Class 9 Social Science Part 1 Chapter 3 | MCQs Short Question Answer | মোৱামৰীয়া গণ বিদ্ৰোহ |

Chapter 3

মোৱামৰীয়া গণ বিদ্ৰোহ

১। মোৱামৰীয়া শব্দটো কি শব্দৰ পৰা উৎপত্তি হোৱা যেন লাগে?

(ক) মৰা মৰি

(খ) মায়ামৰা

(গ) মোগল সেনাপতি এজনৰ পৰা

উত্তৰঃ (খ) মায়ামৰা

২। মায়ামৰা শব্দৰ অৰ্থ কি?

(ক) মৰা প্ৰহাৰ কৰা

(খ) এখন ঠাইৰ নাম

(গ) এখন বৈষ্ণৱ সত্ৰৰ নাম

উত্তৰঃ (খ) এখন ঠাইৰ নাম

৩। বৈষ্ণৱ সত্ৰ কি?

(ক) মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰা সত্ৰখনৰ নাম বৈষ্ণৱ সত্ৰ

(খ) শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা প্ৰচাৰিত কিছুমান ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান

(গ) ওপৰত উল্লেখ কৰা এটাও শুদ্ধ নহয়

উত্তৰঃ (খ) শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা প্ৰচাৰিত কিছুমান ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান

৪। আহোম ৰজাসকলক ‘স্বৰ্গদেউ’ বুলি কোৱা প্ৰথাটো সম্ভৱত কিমান খ্ৰীষ্টাব্দৰ পৰা আৰম্ভ হয়?

(ক) মহাপুৰু শ্ৰী মন্ত শংকৰদেৱৰ যুগৰ পৰা

(খ) স্বামী বিবেকানন্দ দিনৰ পৰাই

(গ) ওপৰত উল্লেখ কৰা এটাও শুদ্ধ নহয়

উত্তৰঃ (গ) ওপৰত উল্লেখ কৰা এটাও শুদ্ধ নহয়

৫। কিমান চনত ওৱেলছে সৈন্য়সহ গোৱালপাৰাত উপস্থিত হৈছিল?

(ক) ১৮৪৪ চনত

(খ) ১৭৯৯ চনত

(গ) ১৭৯৪ চনত

(ঘ) ১৭৯৫ চনত

উত্তৰঃ (গ) ১৭৯৪ চনত

৬। কিমান খ্ৰীষ্টাব্দত মোৱামৰিয়াসকলে গৌতিনাথ সিংহক আক্ৰমণ কৰিছিল?

(ক) ১৭৮৫ খ্ৰীষ্টাব্দত

(খ) ১৭৮০ খ্ৰীষ্টাব্দত

(গ) ১৭৮৪ খ্ৰীষ্টাব্দত

(ঘ) ১৭৮৬ খ্ৰীষ্টাব্দত

উত্তৰঃ (ঘ) ১৭৮৬ খ্ৰীষ্টাব্দত

৭। অসমলৈ ইংৰাজৰ আগমন কিমান চনত হৈছিল?

(ক) ১৭৭২ চনত

(খ) ১৭৯৫ চনত

(গ) ১৭৯২ চনত

(ঘ) ১৭৯০ চনত

উত্তৰঃ (গ) ১৭৯২ চনত

৮। কিমান চনৰ পৰা বুঢ়াগোহাঁঞি পূৰ্ণানন্দ ডাঙৰীয়াই মোৱামৰিয়াসকলৰ গতিৰোধ কৰি আছিল?

(ক) ১৭৮৬ চনত

(খ) ১৭৯০ চনত

(গ) ১৭৮৮ চনত

(ঘ) ১৭৭৪ চনত

উত্তৰঃ (ক) ১৭৮৬ চনত

৯। মোৱামৰিয়াসকল মূলতঃ কোন সপ্ৰদায়ৰ লোক?

