্ৰসংঘ আৰু অন্য়ান্য় Short Answer | চমু প্ৰশ্ন উত্তৰ |

আন্তৰ্জাতিক সংস্থা-ৰাষ্ট্ৰসংঘ আৰু অন্য়ান্য়

দ্বিতীয় অধ্য়ায়

১/ ১০ ডিচেম্বৰৰ দিনটো কি অধিকাৰ দিৱস হিচাপে পালন কৰা হয় ?

উত্তৰঃ মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয়। 

২/ ৰাষ্ট্ৰসংঘৰ চনদত মুঠ কিমান টা অনুচ্ছেদ আছে ? 

উত্তৰঃ ১১১ টা অনুচ্ছেদ আছে। 

৩/ৰাষ্ট্ৰসংঘৰ ছটা প্ৰধান অংগ আছে সেই কেইটা কি কি ? 

উত্তৰঃ (১) সাধাৰণ সভা, (২) নিৰাপত্তা পৰিষদ, (৩) অৰ্থনৈতিক আৰু সামাজিক পৰিষদ, (৪) ন্য়াসৰজ্ক্ষী পৰিষদ, (৫) আন্তৰ্জাতিক ন্য়ায়ালয় আৰু (৬) সচিবালয়। 

৪/ ৰাষ্ট্ৰসংঘ গঠন হোৱাৰ সময়ত পৰিষদৰ স্থায়ী সদস্য় আৰু অস্থায়ী সদস্য় কিমান ?

উত্তৰঃ স্থায়ী সদস্য় পাঁচজন আৰু অস্থায়ী সদস্য় ছজন ।  

৫/ স্থায়ী সদস্য় ৰাষ্ট্ৰ কেইখন আৰু কি কি  ? 

উত্তৰঃ স্থায়ী সদস্য় ৰাষ্ট্ৰ ৬ খন আৰু সেই কেইখন হল- আমেৰিকা, গ্ৰেট বৃটেইন, ফ্ৰান্স, ৰাছিয়া আৰু চীন। 

৬/ সচিবপ্ৰধানৰ কাৰ্যকাল কেই বছৰ ?

উত্তৰঃ ৫ বছৰ। 

৭/ ৰাষ্ট্ৰসংঘ শীৰ্ষক অনুষ্ঠানটোৰ কিমান চনত জন্ম হৈছিল ? 

উত্তৰঃ ১৯৪৫ চনৰ ২৪ অক্টোবৰ তাৰিখে জন্ম হৈছিল। 

৮/ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত কিমান চনত প্ৰতিষ্ঠা হোৱা ৰাষ্ট্ৰসংঘই সত্তৰ বছৰত ভৰি দিলে ? 

উত্তৰঃ ১৯৪৫ চনত প্ৰতিষ্ঠা হোৱা ৰাষ্ট্ৰসংঘই সত্তৰ বছৰত ভৰি দিলে। 

 ৯/ ১৯৯৩ নামে কোন খন আইনক জনা যায় ? 

উত্তৰঃ মানৱ অধিকাৰ সুৰক্ষা আইন বুলি জনা যায়।

১০/ কিমান চনত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰা হয় ? 

উত্তৰঃ ১৯৯৩ চনৰ ১২ অক্টোবৰ তাৰিখে আয়োগ গঠন কৰা হয়।

১১/ ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগ কি ? 

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগ হল সাধাৰণ সভা। 

১২/ ৰাষ্ট্ৰসংঘৰ ন্য়ায়িক অংগটো কি ? 

উত্তৰঃ আন্তৰ্জাতিক ন্য়ায়ালয়।

১৩/ বিনিময় প্ৰথাত মূল্য়ৰ ৰূপত সামগ্ৰীৰ ভাণ্ডাৰ কি কৰিব লাগিব ? 

উত্তৰঃ সঞ্চয় কৰিব লাগিব। 

১৪/ দ্বিতীয় বিশ্বযুদ্ধ কিমান চনত সংঘটিত হৈছিল ? 

উত্তৰঃ ১৯৩৯ চনত হৈছিল। 

১৫/ ৰাষ্ট্ৰসংঘৰ অতি গুৰুত্বপূৰ্ণ অংগটো কি ? 

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ অতি গুৰুত্বপূৰ্ণ অংগটো হ’ল নিৰাপত্তা পৰিষদ।

১৬/  ৰাষ্ট্ৰসংঘ গঠিত হোৱা সময়ত অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ সদস্য় সংখ্য়া কিমান আছিল ?

উত্তৰঃ  ৰাষ্ট্ৰসংঘ গঠিত হোৱা সময়ত অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ সদস্য় আছিল ওঠৰজন। 

১৭/ মূল্য় বুলিলে কি বুজা ? 

উত্তৰঃ মূল্য় বুলিলে সা-সামগ্ৰীৰ মূল্য় বুজিব লাগিব।  

১৮/ ২৪ অক্টোবৰ দিনটো বিশ্ববাসীয়ে কি দিৱস, হিচাপে পালন কৰি আহিছে ? 

উত্তৰঃ ২৪ অক্টোবৰ দিনটো বিশ্ববাসীয়ে ‘ৰাষ্ট্ৰসংঘ দিৱস’ হিচাপে পালন কৰি আহিছে। 

১৯/ সচিবালয় কি লিখা ?  

উত্তৰঃ সচিবালয় হ’ল ৰাষ্ট্ৰসংঘৰ প্ৰাণকেন্দ্ৰ স্বৰূপ। 

২০/ এটা প্ৰস্তাৱনা আৰু ৩০ টা অনুচ্ছেদ সম্বলিত এই ঘোষণাপত্ৰই মূলত কেইটা উদ্দেশ্য় সাধন কৰিছে ? 

উত্তৰঃ দুটা উদ্দেশ্য় সাধন কৰিছে ।    

Type by- Subhas Nath