আহোম ৰাজত্বকালত মুছলমান প্ৰথম অসম আক্ৰমণ | AJB Class 6 History Chapter 2 | MCQ Question Answer Solution |

আহোম ৰাজত্বকালত মুছলমান প্ৰথম অসম আক্ৰমণ 

Chapter- 2

1. কোনে ভাৰতত প্ৰতিষ্ঠা কৰা ৰাজ বংশটোৰ নাম দাস বংশ আছিল । 

ক) চুলতান মহম্মদ

খ) কুতুব্বুদ্দিন আইবাকে

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) কুতুব্বুদ্দিন আইবাকে।

2. মুছলমানসকলে কিমান খ্ৰি.ত পোনপ্ৰথমবাৰৰ বাবে অসম আক্ৰমণ কৰিছিল। 

ক) ১২০৬

খ) ১২৬০

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) ১২০৬।

3. লোডী বংশৰ চুলতান ইব্ৰাহিম লোডীক পৰাস্ত কৰি কিমান খ্ৰি.ত বাবৰে ভাৰতত মোগল ৰাজবংশৰ শাসন আৰম্ভ কৰিছিল ।

ক) ১৫২৬

খ) ১৫৬২

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) ১৫২৬।

4. কিমান খ্ৰি.ত এপ্ৰিল মাহত তুৰ্বক নামৰ আন এজন মুছলমান সেনাপতিয়ে পুনৰ আহোম ৰাজ্য় আক্ৰমণ কৰে। 

ক) ১৫৩২

খ) ১৫২৩

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) ১৫৩২।

5. তুৰ্বকৰ আক্ৰমণ কিমান খী.তৰ পৰা কিমান খী.তলৈ সময় পাৰ হৈ গ’ল।

ক) ১৫৭২ খী.তৰ পৰা ১৫২৩ লৈ

খ) ১৫২৭ খী.তৰ পৰা ১৫৩২ লৈ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) ১৫২৭ খী.তৰ পৰা ১৫৩২ লৈ।

6. বংগৰ মুছলমান সকলে  কি উপাধি গ্ৰহণ কৰিছিল। 

ক) শইকীয়া

খ) নবাব

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) নবাব।

7. বংগদেশৰ মুছলমানসকলে পোনপ্ৰথমে কোন ৰাজ্য় আক্ৰমণ কৰিছিল। 

ক) আহোম

খ) মোগল

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) আহোম।

8. কাৰ সেনাপতিজনক অসমৰ ইতিহাসত ‘বৰ উজীৰ’ বুলি জনা যায়। 

ক) মুছলমানৰ

খ) আহোমৰ

গ) ওপৰৰ এটাও নহয়।

9. কেইখন নাও লৈ মুছলমান সৈন্য় পুনৰ ব্ৰহ্মপুত্ৰ নদীয়েদি উজাই আহিল। 

ক) ৬০

খ) ৫০

গ) ওপৰৰ এটাও নহয়।

উত্তৰঃ খ) ৫০।

10. মুছলমানৰ সেনাপতি কোন আছিল। 

ক) মল্লদেৱ

খ) বিত মালিক

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) বিত মালিক।

11. আহোম আৰু মুছলমানৰ কোন নদীৰ পাৰত শেষ ৰণখন হৈছিল। 

ক) ভৰলী নদী

খ) কৰতোৱা

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) ভৰলী নদী।

12. কিমান খ্ৰিষ্টাব্দত দুইমুনিশিলাৰ ওচতৰ হোৱা নৌ যুদ্ধত আহোম সৈন্য়ই জয়লাভ কৰে। 

ক) ১৫৩৪

খ) ১৫৩৩

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) ১৫৩৩।

13. মূলাগাভৰুৱে কবচ কাপোৰ বৈ দিব নোৱৰাৰ বাবে কাৰ মৃত্য়ু হ’ল বুলি বিশ্বাস কৰিছিল। 

ক) স্বামীৰ

খ) দেউতাকৰ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) স্বামীৰ।

14. আহোম সৈন্য়দলে আকৌ এবাৰ কোনখন নদী অসমৰ পশ্চিম ,সীমা বুলি সাব্য়স্ত কৰিলে। 

ভৰলীনদী

কৰতোৱা নদী

ওপৰৰ এটাও নহয়

উত্তৰঃ কৰতোৱা নদী।

15. গৌড় দেশৰ পৰা আহিছিল বাবে এই লোকসকলক কি বোলা হৈছিল।

ক) গড়ীয়া

খ) গড়িয়া

গ) ওপৰৰ এটাও নহয়

উত্তৰঃখ) গড়িয়া।

16. শাসনকৰ্তাজনে কিমান চনত বংগক স্বাধীন ৰাজ্য় বুলি ঘোষণা কৰিছিল ।

ক) ১৩৭৫

খ) ১৫৪০

গ) ১৩৪০

উত্তৰঃ গ) ১৩৪০।

17. বংগৰ মুছলমান শাসকসকলে কি উপাধি গ্ৰহন কৰিছিল । 

ক) নৰনাৰায়ণ

খ) বৰফুকন

গ) নবাব

উত্তৰঃ গ) নবাব।

18. মূলাগাভৰু কিহৰ পিঠিত উঠি যুদ্ধক্ষেত্ৰলৈ গৈছিল । 

ক) ঘোঁৰাৰ পিঠিত

খ) হাতীৰ পিঠিত

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) হাতীৰ পিঠিত।

19. এনে সময়তে আহোম সেনাপতি কনচেং বৰপাত্ৰ গোহাঁয়ে কাৰ মূৰ কাটি পেলায় । 

ক) মূলাগাভৰু

খ) চুলতানৰ

গ) তুৰ্বকৰ

উত্তৰঃ গ) তুৰ্বকৰ।

20. অৱশেষত তুৰ্বকে কিহৰ পিঠিত উঠি যুদ্ধ কৰিছিল । 

ক) ঘোঁৰাৰ পিঠিত

খ) হাতীৰ পিঠিত

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ ক) ঘোঁৰাৰ পিঠিত।