(ক) তিৱা সম্প্ৰদায়ৰ লোক

(খ) মৰাণ সম্প্ৰদায়ৰ লোক

(গ) কাৰ্বি সম্প্ৰদায়ৰ লোক

(ঘ) ব্ৰিটিছ সম্প্ৰদায়ৰ লোক

উত্তৰঃ (খ) মৰাণ সম্প্ৰদায়ৰ লোক

১০। কাৰ নিৰ্দেশত বৈকুণ্ঠদেৱ মহন্তৰ হত্য়া কৰিছিল?

(ক) গদাধৰ সিংহৰ নিৰ্দেশত

(খ) নিত্য়ানন্দৰ নিৰ্দেশত

(গ) বৰৰজা ফুলেশ্বৰীৰ নিৰ্দেশত

(ঘ) কেপ্টেইন ওৱেলছৰ নিৰ্দেশত

উত্তৰঃ (ক) গদাধৰ সিংহৰ নিৰ্দেশত

১১) মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ কোন আছিল?

(ক) চুৰুমফা

(খ) নিত্যানন্দ

(গ) বালগঙ্গাধৰ তিলক

উত্তৰঃ (খ) নিত্যানন্দ

১২) নিত্যানন্দৰ পাছত কাক হত্যা কৰা হৈছিল?

(ক) বৈকুন্ঠদেৱ মহন্ত

(খ) বৈকুন্ঠদেৱ ভট্টাচাৰ্য

(গ) নিত্যানন্দ

উত্তৰঃ (ক) বৈকুন্ঠদেৱ মহন্ত

১৩) আহোমসকলৰ প্ৰধান উপাস্য দেৱতা কোন?

(ক) শিৱ

(খ) বিষ্ণু

(গ) ছোমদেউ

উত্তৰঃ (গ) ছোমদেউ

১৪) আইনীআটি সত্ৰৰ সত্ৰাধিকাৰ কোন আছিল?

(ক) নিত্যানন্দদেৱ

(খ) কেশৱদেৱ

(গ) বৈকুন্ঠদেৱ মহন্ত

উত্তৰঃ (খ) কেশৱদেৱ

১৫) পাইকসকলৰ ভাগ কেইটা?

(ক) ২ টা

(খ) ৩টা

(গ) ৫ টা

উত্তৰঃ (ক) ২ টা

১৬) তৃতীয় বিদ্ৰোহ কিমান চনত আৰম্ভ হৈছিল?

(ক) ১৭৮৬ চনত

(খ) ১৮৮০ চনত

(গ) ১৯৮০ চনত

উত্তৰঃ (ক) ১৭৮৬ চনত

১৭) গৌৰীনাথ সিংহ কিমান চনত গুৱাহাটীলৈ পলায় গৈছিল?

(ক) ১৭৮৮ চনত

(খ) ১৯৮৮ চনত

(গ) ১৬৮৮ চনত

উত্তৰঃ (ক) ১৭৮৮ চনত

১৮) ঘনশ্যাম বুঢ়াগোঁহাঞিৰ পুত্ৰৰ নাম কি আছিল?

(ক) পূৰ্ণানন্দ বৰগোহাঞি

(খ) লাড়ি বুঢ়াগহোহাঞি

(গ) ঘনকান্ত বুঢ়াগোহাঞি

উত্তৰঃ (ক) পূৰ্ণানন্দ বৰগোহাঞি

১৯) বংগদেশৰ পৰা বছৰি কিমান মোন সোণ আমদানি হৈছিল?

(ক) ২৬,০০০ মোন সোণ

(খ) ১২০,০০০ মোন সোণ

(গ) ১১,০০০ মোন সোণ

উত্তৰঃ (খ) ১২০,০০০ মোন সোণ

২০) মায়ামৰা কি?

(ক) এখন বৈষ্ণৱ সত্ৰ

(খ) এখন আহোমসকলৰ সত্ৰ

(গ) হিন্দু সত্ৰ

উত্তৰঃ (ক) এখন বৈষ্ণৱ সত্ৰ