প্ৰাকৃতিক সম্পদ | AJB Class 5 Science | ষষ্ঠ অধ্যায়- অষ্টম পাঠ MCQ’s Assamese Medium | পঞ্চম শ্ৰেণীৰ বিজ্ঞানৰ ষষ্ঠ অধ্যায়- অষ্টম পাঠ MCQ’s Type Question Answer |

Chapter- 8

প্ৰাকৃতিক সম্পদ

১। পৃথিৱীত প্ৰায় কিমান ভাগ মাটি আছে? 

(ক) ২০ ভাগ

(খ) ৩০ ভাগ

(গ) ১০ভাগ

উত্তৰ- (খ) ৩০ ভাগ ।

২। মাটি, পানী, আৰু সূৰ্য্য় তাপ-পোহৰ আদিবোৰ কি সম্পদ?

(ক) প্ৰাকৃতিক সম্পদ

(খ) নৱীকৰণ-যোগ্য় সম্পদ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) নৱীকৰণ-যোগ্য় সম্পদ ।

৩। বায়ুমণ্ডলত পানীৰ ভাপে কিহৰ ৰূপ লয়?

(ক) বৰষুণৰ ৰূপ লয়

(খ) ধুৱাৰ ৰূপ লয়

(গ) ডাৱৰৰ ৰূপ লয়

উত্তৰ- (গ) ডাৱৰৰ ৰূপ লয় ।

৪। পৃথিৱীয়ে তাপ আৰু পোহৰ নাপালে কি হয়?

(ক) তাপৰ পৰিমান বৃদ্ধি হব

(খ) চেঁচাৰ পৰিমান বৃদ্ধি হব

(গ) ওপৰৰ এটাও শুদ্ধ নহয়

উত্তৰ- (খ) চেঁচাৰ পৰিমান বৃদ্ধি হব ।

৫। কয়লা থকা অঞ্চলবোৰক কি বোলে?

(ক) কাৰখানা

(খ) কয়লা খনি

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) কয়লা খনি ।

৬। গেছীয়, জুলীয়া, আৰু গোটা সামগ্ৰী  কিহৰ পৰা প্ৰস্তত কৰা হয়?

(ক) কয়লাৰ পৰা

(খ) পেট্ৰ’লিয়ামৰ পৰা

(গ) খাৰুৱা তেলৰ পৰা

উত্তৰ- (খ) পেট্ৰ’লিয়ামৰ পৰা ।

৭। পিট্ কয়লা, লিগনাইট কয়লা, এনথ্ৰাছাইট কয়লা আদি কিহৰ প্ৰকাৰ? 

(ক) পেট্ৰ’লিয়ামৰ

(খ) কয়লাৰ

(গ) খাৰুৱা তেলৰ

উত্তৰ- (খ) কয়লাৰ ।

৮। পেট্ৰ’ল এবিধ কি? 

(ক) ৰাসায়নিক পদাৰ্থ

(খ) প্ৰেট্ৰলিয়াম

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) প্ৰেট্ৰলিয়াম ।

৯। মানুহে ব্য়ৱহাৰৰ বাবে পাই থাকিব পৰা সম্পদবোৰক কি বোলে?

(ক) নৱীকৰণ-যোগ্য় সম্পদ

(খ) নলীকৰণ-যোগ্য সম্পদ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) নলীকৰণ-যোগ্য সম্পদ ।

১০। পিট্ কয়লা, লিগনাইট কয়লা, বিটুমিনাছ কয়লা আৰু এনথ্ৰাছাইট আদিবোৰ কিহৰ প্ৰকাৰ?

(ক) খাৰুৱা তেলৰ প্ৰকাৰ

(খ) প্ৰাকৃতিক গেছৰ প্ৰকাৰ

(গ) কয়লা গেছৰ প্ৰকাৰ

উত্তৰ- (গ) কয়লা গেছৰ প্ৰকাৰ ।

১১। ভূখণ্ডৰ অন্তৰ্ভাগত পােৱা যিকোনাে এবিধ সম্পদৰ ব্যৱহাৰ উল্লেখ কৰা?

(ক) কয়লা

(খ) ৰশ্মি

(গ) তাপ

উত্তৰ- (ক) কয়লা ।

১২।মাটিত মাথোঁ ধূলি-বালি থাকে । শুদ্ধ/অশুদ্ধ?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (খ) অশুদ্ধ ।

১৩। গৰুৰ গােবৰ এবিধ নৱীকৰণ-অযােগ্য সম্পদ । শুদ্ধ/অশুদ্ধ?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (খ) অশুদ্ধ ।

১৪। প্লাষ্টিকে মাটি প্ৰদূষিত কৰে । শুদ্ধ/অশুদ্ধ?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) শুদ্ধ ।

১৫। গছ-গছনি আৰু জীৱ-জন্তুৰ অৱশেষৰ পৰা কয়লা প্রস্তুত হয়।শুদ্ধ/অশুদ্ধ?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) এটাও নহয়

উত্তৰ- (ক) শুদ্ধ ।

১৬। পেট্রলিয়ামৰ লগতে প্রাকৃতিক গেছ ওলায়। শুদ্ধ/অশুদ্ধ?

(ক) অশুদ্ধ

(খ) শুদ্ধ

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (ক) অশুদ্ধ ।

১৭। খাদ্য নৱীকৰণ-যােগ্য সম্পদ হয় । শুদ্ধ/অশুদ্ধ?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) এটাও নহয়

উত্তৰ- (ক) শুদ্ধ ।

১৮। মানুহে ছিমেন্ট সদায় ব্যৱহাৰ কৰিব পাৰিব । শুদ্ধ/অশুদ্ধ?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (খ) অশুদ্ধ ।

১৯। মানুহে সৌৰ শক্তি সদায় ব্যৱহাৰ কৰিব পাৰিব। শুদ্ধ/ অশুদ্ধ?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (ক) শুদ্ধ ।

২০। কয়লা কৰ পৰা পোৱা যায়? 

(ক) গছৰ তলৰ পৰা

(খ) নদ-নদীৰ পৰা

(গ) মাটিৰ তলৰ পৰা

উত্তৰ- (গ) মাটিৰ তলৰ পৰা ।

Type by- Bikul Mandal