জোখ-মাখ-১ | AJB Class 5 Science | ষষ্ঠ অধ্যায়- প্ৰথম পাঠ MCQ’s Assamese Medium | পঞ্চম শ্ৰেণীৰ বিজ্ঞানৰ ষষ্ঠ অধ্যায়- প্ৰথম পাঠ MCQ’s Type Question Answer |

Chapter- 1

জোখ-মাখ-১

১। ছেকেণ্ড কেইটা মৌলিক একক?

(ক) তিনিটা

(খ) চাৰিটা

(গ) দুটা

উত্তৰ- (ক) তিনিটা ।

২। এক পোহৰ বৰ্ষ=?

(ক) ১২,১০৮,০০০,০০০,০০ কিমি.

(খ) ৯৪,৬০৮,০০০,০০০,০০ কিমি.

(গ) ২৩,২০৬,০০০,০০০,০০ কিমি.

উত্তৰ- (খ) ৯৪,৬০৮,০০০,০০০,০০ কিমি. ।

৩। সূৰ্য্য়ৰ একেবাৰে ওচৰত থকা তৰাটোৰ নাম কি?

(ক) পপীয়া তৰা

(খ) প্ৰ’ক্সিমা ছেণ্টৰাই

(গ) ধ্ৰুৱ তৰা

উত্তৰ- (খ) প্ৰ’ক্সিমা ছেণ্টৰাই ।

৪। সূৰ্য্য়ৰ পৰা প্ৰ’ক্সিমা ছেণ্টৰাইৰ দূৰত্ব কিমান?

(ক) ৩.৪

(খ) ২.৪

(গ) ৪.২

উত্তৰ- (গ) ৪.২ ।

৫।  পুনৰাবৃত্তি হৈ থকা ঘটনাবোৰক কি বোলে?

(ক) ছেকেণ্ড

(খ) মিনিট

(গ) পৰ্য্য়াবৃত্ত

উত্তৰ- (গ) পৰ্য্য়াবৃত্ত ।

৬। এক মিনিটক ষাঠি ভাগ কৰিলে কি হয়?

(ক) ঘণ্টা

(খ) ছেকেণ্ড

(গ) ওপৰৰ দুয়োটাই শুদ্ধ

উত্তৰ- (খ) ছেকেণ্ড ।

৭। ঘড়ী পোন প্ৰথনে কোনে সাজি উলিয়াইছিল?

(ক) এডৱাৰ্ড জেনাৰে

(খ) লুইৰ পেষ্টিয়ৰে

(গ) গেলিলিঅ’ গেলিলিয়ে

উত্তৰ- (গ) গেলিলিঅ’ গেলিলিয়ে ।

৮। ১কিমি.=?

(ক) ১০০ মি.

(খ) ২০০মি.

(গ) ১০০০ মি.

উত্তৰ- (গ) ১০০০ মি. ।

৯। ১কুইণ্টল=?

(ক) ১০০ কিগ্ৰা.

(খ) ১০০০ কিগ্ৰা.

(গ) ৬০ কিগ্ৰা.

উত্তৰ- (ক) ১০০ কিগ্ৰা. ।

১০। ১দি.=২৪ঘ.=?

(ক) ৪৫,৪০০ ছে.

(খ) ৩৬৫ ছে.

(গ) ৮৬,৪০০ ছে.

উত্তৰ- (গ) ৮৬,৪০০ ছে. ।

১১। জুখিব পৰা ৰাশিবোৰ বিজ্ঞানত কি কৰা হয়?

(ক) বিবেচনা

(খ) বল

(গ) চাপ

উত্তৰ- বিবেচনা ।

১২। তলৰ ছবিখনত কি কৰি আছে?

Captionless Image

(ক) খেলি আছে

(খ) জোখ-মাখ

(গ) গান গাই আছে

উত্তৰ- (খ) জোখ-মাখ ।

১৩। তলৰ ছবিখনত তিনি খৰাহি কি আছে?

Captionless Image

(ক) পিয়াজ

(খ) আলু

(গ) মটৰ

উত্তৰ- (খ) আলু ।

১৪। দীঘ জোখাৰ আন এক একক কি আছিল?

(ক) বেগেত

(খ) থাৰ্মমিটাৰ

(গ) এছিদ

উত্তৰ- (ক) বেগেত ।

১৫। .২ মি.ত কিমান মিমি.?

(ক) ২০০০ মি.মি

(খ) ৩০০০ মি.মি

(গ) ৪০০০ মি.মি

উত্তৰ- (ক) ২০০০ মি.মি ।

১৬। এক মাহত কিমান ছেকেণ্ড?

(ক) ২৫৯২০০ ছেকেণ্ড

(খ) ৬৪৭৯৮ ছেকেণ্ড

(গ) ৭হ৩৬৮৬ ছেকেণ্ড

উত্তৰ- (ক) ২৫৯২০০ ছেকেণ্ড ।

১৭। ১ কিগ্ৰা.  =            গ্ৰা. ।

(ক) ২০০০

(খ) ১০০০

(গ) ৩০০০

উত্তৰ- (খ) ১০০০ ।

১৮। ১ লি.    = ______   মিলি.।

(ক) ৪০০

(খ) ৫৬৬

(গ) ১০০

উত্তৰ- (গ) ১০০ ।

১৯। ১ ঘণ্টা.    =            ছে.।

(ক) ৩৬০০

(খ) ৮৪৯০

(গ) ৬৪৯৮

উত্তৰ- (ক) ৩৬০০ ।

২০।১ কিমি.    =             ছেমি.।

(ক) ২০০০০০

(খ) ৩০০০০০

(গ) ১০০০০০

উত্তৰ- (গ) ১০০০০০ ।

Type by- Bikul Mandal