পুখুৰীৰ কথা | AJB Class 6 Assamese Chapter 14 Short Question and Answer Assamese Medium |

১। পাছফালৰ বাৰান্দাত কোন আমন-জিমনকৈ বহি আছিল?

ক) অনন্যা

খ) সুকণ্যা

গ) বিপাছা

উত্তৰঃ ক) অনন্যা।

২। সেইদিনা কি বাৰ আছিল?

ক) সোমবাৰ

খ) দেওবাৰ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) দেওবাৰ।

৩। অনন্যাই পঢ়া কিতাপখনৰ নাম কি আছিল?

ক) আপোন পাঠ

খ) সাথৰ ভাণ্ডাৰ

গ) কমলা কুঁৱৰীৰ সাধু

উত্তৰঃ গ) কমলা কুঁৱৰীৰ সাধু।

৪। জয়সাগৰ পুখুৰী কোনে খন্দাইছিল?

ক) ৰুদ্ৰসিংহ স্বৰ্গদেৱে

খ) অম্বিকা দেৱীয়ে

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) ৰুদ্ৰসিংহ স্বৰ্গদেৱে।

৫। শিৱসাগৰ পুখুৰী কোনে খন্দাইছিল?

ক) ৰুদ্ৰসিংহ স্বৰ্গদেৱে

খ) অম্বিকা দেৱীয়ে

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) অম্বিকা দেৱীয়ে।

৬। আমন-জিমনকৈ শব্দৰ অৰ্থ কি?

ক) পাৰ্গত

খ) অতি যত্নৰে

গ) মন মাৰি

উত্তৰঃ গ) মন মাৰি।

৭। অমূল্য শব্দৰ অৰ্থ কি?

ক) মূল্য নথকা

খ) অতি মূল্যবান

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) অতি মূল্যবান।

৮। সযতনে শব্দৰ অৰ্থ কি?

ক) অতি যত্নৰে

খ) পাৰ্গত

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) অতি যত্নৰে।

৯। দক্ষ শব্দৰ অৰ্থ কি?

ক) অতি যত্নৰে

খ) পাৰ্গত

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) পাৰ্গত।

১০। নিজান শব্দৰ অৰ্থ কি?

ক) মন মাৰি

খ) অতি মূল্যবান

গ) নিৰ্জন

উত্তৰঃ গ) নিৰ্জন।

১১। পাছফালৰ বাৰান্দাত অনন্য়া আমন-জিমনকৈ বহি থাকোতে তেতিয়া কি সময় আছিল ?

ক) ৰাতিপুৱা

খ) দুপৰীয়া

গ) ৰাতি

উত্তৰঃ খ) দুপৰীয়া।

১২। ‘কমলা কুঁৱৰীৰ সাধু’ টো পঢ়ি অনন্য়াৰ মনটো কেনেকুৱা লাগিল ?

ক) ভাল লাগিল

খ) বেয়া লাগিল

গ) এটাও নহয়

উত্তৰঃ খ) বেয়া লাগিল।

১৩। অনুহঁত যোৱাবাৰ শিৱসাগৰৰ কাৰ ঘৰলৈ গৈছিল ?

ক) মাহীয়েকৰ ঘৰলৈ

খ) মামায়েকৰ ঘৰলৈ

গ) জেঠায়েকৰ ঘৰলৈ

উত্তৰঃ গ) জেঠায়েকৰ ঘৰলৈ।

১৪। অনুয়ে জেঠায়েকৰ ঘৰত কি দেখিছিল ?

ক) মাছবোৰ

খ) পুখুৰীবোৰ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) পুখুৰীবোৰ।

১৫। অনুয়ে পুখুৰীবোৰক কি বুলি ভাবিছিল ?

ক) সাগৰ বুলি

খ) সৰু পুখুৰী

গ) মহাসাগৰ বুলি

উত্তৰঃ ক) সাগৰ বুলি।

১৬। আহোম স্বৰ্গদেউ শিৱসিংহৰ পত্নী কোন আছিল ?

ক) মূলাগাভৰু

খ) অম্বিকা দেৱী

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) অম্বিকা দেৱী।

১৭। পুৰণি কালত ৰজা-মহাৰজাসকলে পুখুৰী খন্দাতো এটা কি আছিল ?

ক) দায়িত্ব

খ) নিয়ম

গ) কৰ্তব্য়

উত্তৰঃ খ) নিয়ম।

১৮। বিশাল বিশাল পুখুৰীবোৰত কি কি ৰুইছিল ?

ক) ভেঁট

খ) পদুম

গ) ওপৰৰ দুয়োটা

উত্তৰঃ গ) ওপৰৰ দুয়োটা।

১৯। দক্ষ শব্দৰ অৰ্থ কি ?

ক) পাৰ্গত

খ) উৎস

গ) অতি যত্নৰে

উত্তৰঃ ক) পাৰ্গত।

২০। উঁহ শব্দৰ অৰ্থ কি ?

ক) বিমৰ্ষ হৈ

খ) মন মাৰি থকা

গ) উৎস

উত্তৰঃ গ) উৎস।