Class 11 Political Science Book Chapter 5 | অধ্যায় ৫ বিধানমণ্ডল | MCQs Short Question Answer |

Chapter 5

বিধানমণ্ডল

1। ভাৰতত কোনে নীতি প্ৰৱৰ্তন কৰে। 

(ক) ৰাজ্যসভাই

(খ) কেন্দ্ৰসভাই

(গ) মন্ত্ৰীসভাই

উত্তৰঃ (গ) মন্ত্ৰীসভাই

2। সংসদ শব্দটোৱে কিহক বুজায়।

(ক) কাৰ্য্যপালিকাক

(খ) বিধানমণ্ডলক

(গ) ন্যাপালিকাক

উত্তৰঃ (খ) বিধানমণ্ডলক

3। ৰাজ্যবোৰৰ বিধানমণ্ডলক কি বুলি কোৱা হয়। 

(ক) ৰাজ্যিক বিধানমণ্ডল

(খ) ৰাজ্যিক ন্যায়পালিকা

(গ) ৰাজ্যিক কাৰ্য্যপালিকা

উত্তৰঃ (ক) ৰাজ্যিক বিধানমণ্ডল

4। ভৰতৰ সংসদৰ সদন কেইখন?

(ক) ২ খন

(খ) ৪ খন

(গ) ৬ খন

উত্তৰঃ (ক) ২ খন

5। বিধানমণ্ডলক কি বিধানমণ্ডল বুলি কোৱা হয়।

(ক) একসদনীয়

(খ) দ্বিসদনীয়

(গ) ওপৰৰএটাও নহয়।

উত্তৰঃ (খ) দ্বিসদনীয়

6। দ্বিসদনীয় বিধানমণ্ডল কেইখন ৰাজ্যত আছে?

(ক) ৫ খন

(খ) ৬ খন

(গ) ৮ খন।

উত্তৰঃ (ক) ৫ খন

7। ৰাজ্যসভাৰ সদস্যসকলক কোনে নিৰ্বাচন কৰে?

(ক) ৰাজ্যিক বিধানসভাৰ নিৰ্বাচিত প্ৰতিনিধিসকলে।

(খ) ৰাজ্যিক কেন্দ্ৰসভাৰ নিৰ্বাচিত প্ৰতিনিধিসকলে।

(গ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) ৰাজ্যিক বিধানসভাৰ নিৰ্বাচিত প্ৰতিনিধিসকলে।

8। উত্তৰ প্ৰদেশৰ জনসংখ্যা কিমান?

(ক) ১৭১৮.২৯ লাখ

(খ) ১৭১৮.২৫ লাখ

(গ) ১৭১৮.২০ লাখ।

উত্তৰঃ (ক) ১৭১৮.২৯ লাখ

9। ছিকিমৰ জনসংখ্যা কিমান?

(ক) ৫.৭১ লাখ

(খ) ৫.৬৫ লাখ

(গ) ৫.৭৫ লাখ

উত্তৰঃ (ক) ৫.৭১ লাখ

10। ৰাজ্যসভাৰ সদস্যসকল কেইবছৰীয়া কাৰ্যকালৰ বাবে নিৰ্বাচিত হয়। 

(ক) ৫ বছৰীয়া

(খ) ৬ বছৰীয়া

(গ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) ৬ বছৰীয়া

11। যুক্তৰাষ্ট্ৰীয় পৰিষদে কিমান খন ৰাজ্যক প্ৰতিনিধিত্ব কৰে। 

(ক) ১৬ খন

(খ) ১৮ খন

(গ) ২০ খন

উত্তৰঃ (ক) ১৬ খন

12। ৰাজ্যসভাত কেইজন মনোনীত সদস্য থাকে।

(ক) ১১ জন

(খ) ১২ জন

(গ) ১৫ জন

উত্তৰঃ (খ) ১২ জন

13। লোকসভা কেইবছৰীয়া কাৰ্য্যকালৰ বাবে নিৰ্বাচিত হয়। 

(ক) ৫ বছৰীয়া

(খ) ৬ বছৰীয়া

(গ) ৭ বছৰীয়া

উত্তৰঃ (ক) ৫ বছৰীয়া

14। বিধানসমণ্ডলৰ মূল কাৰ্য্য হৈছে——————–। 

(ক) জনসাধাৰণৰ বাবে আইন প্ৰণয়ন কৰা ।

(খ) ব্যক্তিৰ বাবে আইন প্ৰণয়ন কৰা।

(গ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) জনসাধাৰণৰ বাবে আইন প্ৰণয়ন কৰা ।

15। কিমান চনৰ পৰা ভাৰতত স্থায়ী প্ৰশাসনিক সমিটিৰ ব্যৱস্থা এটা গঢ় লৈ উঠিছিল?

(ক) ১৯৮৩

(খ) ১৯৬৩

(গ) ১৯৫৪

উত্তৰঃ (ক) ১৯৮৩