মেধি তীৰ্থলৈ যায় | AJB Class 7 Assamese Chapter 4 MCQ’s Assamese Medium | AJB Class 7 Chapter 4 MCQ’s Type Question |

মেধি তীৰ্থলৈ যায়

Chapter 4

১। ‘মেধি তীৰ্থলৈ যায়’ কবিতাটোৰ কবি কোন?

(ক) পদ্মধৰ চলিহা

(খ) দণ্ডিনাথ কলিতা

(গ) জ্য়োতিপ্ৰসাদ আগৰৱালা

উত্তৰ- দণ্ডিনাথ কলিতা ।

২। ঢো মেধি কলৈ যায়?

(ক) তীৰ্থলৈ যায়

(খ) শহুৰেকৰ ঘৰলৈ যায়

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- তীৰ্থলৈ যায় ।

৩। ক’ত খামুচি ধৰি মেধি তীৰ্থলৈ যায়?

(ক) লগুণডালত ধৰি

(খ) ধুতীখন ধৰি

(গ) মুনাটোত ধৰি

উত্তৰ- লগুণডালত ধৰি ।

৪। দণ্ডিনাথ কলিতাৰ প্ৰথম উপন্য়াসখনৰ নাম কি?

(ক) ফুল

(খ) গণবিপ্লৱ

(গ) সাধনা

উত্তৰ- ফুল ।

৫। নোচোৱাকৈ কি কিনাৰ উপায় নাই?

(ক) টিকট কিনাৰ উপায় নাই

(খ) টিভি কিনাৰ উপায় নাই

(গ) গাড়ী কিনাৰ উপায় নাই

উত্তৰ- টিকট কিনাৰ উপায় নাই ।

৬। মেধিৰ ঘৰ ক’ত আছিল?

(ক) কলিমেধি তীৰ্থলৈ যায়

(খ) গোৱালপাৰাত আছিল

(গ) গোলাঘাটত আছিল

উত্তৰ- কলিয়াবৰত আছিল

৭। কেইদিন জাহাজ তাত ৰ’ল?

(ক) তিনিদিন

(খ) দুদিন

(গ) এদিন

উত্তৰ- তিনিদিন ।

৮। দণ্ডিনাথ কলিতাৰ কিমান চনত জন্ম হৈছিল?

(ক) ১৮৯০ চনত

(খ) ১৮৮০ চনত

(গ) ১৮৭০ চনত

উত্তৰ- ১৮৯০ চনত ।

৯। মেধি কিহত সুখ্য়াতি বৰ আছিল?

(ক) গান গোৱাত

(খ) নাম গোৱাত

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- নাম গোৱাত ।

১০। দণ্ডিনাথ কলিতাৰ কিমান চনত মৃত্য়ু হৈছিল?

(ক) ১৯৫৪ চনত

(খ) ১৯৫৫ চনত

(গ) ১৯৫৬ চনত

উত্তৰ- ১৯৫৫ চনত ।

১১। দণ্ডিনাথ কলিতাৰ প্ৰথম উপন্য়াসখনৰ নাম কি? 

(ক) ফুল

(খ) আৱিষ্কাৰ

(গ) সাধনা

উত্তৰ- ফুল ।

১২। নোচোৱাকৈ কি কিনাৰ উপায় নাই?

(ক) জাহাজ

(খ) টিকট

(গ) তীৰ্থ

উত্তৰ- টিকট ।

১৩। তেওঁ ৰচিত নাট কি কি?

(ক) অগ্নিপৰীক্ষা, কচীক বধ, সতীৰ তেজ

(খ) অগ্নিপৰীক্ষা, হত্য়াকৰী কোন, সতীৰ তেজ

(গ) অগ্নিপৰীক্ষা, কীচক বধ, গণবিপ্লৱ

উত্তৰ- অগ্নিপৰীক্ষা, কচীক বধ, সতীৰ তেজ ।

১৪। লেখে-বুজি মোনাত ভৰি কি ল’লে?

(ক) টকা আঢ়ৈকুৰি

(খ) মন

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- টকা আঢ়ৈকুৰি ।

১৫। গোটেই গাঁৱতে কি বুলি ঢৌ উঠিল? 

(ক) টকা আঢ়ৈকুৰি লোৱা বুলি

(খ) মেধি তীৰ্থলৈ যায় বুলি

(গ) লেখি-বুজি মোনাত ভৰোৱা বুলি

উত্তৰ- মেধি তীৰ্থলৈ যায় বুলি ।

১৬। কিহত খামুচি ধৰি মেধি তীৰ্থলৈ যায়?

(ক) জাহাজত

(খ) লগুণডালত

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- লগুণডালত ।

১৭। কেইদিন জাহাজ তাত ৰ’ল ?

(ক) দুদিন

(খ) তিনিদিন

(গ) চাৰিদিন

উত্তৰ- তিনিদিন ।

১৮। মেধিয়ে কি কৰিব নোৱাৰা হ’ল?

(ক) খাব নোৱাৰা হল

(খ) উঠিব নোৱাৰা হল

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- উঠিব নোৱাৰা হল ।

১৯। জাহাজখন ক’ত সোমাই ৰ’ল? 

(ক) বালিত

(খ) সাগৰৰ মাজত

(গ) পানীত

উত্তৰ- বালিত ।

২০। তেওঁৰ ধেমেলীয়া নাট দুখনৰ কি কি? 

(ক) মুক্তিৰ অভিযান, পোহনীয়া কুকুৰ

(খ) নগৰত বিহুতলী, মুক্তিৰ অভিযান

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- মুক্তিৰ অভিযান, পোহনীয়া কুকুৰ ।

Type by- Bikul Mandal