Class 5 Mathematics Book Chapter 5 (D) Answer | Sankardev School Class 5 Mathematics Book Chapter 5 উৎপাদক আৰু গুণিতক (D) Question Answer |

 অনুশীলনী-5(D)

1) সাধাৰণ উৎপাদক উলিওৱা- 

a)12, 15, b) 18,24   c) 20,25     d) 17,23 e) 6,8,12 f) 12, 18, 24  g) 3, 6, 18  i) 5, 50, 100

উত্তৰ ঃ 

i) 12, 15

12 = 2 X 2 X 3

15 = 3 X 5

ஃ সাধাৰণ উৎপাদকবোৰ হৈছে = 3

b) 18, 24 

18 = 2 X 3 X 3 

24 = 2 X 2 X 2 X 3

ஃ সাধাৰণ উৎপাদকবোৰ হৈছে = 2, 3

c) 20, 25

20 = 2 X 2 X 5

25 = 5 X 5

ஃ সাধাৰণ উৎপাদকবোৰ হৈছে = 5

d) 17, 23

17 = 1 X  17 

23 = 1 X  23

ஃ সাধাৰণ উৎপাদক হৈছে = 1

e) 6, 8, 12 

উত্তৰ ঃ 

6 = 2 X 3

8 = 2 X 2 X 2

12 = 2 X 2 X 3

ஃ সাধাৰণ উৎপাদকবোৰ হৈছে = 2, 3

f) 12, 18, 24

উত্তৰঃ 

12 = 2 X  2 X  3

18 = 2 X  3 X  3

24 = 2 X 2 X 2 X 3

ஃ সাধাৰণ উৎপাদকবোৰ হৈছে = 2, 3

g) 13, 27, 33

উত্তৰ ঃ 

13 = 1 X 13 

27 = 3 X 3 X 3

33 = 3 X 11

ஃ সাধাৰণ উৎপাদকবোৰ হৈছে = 1

i) 5, 50, 100

5 = 1 X 5

50 = 2 X 5 X 5

100 = 2 X 2 X 5 X 5

ஃ সাধাৰণ উৎপাদকবোৰ হৈছে = 5

2. দেখুওৱা যে তলত দিয়া সংখ্যাবোৰ পৰস্পৰ মৌলিক –

a)8,9 b) 8,15, c) 12,25 d) 17,19  e) 50,63 f) 6,13,17 

উত্তৰ ঃ 

a) 8, 9

8 = 2 X 2 X 2

9 = 3 X 3

ஃ 8 আৰু 9 ৰ সাধাৰণ উৎপাদক হৈছে 1 । গতিকে 8 আৰু 9 পৰস্পৰ মৌলিক ।

b) 8, 15 

8 = 8 = 2 X 2 X 2 

15 = 3 X 5

ஃ 8 আৰু 15 ৰ সাধাৰণ উৎপাদক হৈছে – 1 । গতিকে 8 আৰু 15 পৰস্পৰ মৌলিক ।

c) 12, 25

12 = 2 X 2 X 3

25= 5 X 5

ஃ12 আৰু 25 ৰ সাধাৰণ উৎপাদক হৈছে – 1 । গতিকে 12 আৰু 25 পৰস্পৰ মৌলিক ।

d) 17 ,19

17 = 1 X 17 

19 = 1 X 19

ஃ 17 আৰু 19 যিহেতু মৌলিক । গতিকে ই পৰস্পৰ মৌলিক ।

e) 50, 63

50 = 2 X 5 X 5

63 = 3 X 3 X 7

ஃ 50 আৰু 63 ৰ সাধাৰণ উৎপাদক 1 । গতিকে 50 আৰু 63 পৰস্পৰ মৌলিক ।

f) 6, 13, 17

6 =  1 X 2 X 3

13= 1 X 13

17= 1 X 17

ஃ 6, 13 আৰু 17 ৰ সৈধাৰণ উৎপাদক 1 । গতিকে 6, 13 আৰু 17 সংখ্যাকেইটা পৰস্পৰ মৌলিক ।

3) বিচৰা মতে উত্তৰ দিয়া- 

a) 36 আৰু 54 সংখ্যা দুটাক কিকি একে সংখ্যাৰে ভাগ কৰিব পাৰি? নিৰ্ণয় কৰা। 

উত্তৰ ঃ 36 = 2  X 2 X 3 X 3

        54 = 2 X 3 X 3 X 3

ஃ 36 আৰু 54 ক 2 আৰু 3 একে সংখ্যাৰে ভাগ কৰিব পাৰি।

b) 30 টা বাগৰী আৰু 45 টা কমলা অতি কমেও কিমানজন মানুহৰ মাজত সমানে

উত্তৰঃ দিয়া আছে,

         বগৰী  সংখ্যা = 30 টা।

         কমলা সংখ্যা = 45 টা।

30 আৰু 45 ৰ  সাধাৰণ উৎপাদক হব –

30 = 2 X 3 X 5

45 = 3 X 3 X 5

ஃ সাধাৰণ উৎপাদক হৈছে – 3, 5

ইয়াৰ পৰা পাও যে – 

  • 30 টা বগৰী আৰু 45টা কমলা ক্ৰমেও 3 নাইবা 4 জন  মানুহৰ মাজত সমানে   ভগাব পাৰি ।।

c) 75 টকা আৰু 100 টকা কেইজনী ছোৱালীৰ মাজত সমানে ভগাব পাৰি ?উত্তৰঃ দিয়া আছে, 75 টকীয়া নোট আৰু 100 টকীয়া নোট।
100  আৰু 100 ৰ  সাধাৰণ উৎপাদক হব –
75 = 3 X 5 X 5
100 = 2 X 2 X 5 X 5
ஃ সাধাৰণ উৎপাদক হৈছে – 5
ஃ 75 টকা আৰু 100 টকা ক্ৰমেও 5 জন  মানুহৰ মাজত সমানে   ভগাব পাৰি ।

4. i) দেখুওৱা যে (13,62) আৰু (31,26) দুয়োটাৰ প্ৰতিযোৰেই পৰস্পৰ মৌলিক।

উত্তৰঃ 

13 = 1X13

62 = 2X31

ஃ 13 আৰু 62 ৰ সাধাৰণ উৎপাদকবোৰ হৈছে= 1। গতিকে 13 আৰু 62 পৰস্পৰ মৌলিক ।

31 = 1পৰস্পৰ মৌলিক।31

26 = 2X13

ஃ 31 আৰু 26 ৰ সাধাৰণ উৎপাদকবোৰ হৈছে = 1। গতিকে 31 আৰু 26 পৰস্পৰ মৌলিক।

ஃ (13,62) = (31,26) = পৰস্পৰ মৌলিক।

ii) দুয়োৰে সংখ্যাৰ পূৰণফল একে হয়নে ?

উত্তৰঃ প্ৰথম সংখ্যাযোৰ পূৰণফল = 13X62

                                       = 806

দ্বিতীয় সংখ্যাযোৰ পূৰণফল = 31X26

                                             = 806

ஃ  প্ৰথম সংখ্যাযোৰ পূৰণফল = দ্বিতীয় সংখ্যাযোৰ পূৰণফল।

Post ID : DABP004875