পানী | AJB Class 6 Assamese Chapter 18 Short Question and Answer Assamese Medium |

১। পানী কি?

ক) এবিধ প্ৰাকৃতিক সম্পদ

খ) এবিধ ৰাসায়নিক সম্পদ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) এবিধ প্ৰাকৃতিক সম্পদ।

২। সত্তৰ কিল’গ্ৰাম ওজনৰ মানুহ এজনৰ দেহত প্ৰায় কিমান কিল’গ্ৰাম পানী থাকে?

ক) ৬০ কিল’গ্ৰাম

খ) ২০ কিল’গ্ৰাম

গ) ৫০ কিল’গ্ৰাম

উত্তৰঃ গ) ৫০ কিল’গ্ৰাম।

৩। পানী আমি কৰ পৰা পাওঁ?

ক) ৰাসায়নিক দ্ৰব্যৰ পৰা

খ) প্ৰকৃতিৰ পৰা

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) প্ৰকৃতিৰ পৰা।

৪। পৃথিৱীৰ উপৰিভাগৰ প্ৰায় চাৰিভাগৰ কিমানভাগ পানীৰে আৱৰি আছে?

ক) তিনিভাগ

খ) চাৰিভাগ

গ) একভাগ

উত্তৰঃ ক) তিনিভাগ।

৫। সাধাৰণতে পানীৰ উৎস কিমান ধৰণৰ?

ক) দুই ধৰণৰ

খ) তিনি ধৰণৰ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) তিনি ধৰণৰ।

৬। খোৱাপানী কেনে হোৱা উচিত?

ক) পৰিস্কাৰ

খ) লেতেৰা

গ) জীৱাণুমুক্ত

উত্তৰঃ গ) জীৱাণুমুক্ত

৭। পানীৰ নাটনিৰ এটা অন্যতম কাৰণ কি?

ক) বৰষুণ

খ) প্ৰদূষণ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) প্ৰদূষণ।

৮। পানী অৱিহনে কোনো প্ৰাণী জীয়াই থাকিব পাৰেনে?

ক) পাৰে

খ) কিছুমান প্ৰাণী পাৰে

গ) নোৱাৰে

উত্তৰঃ গ) নোৱাৰে।

৯। খৰচী শব্দৰ বিপৰীত অৰ্থ কি?

ক) মৃতব্যয়ী

খ) নখৰচী

গ) কৃপন

উত্তৰঃ ক) মৃতব্যয়ী।

১০। অপকাৰী শব্দৰ বিপৰীত অৰ্থ কি?

ক) অপকাৰ

খ) উপকাৰী

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) উপকাৰী

১১। শৰীৰৰ পানীৰ ভাৰসাম্য় __________?

ক) অতি প্ৰয়োজন

খ) অতি নিখুঁত

গ) অপ্ৰয়োজনীয়

উত্তৰঃ খ) অতি নিখুঁত।

১২। উদ্ভিদে কেনেকৈ পানী শুহি ল’ব পাৰে ?

ক) গা-গছেৰে

খ) শিপাৰে

গ) পাতেৰে

উত্তৰঃ খ) শিপাৰে।

১৩। এক টন কাগজ উৎপাদন কৰিবলৈ কিমান টন পানীৰ আৱশ্য়ক ?

ক) বিশ টন

খ) ত্ৰিশ টন

গ) পঞ্চাছ টন

উত্তৰঃ গ) পঞ্চাছ টন

১৪। পানীৰ যি চকৰি অনবৰতে চলি থাকে তাক কি বোলে ?

ক) জলচক্ৰ

খ) বৃত্ত চকৰি

গ) এটাও নহয়

উত্তৰঃ ক) জলচক্ৰ।

১৫। পৃথিৱীৰ মানুহক যদি পানী বিলাই দিয়া হয় গাইপতি কিমানকৈ পৰিব ?

ক) পাঁচ নিযুত লিটাৰিকৈ

খ) পাঁচশ নিযুত লিটাৰিকৈ

গ) দুশ নিযুত লিটাৰিকৈ

উত্তৰঃ খ) পাঁচশ নিযুত লিটাৰিকৈ।

১৬। এই পানীৰ শতকৰা কিমান ভাগ লুণীয়া ?

ক) ষাঠি শতকৰা

খ) পঞ্চাছ শতকৰা

গ) সাতান্নবৈ শতকৰা

উত্তৰঃ গ) সাতান্নবৈ শতকৰা

১৭। গাঁৱৰ মানুহে সাধাৰণতে কিহৰ পানী ব্য়ৱহাৰ কৰে ?

ক) মটৰৰ পানী

খ) দমকলৰ পানী

গ) নদীৰ পানী

উত্তৰঃ খ) দমকলৰ পানী।

১৮। নাটনি শব্দৰ অৰ্থ কি ?

ক) অভাৱ হোৱা

খ) কমি যোৱা

গ) এটাও নহয়

উত্তৰঃ ক) অভাৱ হোৱা।

১৯। সচৰাচৰ শব্দৰ অৰ্থ কি ?

ক) ওলাই যোৱা

খ) মাটিৰ তল

গ) সাধাৰণতে

উত্তৰঃ গ) সাধাৰণতে।

২০। নিৰ্গত শব্দৰ অৰ্থ কি ?

ক) বিলাই দিয়া

খ) ওলাই যোৱা

গ) প্ৰকৃতি

উত্তৰঃ খ) ওলাই যোৱা।