ভাৰতলৈ ইউৰোপীয়ৰ আগমন | AJB Class 7 Social Science Chapter 5 Shot Question and Answer Assamese Medium |

১। কিমান খ্ৰি.ত অট’মান তুৰ্কী সাম্ৰাজ্যৰ অধিপতিয়ে এছিয়া মাইনৰ১ আৰু কনষ্টাণ্টিনপ’ল অধিকাৰ কৰে ?

(ক) ১৪৫৩

(খ) ১৪৪২

(গ) ১৪৮৪

উত্তৰঃ (ক) ১৪৫৩।

২। কিমান খ্ৰি.ত আফ্ৰিকাৰ দক্ষিণ সীমাৰ উত্তমাশা অন্তৰীপৰ কাষেৰে নতুন জলপথ এটাৰ সন্ধান দিলে ?

(ক) ১৪২৮

(খ) ১৪৮৭

(গ) ১৪৬৪

উত্তৰঃ (খ) ১৪৮৭।

৩। কিমান খ্ৰি.ত পৰ্তুগীজ নীবিক ভাস্ক’-ডা-গামাই ভাৰতৰ পশ্চিম উপকূলৰ কালিকট বন্দৰত উপস্থিত হী নতুন জনপথ আৱিষ্কাৰ কৰিলে ?

(ক) ১৪২৯

(খ) ১৪৬৪

(গ) ১৪৯৮

উত্তৰঃ (গ) ১৪৯৮।

৪। কিমান খ্ৰি.ত জুলাই মাজত অহা ভাস্ক’-ডা-গামাক সেই সময়ৰ লকালিকটৰ হিন্দু ৰজা জামৰিণে সাদৰ অভ্যৰ্থনা জনাইছিল ?

(ক) ১৪৯৮

(খ) ১৪৮৮

(গ) ১৪৪৬

উত্তৰঃ (ক) ১৪৯৮।

৫। কিমান খ্ৰি.ত ভাস্ক’-ডা-গামা পুনৰাই ভাৰতলৈ আহে আৰু ক’চিন আৰু কান্নানোৰত পৰ্তুগীজ বাণিজ্যঘাটি স্থাপন কৰে ?

(ক) ১৫২২

(খ) ১৫১৪

(গ) ১৫০২

উত্তৰঃ (গ) ১৫০২।

৬। বৃটিছ ইষ্ট ইণ্ডিয়া কোন চনত গঠন হৈছিল ?

(ক) ১৬২৪

(খ) ১৬০০

(গ) ১৬০৬

উত্তৰঃ (খ) ১৬০০।

৭। কিমান খ্ৰি.ত এজন শাসনকৰ্তা নিয়োগ কৰে ?

(ক) ১৫০৫

(খ) ১৫৪৮

(গ) ১৫২৭

উত্তৰঃ (ক) ১৫০৫।

৮। আলমিডাৰ পিছত কিমান খ্ৰি.ত ভাৰতত পৰ্তুগীজ শাসনৰূপে নিযুক্ত হয় ?

(ক) ১৫২৪

(খ) ১৫০৯

(গ) ১৫৮২

উত্তৰঃ (খ) ১৫০৯।

৯। আলবুকাৰ্বে কিমান খ্ৰি.ত বিজাপুৰ চুলতানৰ অধীনস্থ গোৱা দখল কৰি লৈছিল ?

(ক) ১৫২৮

(খ) ১৫০০

(গ) ১৫১০

উত্তৰঃ (গ) ১৫১০।

১০। কিমান খ্ৰি.ত পোপ তৃতীয় পলে এজন বিচপৰ অধীনত গোৱাৰ কেথালিক ধৰ্মানুষ্ঠান স্থাপন কৰিলে ?

(ক) ১৫৩৪

(খ) ১৫২৮

(গ) ১৫৮৮

উত্তৰঃ (ক) ১৫৩৪।

১১। আলফনছ কাক ভাৰতৰ পৰ্তুগীজ শক্তিৰ প্ৰকৃত প্ৰতিষ্ঠাপক বুলি কোৱা হয় ?

