Class 8 Social Science AJB | Assam Jatiya Bidyalay | Chapter 6 | ৰাজনীতি বিজ্ঞানৰ ধাৰণা | MCQ Question Answer Solution |

ৰাজনীতি বিজ্ঞানৰ ধাৰণা

Chapter – 6

১। ৰাজনীতি বিজ্ঞানৰ ইংৰাজী প্ৰতিশব্দ কি ?

(ক) General Science

(খ) Social Science

(গ) Political Science

উত্তৰঃ (গ) Political Science।

২। ‘Politics’ শব্দৰ কোনটো ভাষাৰ শব্দ ?

(ক) ইংৰাজী

(খ) গ্ৰিক

(গ) সংস্কৃত

উত্তৰঃ (খ) গ্ৰিক।

৩। ৰাজনীতি শব্দটো পেন প্ৰথমে কোনে ব্য়ৱহাৰ কৰিছিল ?

(ক) এৰিষ্ট’টলে

(খ) প্লেট

(গ) আলেকজেণ্ডাৰ

উত্তৰঃ (ক) এৰিষ্ট’টলে।

৪। ৰাজন মানে কি ?

(ক) ৰাজ

(খ) প্ৰজা

(গ) মন্ত্ৰী

উত্তৰঃ (ক) ৰজা।

৫। কোনে অৰ্থশাস্ত্ৰ গ্ৰন্থখন ৰচনা কৰিছিল ?

(ক) বাল্মিকী

(খ) কৌটিল্য়

(গ) গাৰ্ণাৰৰ

উত্তৰঃ (খ) কৌটিল্য়।

৬। প্লেট’ৰ বিখ্য়াত গ্ৰন্থখন কি ?

(ক) ‘দ্য় লজ’

(খ) ‘দ্য় কজ’

(গ) ‘দ্য় লাজ’

উত্তৰঃ (ক) ‘দ্য় লজ’।

৭। পলিচ শব্দ বা অৰ্থ কি ?

(ক) নগৰ বা ৰাষ্ট্ৰ

(খ) গাঁও বা ৰাষ্ট্ৰ

(গ) চহৰ বা ৰাষ্ট্ৰ

উত্তৰঃ (ক) নগৰ বা ৰাষ্ট্ৰ।

৮। ৰাজনীতি বিজ্ঞানৰ বিষয়বস্তু কি ?

(ক) গৰু

(খ) মানুহ

(গ) কাছ

উত্তৰঃ (খ) মানুহ।

৯। দ্য় লজ নামৰ গ্ৰন্থখনৰ ৰচিয়তা কোন ?

(ক) প্লেট’

(খ) এৰিষ্ট’টল

(গ) আলেকজেণ্ডাৰ

উত্তৰঃ প্লেট’।

১০। ৰাজনীতি বিজ্ঞান যিমান বিজ্ঞান তাতকৈ অধিক কি ?

(ক) সমস্য়া

(খ) কলা

(গ) পদ্ধতি

উত্তৰঃ (খ) কলা।

১১। ৰাজনীতি বিজ্ঞান শব্দটো সৰ্বপ্ৰথম কোনে ব্য়ৱহাৰ কৰিছিল ?

(ক) জ্য়া বঁদাই

(খ) প্লেট

(গ) মেকিয়াভেলি

উত্তৰঃ (ক) জ্য়া বঁদাই।

১২। ৰাজনীতি বিজ্ঞানক কোনে শ্ৰেষ্ঠ বুলি অবিহিত কৰা হৈছিল ?

(ক) এৰিষ্ট’টল

(খ) মেকিয়াভেলি

(গ) মন্টেছকিড

উত্তৰঃ (ক) এৰিষ্ট’টল।

১৩। গীটাৰ বজাই সৃষ্টি কৰা সুৰ কি ?

(ক) কলা

(খ) পদ্ধতি

(গ) সমস্য়া

উত্তৰঃ (ক) কলা।

১৪। ৰাজনীতি বিজ্ঞানিক কি বুলি অভিহিত কৰা হয় ?

(ক) প্ৰকৃত বিজ্ঞান

(খ) ৰাসায়ন বিজ্ঞান

(গ) সাধাৰণ বিজ্ঞান

উত্তৰঃ (ক) প্ৰকৃত বিজ্ঞান।

১৫। ব্ৰাইচৰ মতে ৰাজনীতি বিজ্ঞান কি বিজ্ঞান ?

(ক) সাধাৰণ বিজ্ঞান

(খ) ৰাসায়ন বিজ্ঞান

(গ) প্ৰগতিশীল বিজ্ঞান

উত্তৰঃ (গ) প্ৰগতিশীল বিজ্ঞান।

Type By – Kishor Nath