Class 11 Political Science Book Chapter 2 | অধ্যায় ২ | স্বাধীনতা | MCQs Short Question Answer |

Chapter 2

স্বাধীনতা

১। দক্ষিণ আফ্ৰিকাৰ স্বাধীনতা  সংগ্ৰামী জনৰ নাম কি ?

(ক) মহাত্মা গান্ধী

(খ) নেলছন মেণ্ডেলা

(গ) নেতাজী সুভায চন্দ্ৰ বসু

উত্তৰঃ (খ) নেলছন মেণ্ডেলা

২। নেলচন মেণ্ডেলাৰ আত্মজীৱনি খনৰ নাম কি ?

(ক) Long walk to Freedom

(খ) My Life and My Diary

(গ) Freedom from fear

উত্তৰঃ (ক) Long walk to Freedom

3। আং চাং ছ্যুা কিৰ আত্মজীৱনি খনৰ নাম কি?

(ক) Freedom from Fear

(খ) Long walk to Freedom

(গ) My Life and My Diary

উত্তৰঃ (ক) Freedom from Fear

৪। আং  চাং ছ্যুা কি কোন আছিল ?

(ক) স্বাধীনতা সংগ্ৰামী

(খ) ব্যৱসায়ী

(গ) খেলুৱৈ

উত্তৰঃ (ক) স্বাধীনতা সংগ্ৰামী

৫। আং চাং ছ্যু কি ক ক’ত বন্দী  কৰি ৰাখিছিল  ?

(ক) ম্যানমাৰ

(খ) ভাৰত

(গ) থাইলেণ্ড

উত্তৰঃ (ক) ম্যানমাৰ

৬। স্বাধীনতা ধাৰণাটোৰ সৈতে সাদৃশ্য থকা এটা অনুৰূপ  ধাৰণা হ’ল –

(ক) বিশ্বাস

(খ) বিৰুদ্ধ

(গ) স্বৰাজ

উত্তৰঃ (গ) স্বৰাজ

৭। মহাত্মা গান্ধীয়ে কোন খন গ্ৰন্থত স্বৰাজ সম্পৰ্কে ব্যাখ্যা দাঙি ধৰিছে ?

(ক) হিন্দ স্বৰাজ

(খ) হেমকুশ

(গ) লভিতা

উত্তৰঃ (ক) হিন্দ স্বৰাজ

৮। গান্ধীৰ মতে স্বৰাজ শব্দৰ অৰ্থ হল –

(ক) নিজে নিজক শাসন কৰিবলৈ শিকা

(খ) আনৰ দ্বাৰা নিজৰ শাসন চলোৱা

(গ) আমোলা সকলৰ দ্বাৰা নিজৰ শাসন চলোৱা

উত্তৰঃ (ক) নিজে নিজক শাসন কৰিবলৈ শিকা

৯। জন  স্টুৱাৰ্ট মিলে লিখা এখন ৰাজনীতি সম্পৰ্কিত গ্ৰন্থ হ’ল –

(ক) অন লিবাৰ্টি

(খ) মাই চাইল্ডহুড

(গ) মাই বিটাৰ চাইল্ডহুড

উত্তৰঃ (ক) অন লিবাৰ্টি

১০। অসমৰ  এগৰাকী  মহিলা স্বাধীনতা  সংগামী হল –

(ক) কনকলতা বৰুৱা

(খ) মৃদুলা ভুঞা

(গ) কাৰ

উত্তৰঃ (ক) কনকলতা বৰুৱা