Class 5 Mathematics Book Chapter 6 (B) Answer | Sankardev School Class 5 Mathematics Book Chapter 6 বৰ্গ সংখ্যা আৰু বৰ্গমূল (B) Question Answer |

অনুশীলনী-6(B)

1) পূৰ্ণ উৎপাদকত প্ৰকাশ কৰি (উৎপাদক পদ্ধতিৰে) বৰ্গমূল উলিওৱা-

a) 114    b) 576      c) 729      d)784     E) 784    f) 3364        g) 11025

h) 10000    i) 148225     j) 10 X 8 X 5    k)8 X 32

উত্তৰঃ 

a) 114

114 = √2 X 3 X 5 X 50

b)576

576 =  √2 X  2 X 2 X 2 X  2 X  2 X  3 X  3

      = 2 X  2 X  2 X  3 = 24

c) 729

729 = √3 X 3 X 3 X 3 X 3 X 3 

       = 3 X 3 X 3 = 27

d) 784 

784 = √2 X 2 X 2 X 2 X 7 X 7

       = 2 X 2 X 7 = 28

e) 1024 

1024 = √2 X 2 X 2 X 2 X 2 X 2 X 2 X 2 X 2 X 2

         = 2 X 2 X 2 X 2 X 2 = 32

f) 3364 

3364 = √2 X 2 X 29 X 29

         = 2 X 29 = 58

g) 11025 

11025 = √3 X 3 X 5 X 5 X 7 X 7

           = 3 X 5 X 7 = 105

h) 10000 

10000 = √2 X 2 X 2 X 2 X 5 X 5 X 5 X 5

          = 2 X 2 X 5 X 5  = 100

i) 148225

148225 = √5 X 5 X 77 X 77

            = 5 X 77 = 385

j) 10 X 8 X 5

10 X 8 X 5 = √2 X 5 X 2 X 2 X 2 X 5

                  = 2 X 2 X 5 = 20

k) 8 X 32 

8 X 32 = √2 X 2 X 2 X 2 X 2 X 2 X 2 X 2

           = 2 X 2 X 2 X 2 = 16

2. তলত দিয়াবোৰৰ কোনটোক কি সংখ্যাৰে পূৰণ কৰিলে পূৰ্ণবৰ্গ হ’ব ?

a) 8 X 25   b) 2 X 2 X 3   c) 3 X 3 X 4 X 2   d) 108   e) 486   f) 700   g) 432

উত্তৰঃ

a) 8 X 25

8 X 25 = 2 X 2 X 2 X 5 X 5

ইয়াত 2 আৰু 5 ৰ বগ আছে,

কিন্তু, 2 ৰ বগ নাই।

গতিকে,  8 X 25 ৰ লগত 2 পূৰণ কৰিলে সংখ্যাটো পূণ বগ হব ।

b) 2 X 2 X 3

2 X 2 X 3 = 2 X 2 X 3

ইয়াত 2  ৰ বগ আছে,

কিন্তু, 3 ৰ বগ নাই।

গতিকে, 2 X 2 X 3 ৰ লগত 3  পূৰণ কৰিলে সংখ্যাটো পূণ বগ হব ।

c) 3 X 3 X 4 X 2

3 X 3 X 4 X 2 = 3 X 3 X 2 X 2 X 2

ইয়াত 2 আৰু 3   ৰ বগ আছে,

কিন্তু, 2 ৰ বগ নাই।

গতিকে, 2 X 2 X 3 ৰ লগত 3  পূৰণ কৰিলে সংখ্যাটো পূণ বগ হব ।

d) 108 

108  = 2 X 2 X 3 X 3 X 3

ইয়াত 2 আৰু 3   ৰ বগ আছে,

কিন্তু, 3 ৰ বগ নাই।

গতিকে,   108  ৰ লগত 3  পূৰণ কৰিলে সংখ্যাটো পূণ বগ হব ।

e) 486 

486 = 3 X  3 X  3 X  3 X  2  X  3

ইয়াত  3   ৰ বগ আছে,

কিন্তু, 3  আৰু 2 ৰ বগ নাই।

গতিকে,  486 ৰ লগত 3 আৰু 2   পূৰণ কৰিলে সংখ্যাটো পূণ বগ হব ।

f) 700 

700 = 2 X 2 X  5 X  5 X  7

ইয়াত  2 আৰু 5   ৰ বগ আছে,

কিন্তু, 7  ৰ বগ নাই।

গতিকে,  700 ৰ লগত 7 পূৰণ কৰিলে সংখ্যাটো পূণ বগ হব ।

g) 432 

432 = 2 X 2 X 2 X 2 X 3 X 3 X 3

ইয়াত  2 আৰু 3  ৰ বগ আছে,

কিন্তু, 3  ৰ বগ নাই।

গতিকে,  432  ৰ লগত 3 পূৰণ কৰিলে সংখ্যাটো পূণ বগ হব ।

 3. মান নিণয় কৰ –

 a)  √9 +  √16   b) √81 +  √121   c)  √196 +  √361 +  √169   d)  √324 +  √676 +  √729   

