Class 8 Social Science Chapter 15 MCQs । সাম্ৰাজ্যবাদ আৰু অসম।

সাম্ৰাজ্যবাদ আৰু অসম

Chapter 15

(১) কিমান খ্ৰীষ্টাব্দৰ পৰাই বৃটিছে অসমত সাম্ৰাজ্যবাদ পাতনি মেলিছিল ?

(ক) ১৮২৬ খ্ৰীষ্টাব্দৰ পৰাই

(খ) ১৮২৫ খ্ৰীষ্টাব্দৰ পৰাই

(গ) ১৮২৪ খ্ৰীষ্টাব্দৰ পৰাই

উত্তৰঃ (ক) ১৮২৬ খ্ৰীষ্টাব্দৰ পৰাই

(২) অসমত কেইবাৰ মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল ?

(ক) ৫ বাৰ

(খ) ৩ বাৰ

(গ) ৪ বাৰ

উত্তৰঃ (খ) ৩ বাৰ

(৩) মানসকল কি দেশৰ লোক আছিল ?

(ক) বাংলা দেশৰ

(খ) চীন দেশৰ

(গ) ব্ৰহ্ম দেশৰ

উত্তৰঃ (গ) ব্ৰহ্ম দেশৰ

(৪) কাৰ ৰাজত্ব কালৰ পৰাই অসমত হিন্দু শাক্ত ধৰ্মৰ পুনৰুত্থান হৈছিল ?

(ক) স্বৰ্গদেউ লক্ষ্মী সিংহৰ ৰাজত্ব কালৰ পৰা

(খ) গৌৰীনাথ সিংহৰ ৰাজত্ব কালৰ পৰা

(গ) চন্দ্ৰকান্ত সিংহৰ ৰাজত্ব কালৰ পৰা

উত্তৰঃ (ক) স্বৰ্গদেউ লক্ষ্মী সিংহৰ ৰাজত্ব কালৰ পৰা

(৫) লক্ষ্মীসিংহৰ মৃত্যুৰ পিছত আহোম ৰাজপাটত কোন বহে ?

(ক) চন্দ্ৰকান্ত সিংহ

(খ) গৌৰীনাথ সিংহ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) গৌৰীনাথ সিংহ

(৬) কেপ্তেইন ৱেলছে নামনি আৰু উজনি অসমৰ বিদ্ৰোহ দমন কৰি আহোমৰ শাসনভাৰ কাক গতাই দিয়ে ?

(ক) কৃষ্ণ নাৰায়ণৰ হাতত

(খ) চন্দ্ৰকান্ত সিংহৰ হাতত

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (গ) ওপৰৰ এটাও নহয়

(৭) ব্ৰহ্মদেশক বৰ্তমান কি নামেৰে জনা যায় ?

(ক) ম্যানমাৰ নামেৰে

(খ) বাংলাদেশ নামেৰে

(গ) চীন দেশ নামেৰে

উত্তৰঃ (ক) ম্যানমাৰ নামেৰে

(৮) ব্ৰহ্মদেশৰ প্ৰকৃত নাম কি ?

(ক) বাম্বা

(খ) বোম্বে

(গ) বোম্বাই

উত্তৰঃ (ক) বাম্বা

(৯) কিমান খ্ৰীষ্টাব্দত যথাক্ৰমে মানৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় অসম আক্ৰমণ সংঘটিত হৈছিল ?

(ক) ১৮১৭, ১৮১৯ আৰু ১৮২১ খ্ৰীষ্টাব্দত

(খ) ১৮২৩, ১৮২৫ আৰু ১৮২৭ খ্ৰীষ্টাব্দত

(গ) ১৭৯০, ১৭৯২ আৰু ১৭৯৫ খ্ৰীষ্টাব্দত

উত্তৰঃ (ক) ১৮১৭, ১৮১৯ আৰু ১৮২১ খ্ৰীষ্টাব্দত

(১০) আমাৰ দেশৰ কোন অংশত পাটকাই পৰ্বতৰ শাৰী আছে ?