(ক) ছেৰ ছাহ

(খ) আলবুকাৰ্ক

(গ) হুমায়ুন

উত্তৰঃ (খ) আলবুকাৰ্ক।

১২। ভাৰতীয় বিশ্বৰ বজাৰত শ্ৰেষ্ঠ ৰপ্তানি সামগ্ৰীৰূপে প্ৰতিষ্ঠা কৰিছিল ডাচ্চসকলে ?

(ক) ভাৰতীয় ফল-মূল

(খ) ভাৰতীয় শাপ-পাচলি

(গ) ভাৰতীয় বস্ত্ৰক

উত্তৰঃ (গ) ভাৰতীয় বস্ত্ৰক।

১৩। জ্যাঁ কলবাৰ্টৰ উদ্যোগত কি ক’ম্পেনী প্ৰতিষ্ঠিত হয় ?

(ক) ফৰাচী ইষ্ট ইণ্ডিয়া ক’ম্পেনী

(খ) Tata ক’ম্পেনী

(গ) Amazon ক’ম্পেনী

উত্তৰঃ (ক) ফৰাচী ইষ্ট ইণ্ডিয়া ক’ম্পেনী।

১৪। ফৰাচী ইষ্ট ইণ্ডিয়া ক’ম্পেনীৰ মুখ্যয় প্ৰশাসক কোন আছিল ?

(ক) ভাস্ক’-ডা-গামা

(খ) ফ্ৰান্সিছ ডুপ্লে

(গ) আলবুকাৰ্ক

উত্তৰঃ (খ) ফ্ৰান্সিছ ডুপ্লে।

১৫। ভাস্ক’-ডা-গামাই কি আৱিষ্কাৰ কৰিছিল ?

(ক) জাহাজ

(খ) হেলিকপ্তাৰ

(গ) নতুন জলপথ

উত্তৰঃ (গ) নতুন জলপথ।

১৬। কিমান খ্ৰি.ত ইংলেণ্ডৰ ৰজা প্ৰথম জেমছৰ দূতৰূপ ছাৰ টমাছ ৰ’ সম্ৰাট জাহামগীৰৰ দৰবাৰত উপস্থিত হয় ?

(ক) ১৬১৫

(খ) ১৬২৫

(গ) ১৬০২

উত্তৰঃ (ক) ১৬১৫

১৭। কিমান খ্ৰি.ত জব চাৰ্ণক নামৰ বৃটিছ বণিকজনে বংগদেশত সফল ব্যৱসায় আৰম্ভ কৰিলে ?

(ক) ১৬২৪

(খ) ১৬৯০

(গ) ১৬৮২

উত্তৰঃ (খ) ১৬৯০।

১৮। কিমান খ্ৰি.ত মোগল সম্ৰাট ফাৰুকচিয়াৰে এখন ফৰমানৰদ্বাৰা বংগ, চেন্নাই আৰু মুম্বাইৰ ইংৰাজ বণিকক বছৰি মাত্ৰ তিনি হাজাৰ টকাৰ বিনিময় দিয়ে ?

(ক) ১৭২৮

(খ) ১৭০০

(গ) ১৭১৭

উত্তৰঃ (গ) ১৭১৭।

১৯। কিমান চনত পৰ্যন্ত ভাৰতত ফৰাচীসকলৰ কোনো ৰাজনৈতিক উদ্দেশ্য নাছিল ?

(ক) ১৭৪২

(খ) ১৭৮৮

(গ) ১৭৬৫

উত্তৰঃ (ক) ১৭৪২।

২০। কিমান খ্ৰি.ত কৰ্ণাটকৰ আগৰ নবাব দোস্ত আলীৰ জোঁৱায়েক চান্দ চাহিবক মাৰাঠাসকলে মুকলি কৰি দিয়ে ?

(ক) ১৭২৬

(খ) ১৭৪৯

(গ) ১৭৮৮

উত্তৰঃ (খ) ১৭৪৯।