মোগল প্ৰশাসন আৰু সমাজ | Chapter 1 | Assam Jatiya Bidyalay | AJB Chapter 1 MCQ | AJB School Social Science Chapter 1 MCQ |

মোগল প্ৰশাসন আৰু সমাজ

Chapter – 1

১। কিমান খ্ৰি.তত বাবৰে ভাৰতত মোগল ৰাজ্য় প্ৰতিষ্ঠা কৰিছিল ?

(ক) ১৫৬৬

(খ) ১৫১৬

(গ) ১৫২৬

উত্তৰঃ (গ) ১৫২৬।

২। মোগল প্ৰশাসন ব্য়ৱস্থাক কেইটা ভাগত ভগাব পাৰি ?

(ক) ২ টা

(খ) ৪ টা

(গ) ৬ টা

উত্তৰঃ (ক) ২ টা ।

৩। তলৰ কোনজনে ভাৰতত মোগল ৰাজ্য় প্ৰতিষ্ঠা কৰিছিল ?

(ক) মেনুচি

(খ) টেৰী

(গ) বাবৰ

উত্তৰঃ (গ) বাবৰ।

৪। সম্ৰাটৰ পিছতে কাৰ স্থান আছিল ?

(ক) উজীৰ

(খ) মীৰ

(গ) ৱকিল

উত্তৰঃ ৱকিল।

৫। প্ৰশাসনিক ব্য়ৱস্থাৰ শিৰোমণি কোন আছিল ?

(ক) সম্ৰাট

(খ) ৱকিল

(গ) মীৰ

উত্তৰঃ (ক) সম্ৰাট।

৬। প্ৰদেশ এখনৰ মুৰব্বী শাসকজনক কি বোলা হয় ?

(ক) ৱকিল

(খ) চুবেদাৰ

(গ) কাজী

উত্তৰঃ (খ) চুবেদাৰ।

৭। মনচবদাৰৰ মাজত কেইটা প্ৰধান শ্ৰেণী বিভাগ আছে ?

(ক) ২ টা

(খ) ৪ টা

(গ) ৬ টা

উত্তৰঃ ২ টা।

৮। মেগল যুগৰ অৰ্থনৈতিক ব্য়ৱস্থাৰ মেৰুদণ্ড কি ?

(ক) কৃষি

(খ) বেপাৰ

(গ) সকলো ধনি

উত্তৰঃ (ক) কৃষি।

৯। কৃষকৰ কেইটা শ্ৰেণী আছিল ?

(ক) দুটা

(খ) তিনিটা

(গ) চাৰিটা

উত্তৰঃ (খ) তিনিটা।

১০। ‘লালীৱতী’ নামৰ অংক পুথিখন কি ভাষাত আছিল ?

(ক) অসমীয়া

(খ) ইংৰাজী

(গ) সংস্কৃত

উত্তৰঃ (গ) সংস্কৃত।

১১। ‘লালীৱতী’ নামৰ অংক পুথিখন কি ভাষালৈ অনুবাদ কৰা হৈছিল ?

(ক) ফাৰ্চী ভাষালৈ

(খ) সংস্কৃত ভাষালৈ

(গ) কাজী ভাষালৈ

উত্তৰঃ (ক) ফাৰ্চী ভাষালৈ।

১২। বেপাৰীৰ আন এটা নাম কি ?

(ক) ৱকিল

(খ) বনিক

(গ) কাজী

উত্তৰঃ (খ) বনিক।

১৩। শিল্প উদ্য়োগৰ ভিতৰত আটাইটকৈ উল্লেখনীয় উদ্য়োগ আছিল ?

(ক) সৃটা উদ্য়োগ

(খ) বস্ত্ৰ উদ্য়োগ

(গ) কুঁহিয়াৰ খেতি

উত্তৰঃ বস্ত্ৰ উদ্য়োগ।

১৪। তলৰ কোনটো ৰপ্তানি সামগ্ৰী নহয় ?

(ক) চেনি

(খ) য-খাৰ

(গ) সোণ

উত্তৰঃ সোণ।

১৫। মোগল যুগত বাণিজ্য়িক শ্ৰেণী কেইটা আছিল ?

(ক) ২ টা

(খ) ৩ টা

(গ) ৬ টা

উত্তৰঃ ৩ টা।

১৬। তলৰ কোনটো মোগল যুগত কি পঢ়াৰ অতি প্ৰয়োজন আছিল ?

(ক) ইংৰাজী

(খ) সংস্কৃত

(গ) আৰৱী

উত্তৰঃ (গ) আৰৱী।

১৭। কাৰ বাহিৰে বাকী কেইজনে ধৰ্মৰ ক্ষেত্ৰত উদাৰতাৰ পৰিচয় দিছিল ?

(ক) বাবৰ

(খ) ঔৰংগজেৱ

(গ) হুমায়ুন

উত্তৰঃ (খ) ঔৰগজেৱ।

১৮। ছাত্ৰসকল মূলত কি আছিল ?

(ক) উচ্চবৰ্ণৰ

(খ) আযুৰ্বেদিক

(গ) ক্ৰিয়া-কৰ্ম

উত্তৰঃ উচ্চবৰ্ণৰ।

১৯। তলৰ কোমজন মোগল যুগৰ প্ৰখ্য়াত কবি নহয় ?

(ক) বীৰৱল

(খ) বাবৰ

(গ) ফৈজী

উত্তৰঃ (খ) বাবৰ।

২০। মোগল প্ৰশাসন কি ভেটিক আছিল ?

(ক) সামৰিক

(খ) ভৌতিক

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) সামৰিক

Type By- Kishor Nath