Class 11 Political Science Book Chapter 3 | অধ্যায় ৩ | সমতা | MCQs Short Question Answer |

Chapter 3

সমতা

১। সমতা শব্দৰ ইংৰাজী প্ৰতিশব্দ কি ?

(ক) Freedom

(খ) Equality

(গ) Theory

উত্তৰঃ (খ) Equality

২। সমতা কি ?

(ক) এটা শক্তিশালী নৈতিক আৰু ৰাজনৈতিক আৰ্দশ

(খ) এটা শক্তিশালী নৈতিক আৰ্দশ

(গ) এটা শক্তিশালী ৰাজনৈতিক আৰ্দশ

উত্তৰঃ (ক) এটা শক্তিশালী নৈতিক আৰু ৰাজনৈতিক আৰ্দশ

৩। ‘সমতা’ ধাৰণাটো  কোন দেশত বেছি প্ৰাসংগিক ?

(ক) উন্নত ৰাষ্ট্ৰত

(খ) ঔপনিবেশিক ৰাষ্ট্ৰত

(গ) উন্নয়নশীল ৰাষ্ট্ৰত

উত্তৰঃ (খ) ঔপনিবেশিক ৰাষ্ট্ৰত

৪। ৰাজনৈতিক সমতাৰ উদাহৰণ হ’ল –

(ক) সুবিধাৰ সমতা

(খ) ভোটদানৰ অধিকাৰ

(গ) শিক্ষাৰ অধিকাৰ

উত্তৰঃ (খ) ভোটদানৰ অধিকাৰ

৫।  সমতাৰ দিশ কেইটা ?

(ক) দুটা

(খ) তিনিটা

(গ) চাৰিটা

উত্তৰঃ (খ) তিনিটা

৬। তলৰ কোনটো সমতাৰ দিশৰ  উদাহৰণ…..

(ক) অৰ্থনৈতিক সমতা

(খ) শিক্ষাৰ সমতা

(গ) সুবিধাৰ সমতা

উত্তৰঃ (ক) অৰ্থনৈতিক সমতা

৭। সমতাৰ দিশ কেইটা হ’ল –

(ক) ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক

(খ) শিক্ষা, স্বাস্থ্য, যাতায়ত

(গ) খোৱা পানী,জীয়াই থকা,

উত্তৰঃ (ক) ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক

৮। দক্ষিণ আফ্ৰিকাৰ বৰ্ণবাদী অসমতাৰ প্ৰতিক কোন ?

(ক) মহাত্মা গান্ধী

(খ) নেলচন মেণ্ডলা

(গ) সৰুজনী নাইডু

উত্তৰঃ (খ) নেলচন মেণ্ডলা

৯। ভাৰতত সাম্প্ৰতিক কালত চলা প্ৰধান অসমতা কোনটো ?

(ক) ৰাজনৈতিক অসমতা

(খ) সামাজিক অসমতা

(গ) অৰ্থনৈতিক অসমতা

উত্তৰঃ (খ) সামাজিক অসমতা

১০। ভাৰতত প্ৰচলিত এটা সামাজিক সমতাৰ উদাহৰণ ?

(ক) পুৰুষ আৰু নাৰীৰ মাজত অসমতা

(খ) শিক্ষাৰ অসমতা

(গ) যাতায়তৰ অসমতা

উত্তৰঃ (ক) পুৰুষ আৰু নাৰীৰ মাজত অসমতা