পোহৰ | AJB Class 5 Science | ষষ্ঠ অধ্যায়- সপ্তম পাঠ MCQ’s Assamese Medium | পঞ্চম শ্ৰেণীৰ বিজ্ঞানৰ ষষ্ঠ অধ্যায়- সপ্তম পাঠ MCQ’s Type Question Answer |

Chapter- 7

পোহৰ

১। নিজৰ পোহৰ থকা বস্তুটোক কি বোলে?

(ক) অদীপ্তিমান

(খ) ৰশ্মি

(গ) দীপ্তিমান

উত্তৰ- (গ) দীপ্তিমান ।

২। পোহৰৰ পোন বাটত অস্বচ্ছ বস্তুৰ বাধা পৰিলে কি সৃষ্টি হয়?

(ক) পোহৰ সৃষ্টি হয়

(খ) ছাঁৰ সৃষ্টি হয়

(গ) আকৃতিৰ সৃষ্টি হয়

উত্তৰ- (খ) ছাঁৰ সৃষ্টি হয় ।

৩। কি স্থানত পোহৰ পোন পথেৰে আৰু সৰ্বোচ্চ বেগেৰে যায়?

(ক) আন্ধাৰ স্থানত

(খ) শূন্য়স্থানত

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) শূন্য়স্থানত ।

৪। কিছুমান পদাৰ্থৰ মাজেৰে পোহৰ কমকৈ পাৰ হয়, এনে পদাৰ্থবোৰক কি বোলে?

(ক) ঈষত স্বচ্ছ

(খ) আপতিত

(গ) প্ৰতিফলন

উত্তৰ- (ক) ঈষত স্বচ্ছ ।

৫। মমবাতি, লেম্প, বৈদ্য়ুতিক চাকি এই আটাইবোৰ কি বস্তু?

(ক) অদীপ্তিমান

(খ) দীপ্তিমান

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) দীপ্তিমান ।

৬। নিজৰ পোহৰ নথকা বস্তুবোৰক কি বোলে?

(ক) দীপ্তিমান

(খ) অদীপ্তিমান

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) অদীপ্তিমান ।

৭। পোহৰ এবিধ কি? 

(ক) আপতিত

(খ) শক্তি

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) শক্তি ।

৮। অদীপ্তিমান বস্তুবোৰ কিহত দৃশ্য়মান হয়?

(ক) দীপ্তিমান

(খ) দীপ্তিমান বস্তু বা উতসৰ পোহৰত

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) দীপ্তিমান বস্তু বা উতসৰ পোহৰত ।

৯। পোহৰ পাৰ হৈ আহিব পৰা বস্তুবোৰক কি বোলে?

(ক) দৃশ্য়মান

(খ) দীপ্তিমান

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (গ) ওপৰৰ এটাও নহয় ।

১০। পোহৰ পাৰ হৈ আহিব নোৱাৰা বস্তুবোৰক কি বোলে?

(ক) স্বচ্ছ বস্তু

(খ) অদীপ্তিমান বস্তু

(গ) ওপৰৰ এটাও শুদ্ধ নহয়

উত্তৰ- (গ) ওপৰৰ এটাও শুদ্ধ নহয় ।

১১। বায়ু স্বচ্ছ/অস্বচ্ছ পদার্থ?

(ক) স্বচ্ছ

(খ) অস্বচ্ছ

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (ক) স্বচ্ছ ।

১২। বটলত পােৱা আঠা স্বচ্ছ/অস্বচ্ছ/ঈষৎ স্বচ্ছ পদার্থ?

(ক) স্বচ্ছ

(খ) অস্বচ্ছ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) অস্বচ্ছ ।

১৩। পানীৰ মাজেদি পােহৰৰ বেগ কম/বেছি?

(ক) কম

(খ) বেছি

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (ক) কম ।

১৪। স্বচ্ছ পদার্থহে পােহৰৰ মাধ্যম হ’ব পাৰে/নােৱাৰে?

(খ) নোৱাৰে

(খ) পাৰে

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (খ) পাৰে ।

১৫। সূর্য বিস্তৃত উৎস নহয়/হয়?

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (ক) হয় ।

১৬। পােহৰৰ বাটত বাধা পৰিলে ছাঁ গঠন হয় / নহয়?

(ক) নহয়

(খ) হয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) হয় ।

১৭। যিবােৰ পদাৰ্থৰ মাজেদি কম পােহৰ পাৰ হৈ যায় , সেইবােৰ?

(ক) স্বচ্ছ

(খ) অস্বচ্ছ

(গ) ঈষৎ স্বচ্ছ

উত্তৰ- (গ) ঈষৎ স্বচ্ছ ।

১৮। পােহৰৰ পথটো হ’ল-

(ক) বেঁকা

(খ) সৰলৰৈখিক

(গ) ঘূৰণীয়া

উত্তৰ- (খ) সৰলৰৈখিক ।

১৯। বাধাটো বিস্তৃত উৎসৰ ওচৰলৈ নিলে, ছাঁটো-

(ক) ডাঙৰ হয়

(খ) নােহােৱা হয়

(গ) সৰু হয়

উত্তৰ- (ক) ডাঙৰ হয় ।

২০। ছাটো কিমান ডাঙৰ হ’ব সেয়া উৎসটোৰ ওপৰত নিৰ্ভৰ কৰে/নকৰে?

(ক) কৰে

(খ) নকৰে

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (ক) কৰে ।

Type by- Bikul Mandal