Class 8 Social Science Chapter 17 MCQs । মানৱ সম্পদ উন্নয়ন,মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক আৰু মানৱ সম্পদ উন্নয়নত বৃত্তিমূলক শিক্ষাৰ  ভূমিকা।

মানৱ সম্পদ উন্নয়ন,মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক আৰু মানৱ সম্পদ উন্নয়নত বৃত্তিমূলক শিক্ষাৰ  ভূমিকা

Chapter 17

১. মানুহৰ সংখ্যা বৃদ্ধি হ’লেই মানৱ সম্পদৰ বৃদ্ধি ?

(ক) হয়

(খ) নহয়

(গ) এটাও নহয়

উত্তৰঃ (খ) নহয়

২. ভাৰতৰ মুঠ জনসংখ্যা কিমান জন ?

(ক) ১২৩,৩৪, ৬৭,২১২ জন

(খ) ২৩,২৩,২৩৪ জন

(গ) ১২১,০১, ৯৩, ৮২২ জন

উত্তৰঃ (গ) ১২১,০১, ৯৩, ৮২২ জন

৩. ভাৰতৰ আয়তন  কিমান বৰ্গ কিল’মিটাৰ ?

(ক) ৩২,৭৮,২৬৩ বৰ্গ কিল’মিটাৰ

(খ) ১২,৩৯,৭৮৯ বৰ্গ কিল’মিটাৰ

(গ) ৫৬,৮৭,৪৫৩ বৰ্গ কিল’মিটাৰ

উত্তৰঃ (ক) ৩২,৭৮,২৬৩ বৰ্গ কিল’মিটাৰ

৪. আমাৰ চৰকাৰে কিমান শতাংশ বা ততোধিক অক্ষমতা থকা ব্যক্তিক জটিল অক্ষমতাগ্ৰস্ত ব্যক্তি বুলি কৰিছে ?

(ক) ৯০ শতাংশ

(খ) ৫০ শতাংশ

(গ) ৮০ শতাংশ

উত্তৰঃ (গ) ৮০ শতাংশ

৫. কিমান চনৰ পৰা দেশত অক্ষমতাগ্ৰস্ত ব্যক্তিৰ সমান সুযোগ, সুৰক্ষা, অধিকাৰ আৰু সম্পূৰ্ণ অংশগ্ৰহণ আইন প্ৰৱৰ্তন হৈছে ?

(ক) ২০০৮ চনত

(খ) ১৯৯৫ চনত

(গ) ১৫৯৮ চনত

উত্তৰঃ (খ) ১৯৯৫ চনত

৬. জনসংখ্যাৰ ঘনত্ব কিমান জন ?

(ক) ৮৫৬ জন

(খ) ৪৫৩ জন

(গ) ৩৮২ জন

উত্তৰঃ (গ) ৩৮২ জন

৭. প্ৰকৃত শিক্ষাই জ্ঞান আৰু দক্ষতা বৃদ্ধি ?

(ক) নকৰে

(খ) কৰে

(গ) এটাও নহয়

উত্তৰঃ (খ) কৰে

৮. কৰ্মসংস্থানৰ অভাৱ হ’লে মানুহৰ আয়ৰ উৎস ?

(ক) নাথাকে

(খ) থাকে

(গ) এটাও নহয়

উত্তৰঃ (ক) নাথাকে

৯. কিমান চনৰ লোকপিয়লৰ হিচাপ মতে অসমৰ জনসংখ্যা ৩,১১,৬৯,২৭২ জন ?

(ক) ২০১০ চনত

(খ) ২০০৯ চনত

(গ) ২০১১ চনত

উত্তৰঃ (গ) ২০১১ চনত

১০. মানুহে এতিয়াও দৰিদ্ৰ সীমাৰেখাৰ তলত বাস ?

(ক) নকৰে

(খ) কৰে

(গ) ওপৰত দিয়া এটাও নহয়

উত্তৰঃ (খ) কৰে

১১. শিক্ষাই প্ৰতিজন ব্যক্তিক উৎপাদনৰ ক্ষেত্ৰত স্ব-নিৰ্ভৰশীল কৰি গঢ়ি তুলিব ?

(ক) নোৱাৰে

(খ) পাৰে

(গ) এটাও নহয়

উত্তৰঃ (খ) পাৰে

১২. জীৱন ধাৰণৰ বাবে ব্যক্তিএজনে যি কাম কৰে তাক সেই মানুহজনৰ বৃত্তি বুলি কোৱা ?

(ক) হয়

(খ) নহয়

(গ) এটাও নহয়

উত্তৰঃ (ক) হয়

১৩. মানুহক আৰ্থিকভাৱে আত্মনিৰ্ভৰশীল কৰাত বৃত্তিমূলক শিক্ষাই সবল ভূমিকা ?

(ক) লয়

(খ) নলয়

(গ) এটাও নহয়

উত্তৰঃ (ক) লয়

১৪. সমগ্ৰ ভাৰতবৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলে ভৰ্তি হ’ব পৰাকৈ প্ৰায় ৬ হেজাৰ বিদ্যালয়ত কিমান টা বৃত্তিমূলক শিক্ষাৰ পাঠ্যক্ৰম প্ৰচলন কৰা হৈছে ?

(ক) ১৫৯ টা

(খ) ১২৫ টা

(গ) ১৬০ টা

উত্তৰঃ (গ) ১৬০ টা

১৫. অসম চৰকাৰে এই পৰ্যন্ত কিমান খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বৃত্তিমূলক শিক্ষা প্ৰদানৰ বাবে ব্যৱস্থা হাতত লৈছে ?

(ক) ১৩৯ খন

(খ) ১৫০ খন

(গ) ১৩০ খন

উত্তৰঃ (খ) ১৫০ খন

১৬. ৰাষ্ট্ৰীয় আয়ৰ বৃদ্ধিয়ে দেশ এখন স্বাৱলম্বী হোৱাত সহায় কৰে ?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) এটাও নহয়

উত্তৰঃ (ক) শুদ্ধ

১৭. প্ৰাকৃতিক সম্পদৰ বৃদ্ধি হ’লেই দেশৰ উৎপাদন বৃদ্ধি হয় ?

(ক) অশুদ্ধ

(খ) শুদ্ধ

(গ) ওপৰত দিয়া এটাও নহয়

উত্তৰঃ (ক) অশুদ্ধ

১৮. মানুহ মাত্ৰেই মানৱ সম্পদ নহয় ?

(ক) অশুদ্ধ

(খ) শুদ্ধ

(গ) এটাও নহয়

উত্তৰঃ (খ) শুদ্ধ

১৯. উৎপাদনৰ কেইটা মূল উপাদান আছে ?

(ক) দুটা

(খ) তিনিটা

(গ) চাৰিটা

উত্তৰঃ (গ) চাৰিটা

২০. বৃত্তিমূলক শিক্ষাই মানৱ সম্পদ উন্নয়নত বিশেষ ভূমিকা পালন ?

(ক) কৰে

(খ) নকৰে

(গ) ওপৰত দিয়া এটাও নহয়

উত্তৰঃ (ক) কৰে