Class 5 Mathematics Book Chapter 4 (C) Answer | Sankardev School Class 5 Mathematics Book Chapter 4 বিভাজ্যতা (C) Question Answer |

 অনুশীলনী-4( C)

1) চিত্ৰৰ সহায়ত সংখ্যাবোৰ যুগ্ম নে অযুগ্ম নিৰ্ণয় কৰা-

সংখ্যা  চিহ্ন যোৰ-টা যুগ্ম/অযুগ্ম

সংখ্যা চিহ্নযোৰ-টাযুগ্ম/অযুগ্ম
11(**) (**) (**) (**) (**) *5 যোৰ-1 এটাঅযুগ্ম
16   
20   
27   
54   

2) বিভাজ্যতাৰ নিয়মেৰে যুগ্ম-অযুগ্ম নিৰ্ণয় কৰা- 

102,244, 311,928,1012,1051,245730,9729935 

3) এককৰ স্থানত চাই যুগ্ম-অযুগ্ম নিৰ্ণয় কৰা-

54,82,97,85,101,203013,93250,43216,329818, 6009 

4) চিত্ৰ চাই উত্তৰ কৰা- 

5. দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ যোগফল কি হ’ব লিখা-

5+6=_____

3+4=____

7+8=____

16+17=____

56+57=____

101+102=____

26+____=_____

____+______=_____

____+_____=_____

6. নিৰ্দেশ দিয়া ধৰণে বাকচত সংখ্যা বহুৱাই পৰীক্ষা কৰা- 

7. বিচৰা মতে উত্তৰ দিয়া 

a) এটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ যুগ্ম সংখ্যাটো কি?

b) দুটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ অযুগ্ম সংখ্যাটো কি?

c) যোৱা এসপ্তাহত তোমালোকৰ  থকা মুঠ ছাত্ৰ-ছাত্ৰীক যোৰ যোৰকৈ ভাগ কৰিলে উপস্থিত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা যুগ্ম(যোৰ)নে অযুগ্ম (বিযোৰ)লিখাঁ।

 d) 175 টা কমলা সমানে দুভাগ কৰিব পাৰি নে? কমলাৰ সংখ্যাটো যুগ্ম নে অযুগ্ম ?

e) 789 ৰ লগত 23 যোগ কৰি পোৱা সংখ্যাটো যুগ্ম নে অযুগ্ম?

8) উপযুক্ত উদাহৰণৰ সহায়ত সত্যতা নিৰুপন কৰা (উদাহৰন কমেও পাঁচটা প্ৰয়োজন।)

i)যুগ্ম সংখ্যা+যুগ্ম সংখ্যা = যুগ্ম সংখ্যা।

ii) অযুগ্ম+অযুগ্ম= অযুগ্ম।

iii) যুগ্ম+অযুগ্ম = অযুগ্ম

9) খেলো আহা-

a) 1ৰ পৰা 9 লৈ সংখ্যা কৈইটা ব্যৱহাৰ কৰি তলৰ মেজিক বৰ্গটো পূৰোৱা আছে। যাতে সকলো দিশতে তিনিটা সংখ্যাৰ যোগফল 15 হয়।

B) 2 ৰ পৰা 18 লৈ যুগ্ম সংখ্যাকেইটা ব্যৱহাৰ কৰি তলৰ মেজিক বৰ্গটো পূৰোৱা।সকলো দিশৰ যোগফল কিমান? যুগ্ম নে অযুগ্ম?

  4
6  
16 12

 c) 3 ৰ পৰা 19 লৈ অযুগ্ম সংখ্যাকেইটা ব্যৱহাৰ কৰি তলৰ মেজিক বৰ্গটো পূৰোৱা।

© 2022 Microsoft

Post ID : DABP004782