(ক) উত্তৰ-পূব অংশত

(খ) দক্ষিণ-পূব অংশত

(গ) পূব-পশ্চিম অংশত

উত্তৰঃ (খ) দক্ষিণ-পূব অংশত

(১১) পাটকাই পৰ্বতৰ উত্তৰে কি দেশ আছে ?

(ক) অসম দেশ

(খ) ব্ৰহ্ম দেশ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) অসম দেশ

(১২) পাটকাই পৰ্বতৰ দক্ষিণে কি দেশ আছে ?

(ক) ব্ৰহ্ম দেশ

(খ) বাংলা দেশ

(গ) অসম দেশ

উত্তৰঃ (ক) ব্ৰহ্ম দেশ

(১৩) মানসকলে কি পৰ্বত পাৰ হৈ আহি অসমত প্ৰৱেশ কৰিছিল ?  

(ক) হিমালয় পৰ্বত

(খ) পাটকাই পৰ্বত

(গ) ওপৰৰ পৰ্বত কেইটা নহয়

উত্তৰঃ (খ) পাটকাই পৰ্বত

(১৪) কেপ্তেইন ৱেলছ অসমলৈ কিমান খ্ৰীষ্টাব্দত আহিছিল ?

(ক) ১৭৯২ খ্ৰীষ্টাব্দত

(খ) ১৭৯০ খ্ৰীষ্টাব্দত

(গ) ১৭৮০ খ্ৰীষ্টাব্দত

উত্তৰঃ (ক) ১৭৯২ খ্ৰীষ্টাব্দত

(১৫) কেপ্তেইন ৱেলছ কিমান খ্ৰীষ্টাব্দত উভতি যায় ?

(ক) ১৭৯২ খ্ৰীষ্টাব্দত

(খ) ১৭৯৩ খ্ৰীষ্টাব্দত

(গ) ১৭৯৪ খ্ৰীষ্টাব্দত

উত্তৰঃ (গ) ১৭৯৪ খ্ৰীষ্টাব্দত

(১৬) কাৰ মাজৰ ক্ষমতাৰ দন্দই অসমলৈ মানসকলক অহাৰ সুবিধা কৰি দিছিল ?

(ক) গৌৰীনাথ সিংহ আৰু লক্ষ্মীসিংহ মাজৰ ক্ষমতাৰ দন্দই

(খ) বদনচন্দ্ৰ বৰফুকন আৰু পূৰ্ণানন্দ বুঢ়াগোঁহাইৰ মাজৰ ক্ষমতাৰ দন্দই

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) বদনচন্দ্ৰ বৰফুকন আৰু পূৰ্ণানন্দ বুঢ়াগোঁহাইৰ মাজৰ ক্ষমতাৰ দন্দই

(১৭) মানসকলে পুনৰ আহোম সিংহাসনত কাক বহুৱাই ?

(ক) বদনচন্দ্ৰ বৰফুকনক

(খ) গৌৰীনাথ সিংহক

(গ) চন্দ্ৰকান্ত সিংহক

উত্তৰঃ (গ) চন্দ্ৰকান্ত সিংহক

(১৮) মানৰ আক্ৰমণে অসমক কি সংকটত পেলাইছিল ?

(ক) অৰ্থনৈতিক

(খ) ৰাজনৈতিক

(গ) ঐতিহ্যক

উত্তৰঃ (ক) অৰ্থনৈতিক

(১৯) মানে অসম কেইবাৰ আক্ৰমণ কৰিছিল ?

(ক) ২ বাৰ

(খ) ৩ বাৰ

(গ) ৪ বাৰ

উত্তৰঃ (খ) ৩ বাৰ

(২০) কেপ্তেইন ৱেলছে কাৰ বিষয়ে এটি মূল্যৱান বিৱৰণ লিখি থৈ গৈছে ?

(ক) ভাৰতৰ বিষয়ে

(খ) আহোমৰ বিষয়ে

(গ) অসমৰ বিষয়ে

উত্তৰঃ (গ) অসমৰ বিষয়ে