Class 5 Mathematics Book Chapter 6 (A) Answer | Sankardev School Class 5 Mathematics Book Chapter 6 বৰ্গ সংখ্যা আৰু বৰ্গমূল (A) Question Answer |

অনুশীলনী-6(a)

1)তলৰ সংখ্যাবোৰৰপৰা বৰ্গ সংখ্যা কেইটা বাছি উলিওৱা-

1,25,48,100,110, 145, 169, 625

উত্তৰঃ 

1, 25, 100, 169 আৰু 625

2) বৰ্গ উলিওৱা

9,11,15,19,21,24,60,200

উত্তৰঃ 

9 = 81

11 = 121

15 = 225

21 = 231

24 = 576

60 = 3600

200 = 40000

3. তলৰ সংখ্যাবোৰৰ বৰ্গ কৰিলে এককৰ ঘৰত কি অংক বহিব তলৰ বাকচত লিখা।








105      99       213          1031         5272      31504       73277

উত্তৰঃ 

105 = 5

99 = 1

213= 9

1031 = 1

5272 = 4

31504 = 6

73277 = 9

4) তলত দিয়াবোৰ বৰ্গসংখ্যা হয় নে নহয় লিখা(যুক্তি দিয়া)-

64, 71,95, 125,400,60000, 10000, 9000000, 0

উত্তৰঃ 

64 = ই বগ সংখ্যা হয়, কাৰণ ইয়াৰ এককৰ ঘৰত 4 আছে ।

71 = ই বগ সংখ্যা হয়, কাৰণ ইয়াৰ এককৰ ঘৰত 1 আছে ।

95 = ই বগ সংখ্যা হয়, কাৰণ ইয়াৰ এককৰ ঘৰত 5 আছে ।

125 = ই বগ সংখ্যা হয়, কাৰণ ইয়াৰ এককৰ ঘৰত 5 আছে । 

400 = 0 ৰ বগ 0, গতিকে ই বগ সংখ্যা নহয় ।

60000 = 0 ৰ বগ 0, গতিকে ই বগ সংখ্যা নহয় ।

10000 = 0 ৰ বগ 0, গতিকে ই বগ সংখ্যা নহয় ।

 9000000 = 0 ৰ বগ 0, গতিকে ই বগ সংখ্যা নহয় ।

0 = 0 ৰ বগ 0, গতিকে ই বগ সংখ্যা নহয় ।

5. a)1ৰ পৰা 100 ৰ ভিতৰত থকা বৰ্গ সংখ্যোবোৰ লিখাঁ।

উত্তৰঃ 1, 4, 9, 16, 25, 36, 49, 64, 81, 100

b) 100 ৰ পৰা 1000ৰ ভিতৰত থকা বৰ্গ সংখ্যাবোৰ লিখাঁ ।

উত্তৰঃ100, 121, 144, 169, 196, 225, 256, 289, 324, 361, 400, 441, 484, 529, 576, 625, 676, 729, 784, 841, 900 আৰু 961.

Post ID: DABP002225