Class 8 Social Science Chapter 12 MCQs । বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন।

বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন

Chapter 12

(১) ভাৰতলৈ অহা জলপথ পোনতে কোনজন নাৱিকে আৱিস্কাৰ কৰে ?

(ক) উইলিয়াম হ’কিন্সক

(খ) ভাস্কো-ডা-গামা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) ভাস্কো-ডা-গামা

(২) বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানী কিমান খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা হৈছিল ?

(ক) ১৭৭৮ খ্ৰীষ্টাব্দত

(খ) ১৬৭৭ খ্ৰীষ্টাব্দত

(গ) ১৫৯৯ খ্ৰীষ্টাব্দত

উত্তৰঃ (গ) ১৫৯৯ খ্ৰীষ্টাব্দত

(৩) ভাস্কো-ডা-গামা দৰাচলতে কোন আছিল ?

(ক) পৰ্তুগীজ নাৱিক

(খ) ইংৰাজৰ নাৱিক

(গ) ভাৰতৰ নাৱিক

উত্তৰঃ (ক) পৰ্তুগীজ নাৱিক

(৪) ভাস্কো-ডা-গামাই কিমান খ্ৰীষ্টাব্দত ভাৰতলৈ অহা জলপথ আৱিষ্কাৰ কৰে ?

(ক) ১৫৮৭ খ্ৰীষ্টাব্দত

(খ) ১৪৯৮ খ্ৰীষ্টাব্দত

(গ) ১৩৯০ খ্ৰীষ্টাব্দত

উত্তৰঃ (খ) ১৪৯৮ খ্ৰীষ্টাব্দত

(৫) বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কিহৰ ব্যৱসায় আৰম্ভ কৰিছিল ?

(ক) বস্ত্ৰ উদ্যোগৰ

(খ) মছলা, হাঁতী দাঁতৰ

(গ) নিমখ, ধপাতৰ

উত্তৰঃ (গ) নিমখ, ধপাতৰ

(৬) ঊনৈশ শতিকাৰ প্ৰথম ভাগত ইংলেণ্ডৰ পৰা ভাৰতলৈ সাগৰেৰে আহিবলৈ কিমান সময় লাগিছিল ?

(ক) ৬ৰ পৰা ৮ মাহ

(খ) ৪ৰ পৰা ৭ মাহ

(গ) ৫ৰ পৰা ৯ মাহ

উত্তৰঃ (ক) ৬ৰ পৰা ৮ মাহ

(৭) বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কিমান খ্ৰীষ্টাব্দত বংগ, বিহাৰ আৰু উৰিষ্যাৰ দেৱানী লাভ কৰিছিল ?

(ক) ১৭৬৮ খ্ৰীষ্টাব্দত

(খ) ১৭৬৫ খ্ৰীষ্টাব্দত

(গ) ১৭৬৯ খ্ৰীষ্টাব্দত

উত্তৰঃ (খ) ১৭৬৫ খ্ৰীষ্টাব্দত

(৮) কিমান খ্ৰীষ্টাব্দত মোগল সম্ৰাটে ফাৰুখছিয়াৰে প্ৰদান কৰা ফৰমানৰ দ্বাৰা বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানী যথেষ্ট লাভৱান হৈছিল ?

(ক) ১৭১৫ খ্ৰীষ্টাব্দত

(খ) ১৭১৮ খ্ৰীষ্টাব্দত

(গ) ১৭১৯ খ্ৰীষ্টাব্দত

উত্তৰঃ (ক) ১৭১৫ খ্ৰীষ্টাব্দত

(৯) দ্বিতীয় চাৰ্লছে পৰ্তুগীজ ৰাজকুমাৰীক বিয়া কৰাই যৌতুক হিচাপে কি লাভ কৰিছিল ?

(ক) কলকাতা

(খ) মোম্বাই

(গ) বোম্বাই

উত্তৰঃ (গ) বোম্বাই

(১০) কিমান খ্ৰীষ্টাব্দত বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ৰাণী এলিজাবেথৰ পৰা অনুমতি লাভ কৰে ?

(ক) ১৫৯৯ খ্ৰীষ্টাব্দত

(খ) ১৬০২ খ্ৰীষ্টাব্দত

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (গ) ওপৰৰ এটাও নহয়

(১১) দ্বিতীয় চালৰ্ছে বোম্বাই (মোম্বাই) কাক লীজত দিয়ে ?

(ক) ইংৰাজৰ ইষ্ট ইণ্ডিয়া কোম্পানীক

(খ) ভাস্কো-ডা-গামাক

(গ) ওপৰৰ দুয়োটাকে

উত্তৰঃ (ক) ইংৰাজৰ ইষ্ট ইণ্ডিয়া কোম্পানীক

(১২) ঔৰংজেৱৰ মৃত্যু কিমান খ্ৰীষ্টাব্দত হৈছিল ?

(ক) ১৭৭০ খ্ৰীষ্টাব্দত

(খ) ১৭১২ খ্ৰীষ্টাব্দত

(গ) ১৭০৭ খ্ৰীষ্টাব্দত

উত্তৰঃ (গ) ১৭০৭ খ্ৰীষ্টাব্দত

(১৩) সেই সময়ত বোম্বাইৰ বছৰি ভাৰা কিমান আছিল ?

(ক) ১৫ পাউণ্ড

(খ) ১২ পাউণ্ড

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (গ) ওপৰৰ এটাও নহয়

(১৪) ১৬০৯ খ্ৰীষ্টাব্দত ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে মোগল সম্ৰাট জাহাঙ্গীৰৰ দৰবাৰলৈ ফেক্টৰী স্থাপনৰ বাবে কাক অনুমতি ল’বলৈ পঠিয়াইছিল ?

(ক) উইলিয়াম হ’কিন্সক

(খ) ভাস্কো-ডা-গামাক

(গ) পুলিকটক

উত্তৰঃ (ক) উইলিয়াম হ’কিন্সক

(১৫) কিমান খ্ৰীষ্টাব্দত কলকাতাৰ ওচৰৰ হুগলীত এটা কাৰখানা খোলে ?

(ক) ১৬৪২ খ্ৰীষ্টাব্দত

(খ) ১৬৬১ খ্ৰীষ্টাব্দত

(গ) ১৬৫১ খ্ৰীষ্টাব্দত

উত্তৰঃ (গ) ১৬৫১ খ্ৰীষ্টাব্দত

(১৬) কিমান খ্ৰীষ্টাব্দত তুৰ্কীসকলে কনষ্টাণ্টিনোপল দখল কৰাত সমস্যাৰ সৃষ্টি হৈছিল ?

(ক) ১৪৫১ খ্ৰীষ্টাব্দত

(খ) ১৪৫২ খ্ৰীষ্টাব্দত

(গ) ১৪৫৩ খ্ৰীষ্টাব্দত

উত্তৰঃ (গ) ১৪৫৩ খ্ৰীষ্টাব্দত