Class 5 Mathematics Book Chapter 5 (A) Answer | Sankardev School Class 5 Mathematics Book Chapter 5 উৎপাদক আৰু গুণিতক (A) Question Answer |

অনুশীলনী-5(A)

1. উৎপাদকবোৰ উলিওৱা আৰু প্ৰকৃত অপ্ৰকৃত উৎপাদক লিখা-

12,21,30,48,23,81,97,100

২) উৎপাদক বৃক্ষৰ সহায় উৎপাদকবোৰ উলিওৱা- 

8,18,32,45,72,63,92

3. খালী ঠাই পূৰ কৰা- 

4.) তলৰ প্ৰথম সংখ্যাটো, দ্বিতীয় সংখ্যাটোৰ উৎপাদক হয় নে নহয় পৰীক্ষা কৰা 

a) 3,27 b) 5,59 c) 9,144 d) 7,343, e)8,644 

5) বাকচৰ ভিতৰৰ যিবোৰ সংখ্যা বাহিৰৰ সংখ্যাটোৰ উৎপাদক হয়, সেইবোৰত 

চিন দিয়া- 

a)   

b)422,3,4,6,7,12,14

Post ID : DABP004871