Class 5 Mathematics Book Chapter 5 (C) Answer | Sankardev School Class 5 Mathematics Book Chapter 5 উৎপাদক আৰু গুণিতক (C) Question Answer |

অনুশীলনী-5( c )

1. তলৰ সংখ্যাবোৰক মৌলিক উৎপাদকত প্ৰকাশ কৰা।

i) 30      ii)42       iii) 471   iv) 120

উত্তৰঃ 

i) 

ஃ  30 = 2 X 2 X 3 X 5

ஃ মৌলিক উৎপাদকবোৰ হৈছে – 2, 3, 5

ii) 

ஃ 42 = 2 X 3 X 7

ஃ মৌলিক উৎপাদকবোৰ = 2, 3, 7

iii) 

ஃ 471 = 3 × 157

   ஃ মৌলিক উৎপাদকবোৰ = 3 X 157

iv) 

ஃ 120 = 2 X 2 X 2 X 3 X 5

ஃ মৌলিক উৎপাদকবোৰ = 2, 3, 5

v) 

ஃ 175 = 5 X 5 X 7

ஃ মৌলিক উৎপাদকবোৰ = 5, 7

vi) 

ஃ 6552 = 2 X 2 X 2 X 3 X 3 X 7 X 13

ஃ মৌলিক উৎপাদকবোৰ = 2, 3, 7, 13

vii) 3 X 12 = 36

ஃ 3 X 12 = 3 X 2 X 2 X 3

ஃ মৌলিক উৎপাদকবোৰ = 2, 3

viii) 5 X 12 X 9 

ஃ 5 X 12 X 9 = 2 X 3 X 3 X 3 X 2 X 5

ஃ মৌলিক উৎপাদকবোৰ = 2, 3, 5

2) মৌলিক উৎপাদক উলিওৱা

i)51     ii)92    iii)72      iv)310

v)117  vi) 627   

 উত্তৰ ঃ 

i) 51 

ஃ 51 = 3 X 17 

ஃ মৌলিক উৎপাদকবোৰ = 3, 17

ii) 92 

ஃ মৌলিক  উৎপাদকবোৰ = 2, 23 

iii) 72 

ஃ মৌলিক উৎপাদকবোৰ = 2, 3 

iv) 121 

ஃ মৌলিক উৎপাদকবোৰ = 11 

v)  117 

ஃ মৌলিক উৎপাদকবোৰ = 3, 13 

vi) 627 

ஃ মৌলিৰ উৎপাদকবোৰ  = 3, 209 

3. পূৰ্ণ উৎপাদকত প্ৰকাশ কৰি আটাইতকৈ সৰু মৌলিক উৎপাদকটো লিখা।

i) 45 ii)135 iii) 210 iv) 121

v) 117 vi 627

উত্তৰ ঃ 

i) 45 

ஃ সৰু মৌলিক উৎপদকটো = 3 

ii) 135 

ஃ আটাইতকৈ সৰু মৌলিক সংখ্যাটো = 3 

iii) 210 

ஃ আটাইতকৈ সৰু মৌলিক সংখ্যাটো = 2 

iv) 121 

ஃ  আটাইতকৈ সৰু মৌলিক উৎপাদকটো  = 11

v) 71 

ஃ 71 টো হৈছে এটা মৌলিক সংখ্যা । গতিকে ইয়াৰ কোনো 1 ৰ বাহিৰে উৎপাদক নাই ।

vi ) 2004 

ஃ আটাইতকৈ সৰু মৌলিক সংখ্যাটো = 2 

4. তলত দিয়া সংখ্যাবোৰ খালীঠাইত উপযুক্ত উৎপাদক বহোৱা –

i) 16 = 2 X 2 X 2 __ 

ii) 63 = __ X 3 X 7

iii) 37 = 1 X __

iv) 105 = 3 X __ X 7

v) 124 = 4 X __

vi) 7 X 57 =7 X __ X __

উত্তৰঃ 

i) 16 = 2 X 2 X 2 X 2

ii) 63 = 3 X 3 X 7 

iii) 37 = 1 X 37 

iv) 105 = 3 X 5 X 7 

v) 124 = 4 X 31

vi) 7 X 57 = 7 X 3 X 19 

5. a) দুটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যাটোৰ মৌলিক উৎপাদক উলিওৱা –

উত্তৰ ঃ দুটা সংখ্যাৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে – 99 

99 = 3 X 3 X 11

b) তিনিটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যাটোক পূণ উৎপাদকত প্ৰকাশ কৰা –

উত্তৰঃ তিনিতা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যাটো হাছে – 100

                          100 = 2 X 5 X 5

Post ID : DABP004873