Class 11 Political Science Book Chapter 4 | অধ্যায় ৪ কাৰ্য্যপালিকা | MCQs Short Question Answer |

Chapter 4

কাৰ্য্যপালিকা

1। চৰকাৰৰ অংগ কেইটা ?

(ক) ২ টা

(খ) ৩ টা

(গ) ৫ টা

উত্তৰঃ (খ) ৩ টা

2। শুদ্ধ নে অশুদ্ধ লিখা?

সংসদীয় শাসন ব্যৱস্থাত, কাৰ্য্যপালিকা আৰু বিধানমণ্ডল পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভশীল। 

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) শুদ্ধ

3। বিধানমণ্ডলে কাৰ্য্যপালিকাক নিয়ন্ত্ৰণ কৰে নে নকৰে?

(ক) কৰে

(খ) নকৰে

(গ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) কৰে

4। কাৰ্য্যপালিকা শব্দৰ অৰ্থ কি?

(ক) এটি ব্যক্তি সমষ্টি যিয়ে নীতি নিয়মবোৰৰ বাস্তৱ ৰূপায়নক চোৱা-চিতা কৰে।

(খ) এখন চৰকাৰৰ সমষ্টি যিয়ে নীতি নিয়মবোৰৰ বাস্তৱ ৰূপায়নক চোৱা-চিতা কৰে।

(গ) এখন জনসাধাৰণৰ সমষ্টি যিয়ে নীতি নিয়মবোৰৰ বাস্তৱ ৰূপায়নক চোৱা- চিতা নকৰে।

উত্তৰঃ (ক) এটি ব্যক্তি সমষ্টি যিয়ে নীতি নিয়মবোৰৰ বাস্তৱ ৰূপায়নক চোৱা-চিতা কৰে।

5। কাৰ্য্যপালিকা বুলিলে কি বুজা?

(ক) চৰকাৰৰ যি অংগই প্ৰাৰম্ভিৰভাৱে কাৰ্য্যকৰীকৰণ আৰু প্ৰশাসনীয় কাৰ্য্যক চোৱা-চিতা কৰে তাকে কাৰ্য্যপালিকা বোলে।

(খ) ব্যক্তিৰ যি অংগই প্ৰাৰম্ভিকভাৱে কাৰ্য্যকৰীকৰণ আৰু প্ৰশাসনীস কাৰ্য্যক চোৱা-চিতা কৰে তাকে কাৰ্য্যপালিকা বোলে।

(গ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) চৰকাৰৰ যি অংগই প্ৰাৰম্ভিৰভাৱে কাৰ্য্যকৰীকৰণ আৰু প্ৰশাসনীয় কাৰ্য্যক চোৱা-চিতা কৰে তাকে কাৰ্য্যপালিকা বোলে।

6। চৰকাৰৰ দায়িত্বপূৰ্ণ শাখাটো কি?

(ক) কাৰ্য্যপালিকা

(খ) ন্যায়পালিকা

(গ) বিধানমণ্ডল

উত্তৰঃ (ক) কাৰ্য্যপালিকা

7। কোনখন দেশত সাংবিধানিক ৰাজতন্ত্ৰৰ সৈতে সংসদীয় গণতন্ত্ৰ আছে ।  

(ক) কানাডা

(খ) আমেৰিকা

(গ) ৰোছিয়া

উত্তৰঃ (ক) কানাডা

8। শ্ৰীলংকা সংবিধানখন কিমান চনত সংশোধন ঘটোৱা হৈছিল?

(ক) ১৯৫৬

(খ) ১৯৭৮

(গ) ১৯৬৭

উত্তৰঃ (খ) ১৯৭৮

9। সংসদীয় শাসন ব্যৱস্থাত প্ৰধানমন্ত্ৰী কোন?

(ক) চৰকাৰৰ মুৰব্বী।

(খ) ব্যক্তি

(গ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) চৰকাৰৰ মুৰব্বী।

10। কিমান চনত, সংসদে এখন বিধেয়ক গ্ৰহণ কৰিছিল?

(ক) ১৯৮৬

(খ) ১৯৯৬

(গ) ১৯৭২

উত্তৰঃ (ক) ১৯৮৬

11। কিমান চনত নতুন চৰকাৰ নিৰ্বাচিত হৈছিল?

(ক) ১৯৭৫

(খ) ১৯৬২

(গ) ১৯৮৯

উত্তৰঃ (গ) ১৯৮৯

12। বি জে পি আৰু ইয়াৰ মিত্ৰগোষ্ঠীয়ে কিমানখন আখন লাভ কৰিছিল। 

(ক) ২৫৬ খন

(খ) ২৫১ খন

(গ) ২৬৫ খন

উত্তৰঃ (খ) ২৫১ খন

13। সংখ্যাগৰিষ্ঠতাৰ বাবে কিমানখন আসন কম আছিল। 

(ক) ২১ খন

(খ) ২৫ খন

(গ) ২৮ খন

উত্তৰঃ (খ) ২৫ খন

14। উপ-ৰাষ্ট্ৰপতিক কেইবছৰৰ বাবে নিৰ্বাচিত কৰা হয়।

(ক) ৫ বছৰৰ বাবে

(খ) ৬ বছৰৰ বাবে

(গ) ৭ বছৰৰ বাবে।

উত্তৰঃ (খ) ৬ বছৰৰ বাবে

15। ৰাজ্যসভাৰ পদেন সভাপতি কোন?

(ক) প্ৰধানমন্ত্ৰী

(খ) উপ-ৰাষ্ট্ৰপতি

(গ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) উপ-ৰাষ্ট্ৰপতি