Class 5 Mathematics Book Chapter 7 (A) Answer | Sankardev School Class 5 Mathematics Book Chapter 7 ভগ্নাংশ (A) Question Answer |

অনুশীলনী-7(A)

1. ভগ্নাংশ আকাৰত লিখাঁ।

 i) 7÷ 13  ii) 13÷13  iii) 23÷23 iv) 20÷50

v) 7 ভাগৰ4 vi)13ভাগৰ 7 vii)দুই চতুৰ্থাংশ  viii) চাৰি সপ্তামাংশ।

উত্তৰঃ 

i) 7÷13 

= 7/13

ii) 13÷13

= 13/13

iii) 23÷23

= 23/23 

= 1

iv) 20÷50

=20/50

=2/5

v) 7 ভাগৰ 4

= 4/7

vi) 13 ভাগৰ 7

= 7/13

vii) এক তৃতীয়াংশ 

= 1/3

viii) চাৰি সপ্তাংশ 

= 4/7

2) খালী ঠাই পূৰ কৰা –

উত্তৰঃ

i) 5 টা মাৰ্বল 13 টা মাৰ্বলৰ  পাচ ত্ৰেৰাংশ অংশ।

ii)50 পইচা 1 এটকাৰ এক দ্বিতীয়াংশ অংশ।

iii) 25 মিনিট 1 ঘন্টাৰ দুই বাৰ অংশ।

iv)275 গ্ৰাম 1 কিঃ গ্ৰামৰ এঘাৰ চল্লিচ অংশ।

3) মান নিৰ্ণয় কৰা।

i) 6 ডাল পেঞ্চিলৰ 1/2 অংশ

উত্তৰঃ 3  ূু

ii) 1 লিটাৰৰ 1/5 অংশ

উত্তৰঃ 20

iii)143 ছেকেণ্ডৰ 1/11 অংশ

উত্তৰঃ 13

iv)250 জন মানুহৰ 7/25 ভাগ 

উত্তৰঃ 70

v)500 গ্ৰামৰ তিনি পঞ্চমাংশ।

উত্তৰঃ 300

Post ID: DABP002227