e)  √1089 –  √5776 + √15876

উত্তৰঃ 

a)  √9 +  √16

= 3 + 4

= 7

b)  √81 +  √121

= 9 + 11

= 20

c)  √196 +  √361 +  √169

= 14 + 19 + 13

= 46

d)  √324 +  √676 +  √729

= 18 + 26 + 27

= 71

e)  √1089 –  √5776 +  √15876

= 33 – 76 + 126

83

4) হৰণ পদ্ধতিৰে বৰ্গমূল উলিওৱা-

a) 225 b) 441 c) 625 d) 2304 e) 360000

f) 1002001 g) 1936 h) 5625 i) 148225

উত্তৰঃ 

a) 225 

ஃ 225 ৰ বগমূল হৈছে – 15

b) 441 

ஃ 441  ৰ বগমূল হৈছে – 21

c) 625

ஃ 625 ৰ বগমূল হৈছে – 25

d) 2304

ஃ 2304 ৰ বগমূল হৈছে – 48

e) 360000

ஃ 360000 ৰ বগমূল হৈছে – 600

f) 1002001

ஃ 1002001 ৰ বগমূল হৈছে – 1001

g) 1936

ஃ 1936  ৰ বগমূল হৈছে – 44

h) 5625 

ஃ 5625 ৰ বগমূল হৈছে – 75

i) 148225

ஃ 148225  ৰ বগমূল হৈছে – 385

5) বিচৰামতে উত্তৰ দিয়া-

a) কোন সংখ্যাৰ বৰ্গ 3025? 

উত্তৰঃ   3025 ৰ বগমূল হৈছে – 55

b)  √144 – √25 আৰু √64 ৰ কোনটো ডাঙৰ  ?

উত্তৰঃ 12 – 5 আৰু 8 

           7 আৰু  8

ஃ 7 < 8

c)   √81 X  √196 =  √81 X 196  (শুদ্ধনে অশুদ্ধ)

উত্তৰঃ শুদ্ধ ।

d) 125 ৰ লগত কি ক্ষুদ্ৰতম সংখ্যা পূৰণ কৰিলে সংখ্যাটো পূৰ্ণ বৰ্গ হ’ব?

উত্তৰঃ 125 =  √5 X 5 X 5 X 5 X 5

ஃ 125 ৰ লগত 5 পূৰণ কৰিলে 125 সংখ্যাটো পূণ বগ হব ।

e) এনে এটা স্বাভাৱিক সংখ্যা লিখা, যাৰ বৰ্গমূল সংখ্যাটোৰ সমান ?

উত্তৰঃ 1 = √1 = 1  

f)5 ৰ বৰ্গ 25, 0ৰ বৰ্গ 0 হলে , 50 ৰ বৰ্গ 250 হ’বনে?

উত্তৰঃ 5 ৰ বৰ্গ 25, 0ৰ বৰ্গ 0 হলে 50 ৰ বগ 250 নহয় । কাৰণ 50 ৰ বগ মূল 7.071 

g)3272, 9523, 7878 সংখ্যাবোৰ পূৰ্ণবৰ্গ হয়নে?

উত্তৰঃ 3272, 9523, 7878 সংখ্যাবোৰ পূৰ্ণবৰ্গ নহয় ।

6) এটা শ্ৰেণীত যিমান ছাত্ৰ-ছাত্ৰী আছিল, প্ৰতিজনে সিমান টকাকৈ গাইপতি দিয়াত মুঠতে 1681 টকাত উঠিল। শ্ৰেণীতটোত কিমানজন ছাত্ৰ-ছাত্ৰী আছিল আৰু প্ৰত্যেকে গাইপতি দিয়াত মুঠতে 1681 টকা উঠিল শ্ৰেণীটোত কিমানজন ছাত্ৰ-ছাত্ৰী আছিল আৰু প্ৰত্যেকে গাইপতি কিমানকৈ দিছিল উলিওৱা।

উত্তৰঃ 1681 ৰ বগমূল হব = 41

ஃ শ্ৰেণীত থকা মুঠ ছাত্ৰ-ছাত্ৰী সংখ্যা = 41 

ஃ প্ৰত্যেকে গাইপতি 41 টকাকৈ দিছিল ।

7) বৰ্গাকাৰত থকা বাগিছা এখনত দীঘে পথালিয়ে সমানকৈ শাৰী-শাৰীকৈ 169 জোপা নাৰ্জি ফুল ৰোৱা আছে। এটা শাৰীত কিমান জোপা ফুল আছে উলিওৱা।

উত্তৰঃ  বগাকাৰ বাগিচা খনৰ মুঠ শাৰীৰ সংখ্যা হৈছে = 169

ஃ 169 ৰ বগমূলে হব নিণেয় শাৰীৰ সংখ্যা 

169  = √169 = 13

ஃ এটা শাৰীত 13 জোপাকৈ নাজি ফুল আছিল ।

8. দুটা সংখ্যাৰ বৰ্গৰ যোগফল 306 | সিহঁতৰ এটা সংখ্যা 9 হলে আনটো কিমান?

উত্তৰঃ  দিয়া আছে, 

দুটা সংখ্যাৰ যোগফল = 306

এটা সংখ্যা = 9  = 81(9 ৰ বৰ্গ 81 )

আনটো সংখ্যা = 306 – 81 = 225

আনটো সংখ্যা = 15 (225 ৰ বৰ্গমূল 15 )

Post ID: DABP002226