পদাৰ্থ আৰু ইয়াৰ ধৰ্ম | AJB Class 5 Science | দ্বিতীয় অধ্যায়- পঞ্চম পাঠ MCQ’s Assamese Medium | পঞ্চম শ্ৰেণীৰ বিজ্ঞানৰ দ্বিতীয় অধ্যায়- পঞ্চম পাঠ MCQ’s Type Question Answer |

Chapter- 5

পদাৰ্থ আৰু ইয়াৰ ধৰ্ম

১। বস্তুৰ পৰিমাণক বস্তুখিনিৰ কি বোলে?

(ক) ওজন

(খ) ভৰ

(গ) পাতল

উত্তৰ- (খ) ভৰ ।

২। এক কিল’গ্ৰাম কিহৰ সমান?

(ক) লাখৰ সমান

(খ) গ্ৰামৰ সমান

(গ) হাজাৰৰ সমান

উত্তৰ- (গ) হাজাৰৰ সমান ।

৩। বিভিন্ন বস্তুৰ আয়তন একে হ’লে সিহঁতৰ ভৰ কি হয়?

(ক) একে হয়

(খ) একে নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) একে নহয় ।

৪। ১মিলি.=?

(ক) ১ঘন ছেমি.

(খ) ১লিটাৰ

(গ) ১গ্ৰাম

উত্তৰ- (ক) ১ঘন ছেমি. ।

৫। পানীৰ ঘনত্ব=? 

(ক) ভৰ

(খ) ১গ্ৰাম/ঘন ছেমি.

(গ) ঘন ছেমি

উত্তৰ- (খ) ১গ্ৰাম/ঘন ছেমি. ।

৬। ঘনত্ব x আয়তন=?

(ক) গ্ৰাম

(খ) ঘন ছেমি.

(গ) ভৰ

উত্তৰ- (গ) ভৰ ।

৭। ভৰৰ একক কি ?

(ক) ওজন

(খ) পৰিমান

(গ) গ্ৰাম বা কিল’গ্ৰাম

উত্তৰ- (গ) গ্ৰাম বা কিল’গ্ৰাম ।

৮। সকলো বস্তুৰে আয়তন থাকে।

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ওপৰৰ দুয়োটাই শুদ্ধ

উত্তৰ- (ক) শুদ্ধ ।

৯। পানীৰ ঘনত্ব কিমান? 

(ক) ১গ্ৰাম/ঘন ছেমি.

(খ) ৮গ্ৰাম/ঘন ছেমি.

(গ) ৭গ্ৰাম/ঘন ছেমি.

উত্তৰ- (ক) ১গ্ৰাম/ঘন ছেমি.।

১০। ওজন এটা কি?

(ক) পাতল

(খ) বল

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) বল ।

১১। টেনিছ বলটোতকৈ ক্ৰিকেট বলটোত বেছি______আছে?

(ক) পদাৰ্থ

(খ) ওজন

(গ) দাম

উত্তৰ- (ক) পদাৰ্থ ।

১২। তলৰ ছবিখনে কি বুজাইছে?

Captionless Image

(ক) ভৰ

(খ) পাতল

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (ক) ভৰ ।

১৩। তলৰ ছবিখনৰ নাম কি?

Captionless Image

(ক) পাল্লা

(খ) চাইকেল

(গ) বল

উত্তৰ- (ক) পাল্লা ।

১৪। পানীতকৈ মিঠাতেল বেছি_______?

(ক) ঘন

(খ) পাতল

(গ) জুলীয়া

উত্তৰ- (ক) ঘন ।

১৫। কাঠতকৈ লোহা বেছি_______?

(ক) ডাঠ

(খ) পাতল

(গ) ঘন

উত্তৰ- (গ) ঘন ।

১৬। ঘন বস্তুত বেছি কি থাকে?

(ক) পানী

(খ) পদাৰ্থ

(গ) ভিটামিন

উত্তৰ- (খ) পদাৰ্থ ।

১৭। বস্তুৰ ভৰ কিহৰ সহায়ত নিৰ্ণয় কৰা হয়?

(ক) পাল্লাৰ

(খ) তুলাচনীৰ

(গ) হাতৰ সহায়ত

উত্তৰ- (ক) পাল্লাৰ ।

১৮। দুটা বস্তুৰ ভৰ কিহৰ সহায়ত তুলনা কৰিব পাৰি?

(ক) তুলাচনীৰ

(খ) ভৰিৰ সহায়ত

(গ) হাতৰ সহায়ত

উত্তৰ- (ক) তুলাচনীৰ ।

১৯। একে আয়তনৰ হ’লেও বেলেগ বেলেগ ভৰৰ এবিধ পদার্থৰ নাম লিখা।

(ক) টেনিছ বল

(খ) ফুটবল

(গ) কাঠৰ বল

উত্তৰ- (ক) টেনিছ বল ।

২০। এক ঘন মিটাৰ পানীৰ ভৰ কিমান ?

(ক) এক লিটাৰ

(খ) দুই লিটাৰ

(গ) তিনি লিটাৰ

উত্তৰ- (ক) এক লিটাৰ ।

Type by- Bikul Mandal