মোগলৰ অধীনত ভাৰত আকবৰৰপৰা ঔৰংগজেৱলৈ | AJB Class 7 Social Science Chapter 4 | MCQ’s Assamese Medium Chapter 4 AJB MCQ’s Type Question |

মোগলৰ অধীনত ভাৰত আকবৰৰপৰা ঔৰংগজেৱলৈ

Chapter – 4

১। কিমান খ্ৰি.ত আকবৰে দিল্লীৰ সিংহাসনত আৰোহণ কৰা ?

(ক) ১৫৬২

(খ) ১৫৫৬

(গ) ১৫৪৪

উত্তৰঃ (খ) ১৫৫৬

২। দেউতাকে হুমায়ুনৰ মৃত্যুৰ পাছত কিমান বছৰ সিংহাসনত আৰোহণ কৰে ?

(ক) ১২ বছৰ

(খ) ১৮ বছৰ

(গ) ১৪ বছৰ

উত্তৰঃ (গ) ১৪ বছৰ।

৩। কিমান খ্ৰি.ত হিমু আৰু বৈৰাম খাঁৰ মাজত বিখ্যাত পানিপত নাম ঠাইত ঘোৰ যুদ্ধ লাগে ?

(ক) ১৫৫৬

(খ) ১৫৪৯

(গ) ১৫৬৬

উত্তৰঃ (ক) ১৫৫৬।

৪। পানিপতৰ যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল ?

(ক) ইয়াৰ ভিতৰত এটাও নহয়

(খ) ভাৰত আৰু চীন

(গ) হিমু আৰু বৈৰাম

উত্তৰঃ (গ) হিমু আৰু বৈৰাম।

৫। পানিপতৰ যুদ্ধৰ ফলত কি সাম্ৰাজ্যৰ ভেটি সুপ্ৰতিষ্ঠিত হয় ?

(ক) ইংৰাজ সাম্ৰাজ্যৰ

(খ) মোগল সাম্ৰাজ্যৰ

(গ) ভাৰত সাম্ৰাজ্যৰ

উত্তৰঃ (খ) মোগল সাম্ৰাজ্যৰ।

৬। কিমান খ্ৰি.ত ৰাজপুত শক্তি খানুৱাৰ যুদ্ধত বাবৰৰ হাতত পৰাজিত হৈছিল যদিও একেবাৰে বিধ্বস্ত হোৱা নাছিল ?

(ক) ১৫২৭

(খ) ১৫১৪

(গ) ১৫৪৩

উত্তৰঃ (ক) ১৫২৭।

৭। কিমান খ্ৰি.ত হলদিঘাট ৱনামে ঠাইত আকবৰৰ লগত প্ৰতাপ সিংহৰ যুদ্ধ হয় ?

(ক) ১৫৮৮

(খ) ১৫২৪

(গ) ১৫৭৬

উত্তৰঃ (গ) ১৫৭৬।

৮। এইজনা দেশপ্ৰেমিক ৰাজপুত ৰাণাই কিমান খ্ৰি.ত মৃত্যুক আঁকোৱালি ল’লে ?

(ক) ১৫৫৬

(খ) ১৫৯৭

(গ) ১৫৮১

উত্তৰঃ (খ) ১৫৯৭।

৯। কিমান খ্ৰি.ত আকবৰে গুজৰাট জয় কৰে ?

(ক) ১৫৫৬

(খ) ১৫৮৬

(গ) ১৫৭২

উত্তৰঃ (গ) ১৫৭২।

১০। হলদিঘাটত কাৰ কাৰ মাজত যুদ্ধ হৈছিল ?

(ক) আকবৰ আৰু প্ৰতাপ সিং

(খ) আকবৰ আৰু বীৰবল

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) আকবৰ আৰু প্ৰতাপ সিং।

১১। আকবৰে কোন ৰাজপুত ৰজাৰ জীয়েকক বিয়া কৰাইছিল ?

(ক) চুডাংফাৰ

(খ) বিহাৰীমল্লৰ

(গ) হুমায়ুনৰ

উত্তৰঃ (খ) বিহাৰীমল্লৰ।

১২। কোনখন ৰাজপুত ৰাজ্যই আকবৰৰ বশ্যতা স্বীকাৰ কৰা নাছিল ?

(ক) কোচ বিহাৰৰ ৰাজ্যই

(খ) অসম ৰাজ্য

(গ) মেৱাৰৰ ৰাজপুত ৰাজ্যই

উত্তৰঃ (গ) মেৱাৰৰ ৰাজপুত ৰাজ্যই।

১৩। কিমান খ্ৰি.ত ঔৰংগজেৱে দিল্লীৰ সিংহাসনত আৰোহণ কৰে ?

(ক) ১৬৫৮

(খ) ১৬৪৮

(গ) ১৬৮৪

উত্তৰঃ (ক) ১৬৫৮।

১৪। কিমান খ্ৰি.ত ঘিলাঝাৰী ঘাটৰ সন্ধি স্বাক্ষৰিত হয় ?

(ক) ১৬২৮

(খ) ১৫৪৩

(গ) ১৬৬৩

উত্তৰঃ (গ) ১৬৬৩।

১৫। কিমান খ্ৰি.ত ৰায়গড় দুৰ্গত শিৱাজীয়ে ৰাজঅভিষেক পাতি ‘ছাত্ৰপতি’ উপাধি গ্ৰহণ কৰিছিল ?

(ক) ১৬৮৮

(খ) ১৬৭৪

(গ) ১৬৪৮

উত্তৰঃ (খ) ১৬৭৪।

১৬। মাৰাঠাসকলৰ নেতা কোন আছিল ?

(ক) শিৱাজী

(খ) ছেৰ ছাহ

(গ) ঔৰংগজেৱ

উত্তৰঃ (ক) শিৱাজী।

১৭। ছত্ৰপতি উপাধি কোনে গ্ৰহণ কৰিছিল ?

(ক) হুমায়ুন

(খ) চুকাফা

(গ) শিৱাজী

উত্তৰঃ (গ) শিৱাজী।

১৮। কিমান খ্ৰি.ত ঔৰংগজেৱৰ মৃত্যু হয় ?

(ক) ১৭২৪

(খ) ১৭০৭

(গ) ১৭১৮

উত্তৰঃ (খ) ১৭০৭।

১৯। আকবৰে কি নামেৰে এটা নতুন ধৰ্মমত প্ৰচাৰ কৰিছিল ?

(ক) দীন-ই-ইলাহী

(খ) আইনী-ই-আকবৰী

(গ) শিৱাজী

উত্তৰঃ (ক) দীন-ই-ইলাহী।

২০। পানিপতৰ দ্বিতীয় যুদ্ধ কোন খ্রি.ত সংঘটিত হৈছিল।

(ক) ১৫৭৪

(খ) ১৫২৮

(গ) ১৫৫৬

উত্তৰঃ (গ) ১৫৫৬।